স্বচ্ছ ভাৰত অভিযানৰ ১০ বছৰীয়া সফল সমাপ্তিৰ বাবে বিশ্ব সংস্থাৰ নেতাসকলৰ পৰা অভিনন্দন বাৰ্তা লাভ প্ৰধানমন্ত্ৰীৰ

October 02nd, 02:03 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বচ্ছ ভাৰত অভিযানৰ ১০ বছৰীয়া সফল সমাপ্তিৰ বাবে বিভিন্ন বিশ্ব সংস্থাৰ নেতাসকলৰ পৰা অভিনন্দন বাৰ্তা লাভ কৰে। প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত স্বচ্ছ ভাৰত অভিযানে উন্নত অনাময় আৰু স্বচ্ছতাৰ জৰিয়তে ভাৰতক কেনেদৰে উল্লেখযোগ্যভাৱে ৰূপান্তৰিত কৰিছে সেই সন্দৰ্ভত নেতাসকলে গুৰুত্ব আৰোপ কৰে।

PM continues to receive congratulatory messages from world leaders on taking oath as Prime Minister of India for the third time

June 10th, 12:00 pm

The Prime Minister, Shri Narendra Modi thanked the world leaders for their congratulatory messages on taking oath as Prime Minister of India for the third time. Shri Modi replied to the messages by world leaders on the social media platform ‘X’.

PM Modi’s Candid Conversation with Bill Gates

March 29th, 06:59 pm

Prime Minister Narendra Modi and Bill Gates came together for an engaging and insightful exchange. The conversation spanned a range of topics, including the future of Artificial Intelligence, the importance of Digital Public Infrastructure, and vaccination programs in India.

প্ৰধানমন্ত্ৰীয়ে মন কী বাতৰ প্ৰশংসাৰ বাবে বিল গেটছক ধন্যবাদ জনাইছে

May 01st, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতক প্ৰশংসা জনোৱাৰ বাবে বিল গেটছক ধন্যবাদ জ্ঞাপন কৰে।

বিল গেটছক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰীয়ে

March 04th, 12:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে নতুন দিল্লীত বিল গেটছক সাক্ষাৎ কৰে।

প্ৰতিষেধক প্ৰদানৰ সংখ্যাই ২০০ কোটি পালিৰ ঘৰ অতিক্ৰমণৰ মুহূৰ্তত প্ৰধানমন্ত্ৰীক বিল গেট্ছৰ অভিনন্দন

July 20th, 03:13 pm

ভাৰতৰ টীকাকৰণ অভিযানক শক্তি প্ৰদান কৰাত বিজ্ঞানী, চিকিত্সক আৰু নাৰ্ছসকলে গ্ৰহণ কৰা সমূহীয়া প্ৰয়াসৰ ভূয়সী প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে ৫ জুনত মুকলি কৰিব এক বিশ্বব্যাপী পদক্ষেপ ‘পৰিৱেশৰ বাবে জীৱনশৈলী(এলআইএফই)আন্দোলন’

June 04th, 02:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ৫ জুনত সন্ধিয়া ৬ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এক বিশ্বব্যাপী পদক্ষেপ ‘পৰিৱেশৰ বাবে জীৱনশৈলী (লাইফ) আন্দোলন’ আৰম্ভ কৰিব। উন্মোচনে সমগ্ৰ বিশ্বৰ ব্যক্তি, সম্প্ৰদায় আৰু সংস্থাসমূহক পৰিৱেশ সচেতন জীৱনশৈলী গ্ৰহণ কৰিবলৈ প্ৰভাৱিত আৰু বুজাবলৈ শিক্ষাবিদ, বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠান আদিৰ পৰা ধাৰণা আৰু পৰামৰ্শ আমন্ত্ৰণ কৰি ‘লাইফ গ্ল’বেল কল ফৰ পেপাৰছ’ৰ সূচনা কৰিব। কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে মুখ্য ভাষণ প্ৰদান কৰিব।

ব্ৰিটেইনৰ গ্লাছগ’ৰ অনুষ্ঠিত কপ-২৬ শীৰ্ষক অনুষ্ঠানৰ সমান্তৰালভাৱে শ্ৰীযুত বিল গেটছৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

November 02nd, 07:15 pm

ব্ৰিটেইন গ্লাছগ’ত ২ নৱেম্বৰ, ২০২১ত কপ-২৬ শীৰ্ষক অনুষ্ঠানৰ সমান্তৰালভাৱে শ্ৰীযুত বিল গেটছৰ সৈতে বৈঠকত মিলিত হয়।

আয়ুষ্মান ভাৰত ডিজিটেল অভিযান সন্দৰ্ভত আগবঢ়োৱা মন্তব্যৰ বাবে বিল গেটছক ধন্যবাদ প্ৰধানমন্ত্ৰীৰ

September 29th, 10:01 pm

আয়ুষ্মান ভাৰত ডিজিটেল অভিযান সন্দৰ্ভত আগবঢ়োৱা মন্তব্যৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিল গেটছক ধন্যবাদ জ্ঞাপন কৰিছে।

