ধন্বন্তৰী জয়ন্তী আৰু নৱম আয়ুৰ্বেদ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ২৯ অক্টোবৰত ১২,৮৫০ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষে স্বাস্থ্য খণ্ডৰ সৈতে জড়িত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ, উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব

October 28th, 12:47 pm

প্ৰধানমন্ত্ৰী মোদীয়ে ধ্বজাবাহী আঁচনি আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (পি এম-জে এ ৱাই)ৰ অধীনত ৭০ বছৰ আৰু তাতকৈ অধিক বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকলৈ হেল্থ কভাৰেজ সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰিব। ইয়াৰ দ্বাৰা সকলো জ্যেষ্ঠ নাগৰিকক তেওঁলোকৰ আয় যিয়েই নহওক কিয় হেল্থ কভাৰেজ প্ৰদান কৰাত সহায়ক হ’ব।

Chhattisgarh steeped in corruption, misrule, scam under Congress: PM Modi

September 30th, 09:06 pm

Speaking at a massive ‘Parivartan Maha Sankalp Rally’ in Bilaspur, Chhattisgarh, PM Modi stated, The visible enthusiasm here is a declaration of a desire for change. The people of Chhattisgarh, troubled by the atrocities of the Congress government, are ready for a transformation. Presently, Chhattisgarh grapples with widespread corruption and ineffective governance. Employment opportunities have been marred by scams, and corruption is prevalent in every government initiative here.”

PM Modi addresses a public meeting at Bilaspur, Chhattisgarh

September 30th, 03:00 pm

Speaking at a massive ‘Parivartan Maha Sankalp Rally’ in Bilaspur, Chhattisgarh, PM Modi stated, The visible enthusiasm here is a declaration of a desire for change. The people of Chhattisgarh, troubled by the atrocities of the Congress government, are ready for a transformation. Presently, Chhattisgarh grapples with widespread corruption and ineffective governance. Employment opportunities have been marred by scams, and corruption is prevalent in every government initiative here.”

ছত্তীশগড়ৰ ৰায়গড়ত ৰে’ল খণ্ডৰ প্ৰকল্পৰ শুভাৰম্ভণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

September 14th, 03:58 pm

ছত্তীশগড়ৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী টি এছ সিংদেৱজী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহযোগী ভগ্নী ৰেণুকা সিংহজী, সাংসদ মহোদয়া, বিধায়কগণ আৰু ছত্তীশগড়ৰ মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল!

ছত্তীশগড়ৰ ৰায়গড়ত প্ৰায় ৬,৩৫০ কোটি টকাৰ ৰে’ল প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা প্ৰধানমন্ত্ৰীৰ

September 14th, 03:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছত্তীশগড়ৰ ৰায়গড়ত প্ৰায় ৬,৩৫০ কোটি টকাৰ ৰে’ল প্ৰকল্প দেশবাসীক উৎসৰ্গা কৰে। তেওঁ ছত্তীশগড়ৰ ৯ খন জিলাত ৫০ খন বিচনাযুক্ত ‘ক্ৰিটিকেল কেয়াৰ ব্লক’ৰ আধাৰশিলা স্থাপন কৰে আৰু পৰীক্ষা কৰা লোকসকলক ১ লাখ চিকল চেল কাউন্সেলিং কাৰ্ড বিতৰণ কৰে। এই ৰে’ল প্ৰকল্পসমূহৰ ভিতৰত আছে ছত্তীশগড় পূৱ ৰে’ল প্ৰকল্প প্ৰথম পৰ্যায়, চম্পাৰ পৰা জামগাৰ মাজত তৃতীয় ৰে’ল লাইন, পেন্দ্ৰা ৰোডৰ পৰা অনুপপুৰলৈ তৃতীয় ৰে’ল লাইন আৰু তালাইপল্লী কয়লা খনিক এনটিপিচি লাৰা চুপাৰ থাৰ্মেল পাৱাৰ ষ্টেচনৰ সৈতে সংযোগ কৰা এমজিআৰ (মেৰি-গো-ৰাউণ্ড) প্ৰণালী।

৭-৮ জুলাইত ৪খন ৰাজ্যক সামৰি ভ্ৰমণ আৰু প্ৰায় ৫০,০০০ কোটি টকা মূল্যৰ প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

