Meeting of Prime Minister with Prime Minister of Thailand

October 11th, 12:41 pm

Prime Minister Narendra Modi met H.E. Ms. Paetongtarn Shinawatra, Prime Minister of Thailand on the sidelines of East Asia Summit in Vientiane. The two leaders discussed bilateral cooperation in a range of areas. They also exchanged views on ways to forge closer cooperation in sub-regional, regional, and multilateral fora.

বিমষ্টেকৰ বৈদেশিক মন্ত্ৰীসকলৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ

July 12th, 01:52 pm

বিমষ্টেকৰ সদস্য ৰাষ্ট্ৰসমূহৰ বৈদেশিক মন্ত্ৰীসকলে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক যৌথভাৱে সাক্ষাৎ কৰে।

India - Bangladesh Joint Statement during the State Visit of Prime Minister of Bangladesh to India

September 07th, 03:04 pm

PM Sheikh Hasina of Bangladesh, paid a State Visit to India at the invitation of PM Modi. The two Prime Ministers held discussions on the entire gamut of bilateral cooperation, including political and security cooperation, defence, border management, trade and connectivity, water resources, power and energy, development cooperation, cultural and people-to-people links.

ষষ্ঠ ভাৰত-জাৰ্মানী আন্তঃ চৰকাৰী পৰামৰ্শ সম্পৰ্কীয় আলোচনা সন্দৰ্ভত প্ৰকাশিত যুটীয়া বিবৃতি

May 02nd, 08:28 pm

আজি ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু জাৰ্মানীৰ চেন্সেলৰ ওলাফ স্কোলজৰ অধ্যতাত ভাৰত চৰকাৰ আৰু ‘ফেডাৰেল ৰিপাব্লিক অব জাৰ্মানী’ৰ চৰকাৰ দুখনৰ মাজত ষষ্ঠ লানি ‘আন্তঃ চৰকাৰী পৰামৰ্শ সম্পৰ্কীয় আলোচনা’ অনুষ্ঠিত হয়। দুয়োগৰাকী শীৰ্ষ মুৰব্বীৰ লগতে এই আলোচনাত দুয়ো পক্ষৰ মন্ত্ৰী আৰু সংশ্লিষ্ট মন্ত্ৰালয়সমূহৰ পদাধিকাৰীসকলৰ একোটি দলেও অংশগ্ৰহণ কৰে।

PM Modi's remarks at 5th BIMSTEC Summit

March 30th, 10:00 am

PM Modi addressed the BIMSTEC Summit virtually. In his remarks, PM Modi said, The time has come to make the Bay of Bengal the bridge of connectivity, prosperity and security. I call on all BIMSTEC nations to dedicate themselves to working with new enthusiasm to achieve the goals we had set together in 1997.

এয়া ডিজিটেল বিপ্লৱ আৰু নতুন প্ৰজন্মৰ উদ্ভাৱনৰ শতিকা : প্ৰধানমন্ত্ৰী মোদী

January 16th, 11:52 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, বৰ্তমানৰ শতিকাটোক এছিয়াৰ শতিকা হিচাপে পৰিণত কৰিবৰ বাবে বিমষ্টেক দেশবোৰৰ হাতত বৃহৎ সুযোগ আহি পৰিছে। প্ৰকৃততে বিমষ্টেক গোষ্ঠীভুক্ত দেশবোৰত বিশ্বৰ মুঠ জনসংখ্যাৰ এক পঞ্চমাংশই বাস কৰে। আনকি, এই দেশবোৰৰ সম্মিলিত জিডিপি-ৰ পৰিমাণ ৩.৮ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ‘প্ৰাৰম্ভ : ষ্টাৰ্টআপ ইণ্ডিয়া আন্তৰ্জাতিক শীৰ্ষ সন্মিলন’ত ভাষণ প্ৰদান কৰে।

'প্রাৰম্ভঃ ষ্টার্ট-আপ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন'ত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ

January 16th, 05:26 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘প্ৰাৰম্ভ : ষ্টাৰ্টআপ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় শীৰ্ষ সন্মিলন’ সম্বোধন কৰাৰ লগতে ‘ষ্টাৰ্টআপ’-প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে বাৰ্তালাপতো মিলিত হয়। অনুষ্ঠানত ‘বিমষ্টেক’ দেশৰ মন্ত্ৰীমণ্ডলীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰকাশ জাৱড়েকাৰ, শ্ৰী পীয়ুষ গোৱেল আৰু শ্ৰী সোম প্ৰকাশো উপস্থিত থাকে।

‘প্ৰাৰম্ভ : ষ্টাৰ্টআপ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় শীৰ্ষ সন্মিলন’ সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে; ‘ষ্টাৰ্টআপ’-ৰ সৈতে বাৰ্তালাপ

January 16th, 05:24 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘প্ৰাৰম্ভ : ষ্টাৰ্টআপ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় শীৰ্ষ সন্মিলন’ সম্বোধন কৰাৰ লগতে ‘ষ্টাৰ্টআপ’-প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে বাৰ্তালাপতো মিলিত হয়। অনুষ্ঠানত ‘বিমষ্টেক’ দেশৰ মন্ত্ৰীমণ্ডলীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰকাশ জাৱড়েকাৰ, শ্ৰী পীয়ুষ গোৱেল আৰু শ্ৰী সোম প্ৰকাশো উপস্থিত থাকে।

ষ্টার্টআপসমূহৰ সৈতে মত বিনিময় কৰিব আৰু ১৬ জানুৱাৰীত প্রাৰম্ভঃ‘ষ্টার্টআপ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে

