জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত অত্যাধুনিক গৱেষণা আৰু উন্নয়নত সহায়ৰ লক্ষ্যৰে ‘বায়’-ৰাইড’ আঁচনিত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ
September 18th, 03:26 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি জৈৱপ্ৰযুক্তি বিভাগ (ডিবিটি)ৰ দুখন ধ্বজাবাহী আঁচনি বায়’মেনুফেকচাৰিং আৰু বায়’ফাউণ্ড্ৰি শীৰ্ষক দুটা নতুন উপাদানেৰে একত্ৰিত কৰি ‘বায়’টেকন’লজী ৰিচাৰ্চ ইনোভেচন এণ্ড এণ্টাৰপ্ৰেনিউৰশ্বিপ ডেভেলপমেণ্ট (বায়’-ৰাইড)’ নামৰ আঁচনি অব্যাহত ৰখাত অনুমোদন জনাইছে৷