July 05th, 11:48 am

৭ জুলাইত ৰায়পুৰত পুৱা ১০-৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। তাৰ পিছত দিনৰ ২-৩০ বজাত উত্তৰ প্ৰদেশৰ গোৰখপুৰত গীতা প্ৰেছৰ শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁ গোৰখপুৰ ৰে’ল ষ্টেচনৰ পৰা বন্দে ভাৰত এক্সপ্ৰেছৰ যাত্ৰা আৰম্ভ কৰিব। সন্ধিয়া ৫ বজাত বাৰাণসীত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব শ্ৰী মোদীয়ে। এই উপলক্ষে তেওঁ বাৰাণসীত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

বিলাসপুৰত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাক লৈ সন্তোষ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে

March 30th, 11:13 am

চত্তীশগড়ৰ বিলাসপুৰত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাক লৈ সন্তোষ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

ছট্টিশগড়ৰ বিলাসপুৰ ডিভিজন, ৰায়পুৰ ডিভিজন, চম্বলপুৰ ডিভিজন, নাগপুৰ ডিভিজন আৰু ভলটেয়াৰ ডিভিজনত ৰে’লৱেৰ ১০০% বৈদ্যুতিকৰণৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

March 25th, 11:21 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছট্টিশগড়ৰ বিলাসপুৰ ডিভিজন, ৰায়পুৰ ডিভিজন, চম্বলপুৰ ডিভিজন, নাগপুৰ ডিভিজন আৰু ভলটেয়াৰ ডিভিজনত ৰে'লৱেৰ ১০০% বৈদ্যুতিকৰণৰ প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে বিলাসপুৰ ৰেলীত শিক্ষাৰ্থীসকলৰ সৃষ্টিশীল শিল্পকৰ্মৰ প্ৰশংসা কৰে

October 06th, 03:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ বিলাসপুৰত নিজৰ ভাষণত দুজন শিক্ষাৰ্থীৰ সৃষ্টিশীল শিল্পকৰ্মৰ কথা ভাগ-বতৰা কৰিছে। প্ৰধানমন্ত্ৰীয়ে সৃষ্টিশীল প্ৰতিকৃতিৰ বাবে শিক্ষাৰ্থীসকলক ধন্যবাদ জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে ‘বিলাসপুৰ এইমছ’

October 05th, 03:06 pm

হাস্পটালখনৰ ‘চি-ব্লক’ত প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হয়গৈ। তাত তেওঁ বিলাসপুৰ ‘এইমছ’ চৌহদৰ সবিশেষ সামৰি যুগুতোৱা এটি ‘৩-ডি আৰ্হি’-ৰ প্ৰদৰ্শন প্ৰত্যক্ষ কৰাৰ পিচত প্ৰতিষ্ঠানখনৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত হোৱাৰ বাবে অগ্ৰসৰ হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘চিটি স্কেন কেন্দ্ৰ’ আৰু ‘জৰুৰীকালীন আৰু ট্ৰমা কেন্দ্ৰ’ৰ কাষেৰে খোজ কাঢ়ি গৈ অনুষ্ঠান স্থলীত উপস্থিত হয়গৈ।

Our government dedicates the project for which we lay the foundation stone: PM Modi in Himachal Pradesh

October 05th, 01:23 pm

PM Modi launched various development projects pertaining to healthcare infrastructure, education and roadways in Himachal Pradesh's Bilaspur. Remarking on the developments that have happened over the past years in Himachal Pradesh, the PM said it is the vote of the people which are solely responsible for all the developments.

PM Modi launches development initiatives at Bilaspur, Himachal Pradesh

October 05th, 01:22 pm

PM Modi launched various development projects pertaining to healthcare infrastructure, education and roadways in Himachal Pradesh's Bilaspur. Remarking on the developments that have happened over the past years in Himachal Pradesh, the PM said it is the vote of the people which are solely responsible for all the developments.

PM Modi addresses a Public Rally in Bilaspur, Himachal Pradesh

October 03rd, 02:51 pm

Speaking at a public meeting in Himachal Pradesh’s Bilaspur, PM Narendra Modi spoke at length about several development projects being initiated in the state. The Prime Minister said, “Coming of AIIMS to Himachal Pradesh and in this part of the state has wide ranging benefits for people. It will not only benefit several people in this region but entire northern India as well.”

PM visits Himachal Pradesh, lays foundation stone for AIIMS at Bilaspur

October 03rd, 02:14 pm

The Prime Minister, Shri Narendra Modi, visited Bilaspur in Himachal Pradesh today.

PM to visit Himachal Pradesh on Tuesday

October 02nd, 06:47 pm

PM Narendra Modi will visit Bilaspur in Himachal Pradesh, on Tuesday where he will inaugurate several development projects and address a public meeting.