January 14th, 04:45 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে অহা ১৬ জানুৱাৰীৰ বিয়লি ৫ বজাত ভিডিঅ’ কনফাৰেন্সযোগে ষ্টার্টআপসমূহৰ সৈতে মত বিনিময় কৰাৰ লগতে প্রাৰম্ভ–‘ষ্টার্টআপ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ আগবঢ়াব৷

ম্যানমাৰৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ কাল(২৬-২৯ ফেব্ৰুৱাৰী, ২০২০)ত ভাৰত-ম্যানমাৰৰ যৌথ বিবৃত্তি

February 27th, 03:22 pm

ম্যানমাৰৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ কাল(২৬-২৯ ফেব্ৰুৱাৰী, ২০২০)ত ভাৰত-ম্যানমাৰৰ যৌথ বিবৃত্তি

নতুন উত্তৰণৰ বাবে প্ৰাচীন মৈত্ৰীসমূহৰ নিৰ্মাণ

November 02nd, 01:23 pm

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩৫তম আছিয়ান সন্মিলন তথা সম্পৰ্কীয় সন্মিলনসমূহ লগতে কাইলৈৰ ১৬তম আছিয়ান-ভাৰত সন্মিলন আৰু সোমবাৰৰ ৩য় আৰ চি ই পি সন্মিলনৰ প্ৰাক্ মুহূৰ্তত বেংকক পোষ্টৰ এটা আচুতীয়া সাক্ষাৎকাৰত এইদৰে তেওঁৰ দৃষ্টিভংগী বিনিময় কৰে৷

বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ কালত আনুষ্ঠানিক ভাবে প্ৰকাশ কৰা যুটীয়া বিবৃতি

October 05th, 06:40 pm

দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে এই সম্পৰ্কৰ বুনিয়াদ গঢ়া পৰস্পৰৰ উমৈহতীয়া ঐতিহাসিক পটভূমি, সংস্কৃতি, ভাষা, ধৰ্ম-নিৰপেক্ষতাৰ আদৰ্শৰ লগতে অন্যান্য বৈশিষ্ট্যসমূহৰ কথা স্মৰণ কৰে।

Fourth BIMSTEC Summit Declaration, Kathmandu, Nepal (August 30-31, 2018)

August 31st, 12:40 pm



PM’s bilateral meetings on sidelines of BIMSTEC Summit in Kathmandu, Nepal

August 30th, 06:31 pm

PM Narendra Modi held bilateral meetings on the margins of the ongoing BIMSTEC Summit in Kathmandu, Nepal.

নেপালৰ কাঠমাণ্ডুত বিমষ্টেক সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ

August 30th, 05:28 pm

সৰ্বপ্ৰথমে মই এই চতুর্থ বিমষ্টেক সন্মিলনৰ আয়োজক দেশ নেপালে এই সন্মিলনৰ সফল আয়োজন কৰাৰ বাবে নেপাল চৰকাৰ আৰু প্রধানমন্ত্রী অ’লীৰ প্রতি আন্তৰিক কৃতজ্ঞতা জনাইছো। যদিও এয়া মোৰ বাবে প্রথম বিমষ্টেক সন্মিলন, কিন্তু ২০০৬ চনত গোৱাত আয়োজিত ব্রিক্‌ছ সন্মিলনৰ সৈতে বিমষ্টেক ৰিট্রিট অনুষ্ঠানত ভাগ লোৱাৰ সুযোগ পাইছিলো। গোৱাত আমি যি কার্যসূচী প্ৰস্তুত কৰিছিলো, সেই অনুসৰি দলসমূহে প্রশংসনীয়ভাবে পৰৱর্তী পদক্ষেপ আগবঢ়াই নিছে।

PM Modi arrives in Kathmandu, Nepal for 4th BIMSTEC Summit

August 30th, 09:30 am

PM Narendra Modi arrived in Kathmandu where he will take part in the 4th BIMSTEC Summit. The Summit focuses on the theme ‘Towards a Peaceful, Prosperous and Sustainable Bay of Bengal Region.’ On the sidelines of the Summit, the PM will hold talks with several world leaders. PM Modi will meet PM KP Sharma Oli and review India-Nepal bilateral relations. PM Modi and PM Oli will also inaugurate the Nepal-Bharat Maitri Dharamshala at the Pashupatinath Temple Complex.

নেপাল ভ্ৰমণলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি

August 29th, 07:08 pm

“চতুৰ্থ বিমষ্টেক সন্মিলনত অংশ লোৱাৰ বাবে দুদিনীয়া ভ্ৰমণসূচীৰে মই ৩০-৩১ আগষ্টত কাঠমাণ্ডুত থাকিম৷

ছাংগ্ৰী-লা ডায়েলগত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণৰ লিখিত ৰূপ

June 01st, 07:00 pm

এটা বিশেষ বৰ্ষত ইয়াত উপস্থিত হ’বলৈ পাই মই সুখ অনুভৱ কৰিছো। আছিয়ানৰ সৈতে ভাৰতৰ সম্পৰ্কৰ এইটো এটা মাইলৰখুঁটিসদৃশ বৰ্ষ।

India-Nepal Joint Statement during the State Visit of Prime Minister of India to Nepal

May 11th, 09:30 pm

Prime Minister Narendra Modi jointly addresses the media with PM KP Oli of Nepal during the press meet. Stating that India-Nepal ties were special, PM Modi reaffirmed India's continued support to the northern neighbour.

Social Media Corner 7 June 2017

June 07th, 08:08 pm

Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!