
গুৱাহাটীত এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন, ২০২৫ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
February 25th, 11:10 am
পূব ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলত আজিৰেপৰা এক নতুন ভৱিষ্যতৰ আৰম্ভ হ’ব। এডভান্টেজ আছাম হৈছে সমগ্ৰ বিশ্বক অসমৰ সম্ভাৱনা আৰু প্ৰগতিৰ সৈতে সংযোগ কৰাৰ এক বৃহৎ অভিযান। ইতিহাস সাক্ষী যে ইয়াৰ পূৰ্বেও ভাৰতৰ সমৃদ্ধিৰ ক্ষেত্ৰত পূব ভাৰতে এটি মুখ্য ভূমিকা পালন কৰিছিল। আজি ভাৰত উন্নয়নৰ দিশে ধাৱমান হোৱাৰ সময়তে আকৌ এবাৰ পূব ভাৰত, আমাৰ উত্তৰ-পূৰ্বাঞ্চলে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে। মই এডভান্টেজ অসমক এই মনোভাৱৰ প্ৰতিফলন হিচাপে প্ৰত্যক্ষ কৰিছোঁ। এই বিশাল অনুষ্ঠান আয়োজনৰ বাবে অসম চৰকাৰ আৰু হিমন্ত ডাঙৰীয়াৰ সমগ্ৰ টীমটোক অভিনন্দন জনাইছোঁ। মোৰ আজি মনত পৰিছে, ২০১৩ত মই নিৰ্বাচনী প্ৰচাৰৰ বাবে অসম ভ্ৰমণ কৰোঁতে, এখন সভাত মোৰ মনৰপৰা মাত্ৰ এটা শব্দ ওলাই আহিছিল। মই তেতিয়া কৈছিলোঁ, জনসাধাৰণে বৰ্ণমালা পঢ়োঁতে “এ ফৰ আছাম” বুলি ক’বলৈ বেছি দিন নাই।
এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 25th, 10:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন-২০২৫ উদ্বোধন কৰে। অনুষ্ঠানত উপস্থিত সকলো গণ্যমান্য ব্যক্তিক আদৰণি জনাই শ্ৰী মোদীয়ে কয়, “পূব ভাৰত আৰু উত্তৰ-পূব ভাৰতে আজি ভৱিষ্যতৰ এক নতুন যাত্ৰাত অগ্ৰসৰ হৈছে আৰু এডভাণ্টেজ আছাম হৈছে অসমৰ অবিশ্বাস্য সম্ভাৱনা আৰু প্ৰগতি বিশ্বৰ সৈতে সংযোগ কৰাৰ এক বৃহৎ পদক্ষেপ।” তেওঁ লগতে কয় যে ভাৰতৰ সমৃদ্ধিৰ ক্ষেত্ৰত পূব ভাৰতৰ মূল ভূমিকা সম্পৰ্কে ইতিহাস সাক্ষী। প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে, “আজি আমি উন্নত ভাৰতৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে পূব ভাৰত আৰু উত্তৰ-পূবৰ দেশসমূহে নিজৰ প্ৰকৃত সম্ভাৱনা প্ৰদৰ্শন কৰিব।” এডভাণ্টেজ আছামে একে মনোভাৱক প্ৰতিনিধিত্ব কৰে বুলি উল্লেখ কৰি এই বৃহৎ অনুষ্ঠান আয়োজন কৰাৰ বাবে অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰে। তেওঁ ২০১৩ চনৰ বক্তব্য স্মৰণ কৰে, যেতিয়া তেওঁ কৈছিল যে ‘এ ফৰ আছাম’-এ মান্যতাৰ পোৱাৰ সেই দিন বেছি দূৰত নহয়৷
প্ৰধানমন্ত্ৰীৰ গুৱাহাটীত বিহু অনুষ্ঠানৰ কাৰ্য্যসূচী সম্বোধনৰ পূৰ্ণপাঠ
April 14th, 06:00 pm
মই অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। এই শুভ মুহূৰ্তত আপোনালোকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।প্ৰধানমন্ত্ৰীয়ে অসমৰ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ১০,৯০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰে, উদ্বোধন কৰে আৰু দেশবাসীলৈ উৎসৰ্গা কৰে
April 14th, 05:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ১০,৯০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীলৈ উৎসৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত পলাশবাৰী আৰু শুৱালকুছি সংযোগী এখন দলঙৰ আধাৰশিলা স্থাপন, শিৱসাগৰৰ ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ প্ৰকল্প, নামৰূপত ৫০০ টিপিডি মিথানল প্ৰকল্পৰ উদ্বোধন আৰু পাঁচটা ৰে'ল প্ৰকল্প দেশবাসীলৈ উৎসৰ্গা। প্ৰধানমন্ত্ৰীয়ে দহ হাজাৰৰো অধিক বিহু নৃত্যশিল্পীৰ দ্বাৰা পৰিৱেশন কৰা এক বৰ্ণিল বিহু কাৰ্যসূচীও প্ৰত্যক্ষ কৰে।অসমৰ শোণিতপুৰ জিলাত উন্নয়নী প্ৰকল্পৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
