Today there is a government in the country which thinks about the poor first: PM Modi

January 15th, 12:15 pm

PM Modi released the first instalment to 1 lakh beneficiaries of Pradhan Mantri Awas Yojana - Gramin (PMAY - G) under Pradhan Mantri Janjati Apasi Nyaya Maha Abhiyan (PM-JANMAN) via video conferencing. The Prime Minister also interacted with the beneficiaries of PM-JANMAN on the occasion. On the one hand, Diwali is being celebrated in Ayodhya, while 1 lakh people from the extremely backward tribal community are also celebrating Diwali”, PM Modi said.

পিএম-জনমানৰ অধীনত ১ লাখ পিএমএৱাই(জি) হিতাধিকাৰীলৈ প্ৰথম কিস্তিৰ ধন মুকলি প্ৰধানমন্ত্ৰীৰ

January 15th, 12:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযান (PM-JANMAN)ৰ অধীনত প্ৰধানমন্ত্ৰী আৱাস যোজনা - গ্ৰামীণ (PMAY - G)ৰ ১ লাখ হিতাধিকাৰীলৈ ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰথম কিস্তিৰ ধন মুকলি কৰি দিয়ে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে পিএম-জনমানৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময়ো কৰে।

নতুন দিল্লীত পোংগল উৎসৱৰ সময়ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 14th, 12:00 pm

পোংগলৰ পৱিত্ৰ দিনটোত তামিলনাডুৰ প্ৰতিটো ঘৰৰ পৰা পোংগল ধাৰাৰ প্ৰবাহ হয়। একেদৰেই আপোনালোকৰ জীৱনত সুখ, সমৃদ্ধি আৰু সন্তুষ্টিৰ সোঁত বৈ যোৱাটো মই কামনা কৰিলোঁ। কালি দেশত লোহৰী উৎসৱ অতি আড়ম্বৰেৰে উদযাপন কৰা হৈছে। একাংশ লোকে আজি মকৰ সংক্ৰান্তি-উত্তৰায়ণ পালন কৰিছে, কোনোবাই হয়তো কাইলৈ ​​উদযাপন কৰিব। মাঘ বিহুও সমাগত। এই সকলো উৎসৱৰ বাবে সকলো দেশবাসীক মই অভিনন্দন জনাইছোঁ আৰু আন্তৰিক শুভেচ্ছা জনাইছোঁ।

নতুন দিল্লীত পোংগাল উদযাপন অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

January 14th, 11:30 am

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে পোংগাল উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি কয় যে তামিলনাডুৰ প্ৰতিখন ঘৰৰ পৰা নিৰ্গত হোৱা উৎসৱমুখৰ উৎসাহ-উদ্দীপনা প্ৰত্যক্ষ কৰিব পাৰি। শ্ৰী মোদীয়ে সকলো নাগৰিকৰ জীৱনত সুখ, সমৃদ্ধি আৰু সন্তুষ্টিৰ ধাৰাটোৰ অবিৰত প্ৰবাহ কামনা কৰে। কালি অনুষ্ঠিত লহৰী, আজি মকৰ উত্তৰায়ন, কাইলৈ উদযাপন হ’বলগীয়া মকৰ সংক্ৰান্তি আৰু ইয়াৰ পাছতে মাঘ বিহুৰ আৰম্ভ হোৱাৰ কথাও তেওঁ উল্লেখ কৰে। শ্ৰী মোদীয়ে দেশত চলি থকা উৎসৱৰ সময়ছোৱাৰ বাবে সকলো নাগৰিকলৈ শুভেচ্ছা জ্ঞাপন কৰে।

কাতি বিহু উপলক্ষে অসমবাসীক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

October 18th, 10:47 pm

কাতি বিহু উপলক্ষে সমূহ অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

কাশী বিশ্বনাথ আৰু বিহু উদযাপন সন্দৰ্ভত নাগৰিকসকলে কৰা মন্তব্যৰ প্ৰতি সঁহাৰি জনাইছে প্ৰধানমন্ত্ৰীয়ে

April 16th, 10:04 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাশী বিশ্বনাথ আৰু বিহু উদযাপনৰ পৰা আৰম্ভ কৰি বিভিন্ন বিষয়ত নাগৰিকসকলে সকলে কৰা মন্তব্যৰ প্ৰতি সঁহাৰি জনাইছে।

প্ৰধানমন্ত্ৰীৰ গুৱাহাটীত বিহু অনুষ্ঠানৰ কাৰ্য্যসূচী সম্বোধনৰ পূৰ্ণপাঠ

April 14th, 06:00 pm

মই অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। এই শুভ মুহূৰ্তত আপোনালোকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।

প্ৰধানমন্ত্ৰীয়ে অসমৰ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ১০,৯০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰে, উদ্বোধন কৰে আৰু দেশবাসীলৈ উৎসৰ্গা কৰে

April 14th, 05:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ১০,৯০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীলৈ উৎসৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত পলাশবাৰী আৰু শুৱালকুছি সংযোগী এখন দলঙৰ আধাৰশিলা স্থাপন, শিৱসাগৰৰ ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ প্ৰকল্প, নামৰূপত ৫০০ টিপিডি মিথানল প্ৰকল্পৰ উদ্বোধন আৰু পাঁচটা ৰে'ল প্ৰকল্প দেশবাসীলৈ উৎসৰ্গা। প্ৰধানমন্ত্ৰীয়ে দহ হাজাৰৰো অধিক বিহু নৃত্যশিল্পীৰ দ্বাৰা পৰিৱেশন কৰা এক বৰ্ণিল বিহু কাৰ্যসূচীও প্ৰত্যক্ষ কৰে।

১৪ এপ্ৰিলত অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

April 12th, 09:45 am

দুপৰীয়া প্ৰায় ১২ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এইমছ গুৱাহাটীত উপস্থিত হ'ব আৰু ইয়াৰ নৱনিৰ্মিত চৌহদ পৰিদৰ্শন কৰিব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এক ৰাজহুৱা অনুষ্ঠানত এইমছ গুৱাহাটী আৰু আন তিনিখন চিকিৎসা মহাবিদ্যালয় দেশবাসীলৈ উৎসৰ্গা কৰিব। ইয়াৰ লগতে তেওঁ ‘আছাম এডভান্সড হেল্থ কেয়াৰ ইন’ভেশ্যন ইনষ্টিটিউটৰ (AAHII) আধাৰশিলা মুকলি কৰিব আৰু যোগ্য হিতাধিকাৰীসকলৰ মাজত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (AB-PMJAY) কাৰ্ড বিতৰণ কৰি 'আপকে দ্বাৰ আয়ুষ্মান' অভিযান আৰম্ভ কৰিব।

বহাগ বিহু উপলক্ষে অসমবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

April 14th, 09:54 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বহাগ বিহু উপলক্ষে অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।