'সেউজ বিকাশ' সন্দৰ্ভত বাজেট-পৰৱৰ্তী ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
February 23rd, 10:22 am
২০১৪ ৰপৰা ভাৰতৰ প্ৰতিখন বাজেটতে এটা নিৰ্দিষ্ট ধৰণ আছে। তেতিয়াৰেপৰা আমাৰ চৰকাৰৰ প্ৰতিখন বাজেটে বৰ্তমানৰ প্ৰত্যাহ্বানসমূহৰে মোকাবিলাকৰণৰ লগতে নতুন যুগৰ সংস্কাৰ সাধনক উদ্দীপনা যোগাই আহিছে। সেউজ বিকাশ আৰু শক্তি পৰিৱৰ্তনৰ বাবে ভাৰতৰ কৌশলৰ তিনিটা মূল স্তম্ভ আছে। প্ৰথমতে, নবীকৰণযোগ্য শক্তিৰ উৎপাদন বৃদ্ধি; দ্বিতীয়তে, আমাৰ অৰ্থনীতিত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস আৰু তৃতীয়তে, দেশৰ ভিতৰত গেছ ভিত্তিক অৰ্থনীতিৰ দিশত ক্ষীপ্ৰতাৰে আগবঢ়া। এই কৌশলৰ অংশ হিচাপে পৰৱৰ্তী বাজেটসমূহত একাধিক গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে, সেয়া ইথানল মিশ্ৰণেই হওঁক, পিএম-কুসুম আঁচনিয়েই হওঁক, সৌৰ উৎপাদনৰ বাবে ইনচেনটিভেই হওঁক, ছাদৰ ওপৰত সৌৰ আঁচনিয়েই হওঁক, কয়লা গেছীকৰণেই হওঁক বা বেটাৰী সংৰক্ষণেই হওঁক। এইবাৰৰ বাজেটতো উদ্যোগটোৰ বাবে সেউজ ক্ৰেডিট আছে আৰু কৃষকসকলৰ বাবে পিএম প্ৰণাম আঁচনিও আছে। গাঁওসমূহৰ বাবে গোবৰ ধন যোজনা আৰু চহৰ অঞ্চলৰ বাবে বাহন স্ক্ৰেপিং নীতি আছে। সেউজ হাইড্ৰজেনত গুৰুত্ব প্ৰদানৰ লগতে জলাশয় সংৰক্ষণৰ ওপৰতো সমানেই গুৰুত্ব আৰোপ কৰা হৈছে। সেউজ বিকাশ সন্দৰ্ভত এইবাৰৰ বাজেটত গ্ৰহণ কৰা ব্যৱস্থাৰাজি দৰাচলতে আমাৰ নৱ-প্ৰজন্মৰ এটি উজ্জ্বল ভৱিষ্যতৰ আধাৰশিলা।বাজেটৰ পিছত অনুষ্ঠিত ৱে’বিনাৰত ‘সেউজ বিকাশ’ সন্দৰ্ভত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে
February 23rd, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাজেটৰ পিছত অনুষ্ঠিত ৱে’বিনাৰত 'সেউজ বিকাশ' সন্দৰ্ভত ভাষণ প্ৰদান কৰে। ‘কেন্দ্ৰীয় বাজেট ২০২৩’-ত ঘোষণা কৰা পদক্ষেপসমূহৰ কাৰ্যকৰী ৰূপায়ণৰ বাবে ধাৰণা আৰু পৰামৰ্শ বিচাৰি চৰকাৰে আয়োজন কৰা ‘বাজেটৰ পৰৱৰ্তী পৰ্যায়ত অনুষ্ঠিতব্য’ ১২খনীয়া ৱে’বিনাৰ-শৃংখলাৰ এয়া হৈছে প্ৰথমখন বৈঠক।কৰ্ণাটকৰ বেংগালুৰুত অনুষ্ঠিত ইণ্ডিয়া এনাৰ্জী উইক, ২০২৩ ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 06th, 11:50 am
আমি তুৰস্কৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছো। দেশখন বিধ্বংসী ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। বহু লোকৰ মৰ্মান্তিকভাৱে মৃত্যু হোৱাৰ লগতে ব্যাপক ক্ষয়-ক্ষতিৰ খবৰ পোৱা গৈছে। তুৰস্কৰ আশে-পাশে থকা দেশসমূহো ক্ষতিৰ সন্মুখীন হোৱাৰ আশংকা আছে। ভাৰতৰ ১৪০ কোটি জনসাধাৰণে ভূমিকম্পত ক্ষতিগ্ৰস্ত সকলোৰে প্ৰতি সহানুভূতি আগবঢ়াইছে। ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ ভাৰত অংগীকাৰবদ্ধ।বাংগালুৰুত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে ‘ইণ্ডিয়া এনাৰ্জী উইক ২০২৩’
February 06th, 11:46 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাংগালুৰুত ‘ইণ্ডিয়া এনাৰ্জী উইক’ বা ‘ভাৰত শক্তি সপ্তাহ (আইইডব্লিউ) ২০২৩’ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ‘ইণ্ডিয়ান অইল’ৰ 'আনবটলড' প্ৰয়াসৰ জৰিয়তে প্ৰস্তুত কৰা ‘ইউনিফৰ্ম’ও মুকলি কৰে। এই টইউনিফৰ্মটবোৰ পুনৰাই ব্যৱহাৰ কৰা ‘পিইটি’ বটলৰ দ্বাৰা তৈয়াৰ কৰা হৈছে। তেওঁ ‘ভাৰতীয় তেল নিগম’ৰ ‘ইনড'ৰ’ সৌৰ ৰন্ধন প্ৰণালীৰ ‘টুইন-কুকটপ মডেল’টো উচৰ্গা কৰাৰ লগতে ইয়াৰ বাণিজ্যিক প্ৰৱৰ্তনৰ শুভাৰম্ভ ঘোষণা কৰে।প্ৰধানমন্ত্ৰীয়ে ২০ অক্টোবৰত বৈশ্বিক তেল আৰু গেছ খণ্ডৰ চিইঅ’ আৰু বিশেষজ্ঞসকলৰ সৈতে মত-বিনিময় কৰিব
