কেবিনেটে উচ্চ কাৰ্যক্ষম জৈৱ নিৰ্মানক প্ৰসাৰিত কৰিবলৈ বায়’ই৩ (অৰ্থনীতি, পৰিৱেশ আৰু নিয়োগ)ৰ বাবে জৈৱ প্ৰযুক্তি নীতিত অনুমোদন জনায়
August 24th, 09:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি জৈৱ প্ৰযুক্তি বিভাগৰ ‘উচ্চ কাৰ্যক্ষম জৈৱ নিৰ্মাণক প্ৰসাৰিত কৰিবলৈ বায়’ই৩ (অৰ্থনীতি, পৰিৱেশ আৰু নিয়োগ)ৰ বাবে জৈৱ প্ৰযুক্তি নীতি’ৰ প্ৰস্তাৱত অনুমোদন জনায়।