গ্ৰেণ্ড চেলেঞ্জৰ বাৰ্ষিক বৈঠক, ২০২০ত প্ৰধানমন্ত্ৰীৰ মূল ভাষণৰ পূৰ্ণ পা

October 19th, 08:31 pm

মেলিন্দা আৰু বিল গেটছ, মোৰ কেবিনেটৰ কেন্দ্ৰীয় মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধন, সমগ্ৰ বিশ্বৰ প্ৰতিনিধিসকল, বিজ্ঞানী, উদ্ভাৱক, গৱেষক, ছাত্ৰ-ছাত্ৰী, বন্ধুসকল, গ্ৰেণ্ড চেলেঞ্জৰ এই ষষ্ঠদশ বাৰ্ষিক বৈঠকত আপোনালোক সকলোকে দেখি মই আনন্দিত হৈছো।

‘গ্ৰেণ্ড চেলেঞ্জেছ বাৰ্ষিক সভা ২০২০’ত মূল ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়

October 19th, 08:30 pm

‘গোলকীয় প্ৰেক্ষাপটক জোকাৰি যোৱা মহামাৰীয়ে আমাক দলগত ভাবে কৰা কামৰ গুৰুত্বক পুনৰাই হৃদয়ংগম কৰালে’ বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। ‘বেমাৰে কোনো ভৌগলিক সীমাৰেখা চিনি নাপাই, বেমাৰে আনকি মানুহৰ ধৰ্ম-বিশ্বাস, জাত-পাত, লিংগ অথবা বৰ্ণৰ ভেদাভেদকো গণ্য নকৰে’। তেওঁ আৰু কয় ‘ইয়াৰে বহু সংখ্যক সংমণ প্ৰবণ আৰু আন কিছুমান আক’ অসংক্ৰণপ্ৰবণ যিয়ে মানৱ জীৱনক প্ৰভাৱিত কৰে। এক শক্তিশালী আৰু উজ্জীৱিত বৈজ্ঞানিক প্ৰতিষ্ঠানৰে সজ্জিত পৰিমণ্ডল ভাৰতৰ বাবে সম্পদ স্বৰূপ, বিশেষকৈ শেহতীয় কেবাটাও মাহত, ক’ভিড-১৯ৰে অব্যাহত যুঁজখনৰ সময়ত এই কথা পুনৰবাৰ প্ৰতীয়মান হৈছে’ বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। ‘তেওঁলোকে প্ৰতিৰোধৰে কৰা আসধ্য সাধনৰ জৰিয়তে সামৰ্থ্য বৰ্দ্ধন কাৰত সফল হৈছে’ বুলিও তেওঁ উল্লেখ কৰে।

PM to deliver keynote address at inaugural function of Grand Challenges Annual Meeting 2020

October 17th, 11:36 am

Prime Minister Shri Narendra Modi will deliver the keynote address at the inaugural function of Grand Challenges Annual Meeting 2020, on 19th October at 7:30 PM via video conferencing.

Prime Minister’s interaction with Mr. Bill Gates

May 14th, 10:26 pm

PM Narendra Modi interacted with Bill & Melinda Gates Foundation co-chair, Mr. Bill Gates via video conference. They discussed the global response to COVID-19 and the importance of global coordination on scientific innovation as well as R&D to combat the pandemic.

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিল গেটছক সাক্ষাৎ কৰে

November 18th, 07:42 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিল এণ্ড মেলিণ্ডা ফাউণ্ডেচনৰ সহঃঅধ্যক্ষ শ্ৰীমান বিল গেটছক সাক্ষাৎ কৰে৷ তেওঁ সম্প্ৰতি তিনিদিনীয়া ভাৰত ভ্ৰমণত ব্যস্ত আছে৷ মোদী আৰু বিল গেটছে যোৱা ছেপ্তেম্বৰত নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকৰ আজৰি সময়ত অন্তিমবাৰৰ বাবে সাক্ষাৎ হৈছিল৷

গ্ল’ৱেল গ’লকীপাৰ গ’লছ বঁটা-২০১৯ৰে সন্মানিত কৰাৰ বাবে বিল আৰু মেলিণ্ডা গেটছক ধন্যবাদ প্ৰধানমন্ত্ৰীৰ

September 20th, 07:54 pm

গ্ল’ৱেল গ’লকীপাৰ গ’লছ বঁটা-২০১৯ৰে সন্মানিত কৰাৰ বাবে বিল আৰু মেলিণ্ডা গেটছক ধন্যবাদ জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে৷ তেওঁ লগতে কয় যে বিগত পাঁচ বছৰত ভাৰতে গান্ধীজীৰ স্বচ্ছ ভাৰতৰ সপোন পুৰন কৰাৰ বাবে পৰিস্কাৰ-পৰিচ্ছন্নতা তথা অনাময় ব্যৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷

Social Media Corner 16th November

November 16th, 07:58 pm

Your daily does of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!

Mr. Bill Gates calls on PM

December 04th, 08:08 pm