October 19th, 12:41 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ অক্টোবৰ, ২০২১ ৰ সন্ধিয়া ৬ বজাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বৈশ্বিক তেল আৰু গেছ খণ্ডৰ চিইঅ’ আৰু বিশেষজ্ঞসকলৰ সৈতে মত-বিনিময় কৰিব। এয়া ২০১৬ ত আৰম্ভ হোৱা এনে ধৰণৰ ষষ্ঠ বাৰ্ষিক মত-বিনিময় আৰু তেল আৰু গেছ খণ্ডটোৰ বৈশ্বিক নেতৃত্বই ইয়াত অংশগ্ৰহণ কৰে, যিয়ে খণ্ডটোৰ গুৰুত্বপূৰ্ণ প্ৰসংগৰাজিৰ ওপৰত আলোচনা আৰু ভাৰতৰ সৈতে সহযোগিতা আৰু বিনিয়োগৰ সম্ভাৱ্য ক্ষেত্ৰসমূহৰ অন্বেষণ কৰে।বিশ্ব পৰিৱেশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 05th, 11:05 am
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেট্ৰ’লিয়াম ও প্ৰাকৃতিক গেছ মন্ত্ৰালয় আৰু পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে যুটীয়াভাৱে অনুষ্ঠিত কৰা বিশ্ব পৰিবেশ দিৱসৰ কাৰ্য্যসূচী ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সম্বোধন কৰে। এই কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনেৰ এজন কৃষকৰ সৈতে মত-বিনিময় কৰে য’ত তেওঁ জৈৱিক কৃষি কাৰ্য্য আৰু কৃষিত জৈৱিক ইন্ধন ব্যৱহাৰৰ অভিজ্ঞতা জনায়।বিশ্ব পৰিবেশ দিৱসৰ কাৰ্য্যসূচী সম্বোধন প্ৰধানমন্ত্ৰীৰ
June 05th, 11:04 am
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেট্ৰ’লিয়াম ও প্ৰাকৃতিক গেছ মন্ত্ৰালয় আৰু পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে যুটীয়াভাৱে অনুষ্ঠিত কৰা বিশ্ব পৰিবেশ দিৱসৰ কাৰ্য্যসূচী ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সম্বোধন কৰে। এই কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনেৰ এজন কৃষকৰ সৈতে মত-বিনিময় কৰে য’ত তেওঁ জৈৱিক কৃষি কাৰ্য্য আৰু কৃষিত জৈৱিক ইন্ধন ব্যৱহাৰৰ অভিজ্ঞতা জনায়।ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে ভাৰত ভ্ৰমণৰ সময়ত বিনিময় হোৱা বুজাবুজি/চুক্তিপত্ৰৰ তালিকা
January 25th, 03:00 pm
ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে ভাৰত ভ্ৰমণৰ সময়ত বিনিময় হোৱা বুজাবুজি/চুক্তিপত্ৰৰ তালিকাব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা সংবাদ বিবৃতিৰ অসমীয়া অনুবাদ
January 25th, 01:00 pm
মোৰ মিত্ৰ ৰাষ্ট্ৰপতি বল্স’নাৰো আৰু তেওঁৰ উচ্চস্তৰীয় প্ৰতিনিধিৰ দলটোক ভাৰতলৈ স্বাগতম জনাইছো৷ যোৱা আঠ মাহত এয়া আমাৰ তৃতীয়টো সাক্ষাৎ৷ ইয়াৰ জৰিয়তে আমাৰ মাজত বৰ্ধিত মিত্ৰতা আৰু দুয়োখন দেশৰ মাজত দৃঢ় সম্বন্ধক প্ৰতিফলিত হৈছে৷International Solar Alliance has created a large platform in order to ensure climate justice: PM Modi
October 02nd, 08:17 pm
Prime Minister Shri Narendra Modi, today inaugurated the first assembly of the International Solar Alliance at Vigyan Bhavan in New Delhi. Addressing the first assembly of the ISA, PM Modi said, “I believe the role OPEC is playing today, will be played by International Solar Alliance in time to come as far as world's energy requirement are concerned. Role being played by oil wells today will one day be played by sun rays.”প্ৰধানমন্ত্ৰীৰ আন্তৰ্জাতিক সৌৰ সহযোগিতাৰ প্ৰথম অধিৱেশন মুকলি
October 02nd, 08:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজ্ঞান ভৱনত আন্তৰ্জাতিক সৌৰ সহযোগিতাৰ প্ৰথমখন অধিৱেশন মুকলি কৰে৷ এই একেটা অনুষ্ঠানতে দ্বিতীয় আইঅ’আৰএ পুনৰ নৱীকৰণ শক্তি মন্ত্ৰীবৰ্গৰ সন্মিলন আৰু দ্বিতীয় বিশ্বজনীন আৰই-ইনভেষ্ট (পুনৰ নৱীকৰণ শক্তি বিনিয়োগকাৰী সন্মিলন আৰু প্ৰদৰ্শনী)ৰো মুকলি কৰা হয়৷ এই অনুষ্ঠানত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছো উপস্থিত আছিল৷