পাটনাৰ বিহাৰ বিধান সভাৰ শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
July 12th, 06:44 pm
এই ঐতিহাসিক কাৰ্যসূচীত আমাৰ মাজত উপস্থিত আছে বিহাৰৰ ৰাজ্যপাল শ্ৰী ফাগু চৌহান জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ জী, বিধান সভাৰ অধ্যক্ষ শ্ৰী বিজয় সিনহা জী, বিহাৰ বিধান পৰিষদৰ কাৰ্যকৰী সভাপতি শ্ৰী আৱাধেশ নাৰায়ণ সিং, উপমুখ্যমন্ত্ৰী শ্ৰীমতী ৰেণু দেৱী জী, তাৰাকিশোৰ প্ৰসাদমহাশয়, বিৰোধী দলপতি শ্ৰীযুত তেজস্বী যাদৱ জী, সকলো মন্ত্ৰী, বিধায়ক, অন্যান্য বিশিষ্ট ব্যক্তি, ভদ্ৰমহিলাসকল।PM addresses the closing ceremony of the Centenary celebrations of the Bihar Legislative Assembly
July 12th, 06:43 pm
PM Modi addressed closing ceremony of the Centenary celebrations of the Bihar Legislative Assembly in Patna. Recalling the glorious history of the Bihar Assembly, the Prime Minister said big and bold decisions have been taken in the Vidhan Sabha building here one after the other.১২ জুলাইত দেওঘৰ আৰু পাটনা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
July 09th, 09:35 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ জুলাই, ২০২২ত দেওঘৰ আৰু পাটনা ভ্ৰমণ কৰিব।প্ৰায় ১:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে দেওঘৰত ১৬,০০০ কোটি টকাতকৈ অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলাও স্থাপন কৰিব। ইয়াৰ পিছত প্ৰায় ২:৪০ বজাত তেওঁ বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম বাবা বৈদ্যনাথ মন্দিৰ দৰ্শন কৰাৰ লগতে পূজা অৰ্চনা কৰিব। সন্ধিয়া প্ৰায় ৬ বজাত প্ৰধানমন্ত্ৰীয়ে পাটনাত বিহাৰ বিধানসভাৰ শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়াব।