February 07th, 11:41 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত দুখনি চিকিৎসালয়ৰ শিলান্যাস আৰু ৰাজ্যিক ঘাইপথ আৰু মূল জিলা পথসমূহৰ অৰ্থে ‘অসম মালা’ শীৰ্ষক কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰীসকল আৰু বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ মুৰব্বী শ্ৰী প্ৰমোদ বড়ো উপস্থিত থাকে।‘অসম মালা’ৰ শুভাৰম্ভ আৰু দুখন চিকিৎসালয়ৰ শিলান্যাস কৰিলে প্ৰধানমন্ত্ৰীয়ে
February 07th, 11:40 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত দুখনি চিকিৎসালয়ৰ শিলান্যাস আৰু ৰাজ্যিক ঘাইপথ আৰু মূল জিলা পথসমূহৰ অৰ্থে ‘অসম মালা’ শীৰ্ষক কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰীসকল আৰু বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ মুৰব্বী শ্ৰী প্ৰমোদ বড়ো উপস্থিত থাকে।অসমৰ শিৱসাগৰত ভূমি পত্তা বিতৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
January 23rd, 11:57 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিৱসাগৰত একাংশ খিলঞ্জীয়া লোকৰ মাজত মাটিৰ আৱণ্টন দান প্ৰমাণ পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলীও উপস্থিত থাকে।শিৱসাগৰত ভূমি আৱণ্টন প্ৰমাণ পত্ৰ বিতৰণ কৰিলে প্ৰধানমন্ত্ৰীয়ে
January 23rd, 11:56 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিৱসাগৰত একাংশ খিলঞ্জীয়া লোকৰ মাজত মাটিৰ আৱণ্টন দান প্ৰমাণ পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলীও উপস্থিত থাকে।Previous government had made corruption a state of normalcy but we are uprooting this menace from the society: PM in Assam
February 09th, 01:44 pm
Prime Minister Narendra Modi addressed a huge public meeting in Amingaon, Assam today. Addressing the huge crowd of supporters, PM Modi said, “My government stands totally committed towards the welfare and progress of the Assamese people. We will ensure that the rights of the people and tribes of Assam are always protected.”অসম তেল আৰু প্ৰাকৃতিক গেছৰ কেন্দ্ৰলৈ পৰিণত হ’বঃ প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ
February 09th, 01:43 pm
উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি, সম্পদ আৰু ভাষা ৰক্ষাৰ বাবে এনডিএ চৰকাৰে সম্পূৰ্ণৰূপে দায়বদ্ধঃ প্ৰধানমন্ত্ৰীInfrastructure is extremely important for development: PM Modi
May 26th, 12:26 pm
PM Narendra Modi inaugurated India’s longest bridge – the 9.15 km long Dhola-Sadiya Bridge built over River Brahmaputra in Assam. The Prime Minister said that infrastructure was extremely important for development. He added that the bridge would enhance connectivity between Assam and Arunachal Pradesh, and open the door for economic development on a big scale.PM inaugurates India's longest bridge in Assam, addresses public meeting at Dhola
May 26th, 12:25 pm
PM Narendra Modi inaugurated India's longest bridge - the 9.15 km long Dhola-Sadiya bridge, over the River Brahmaputra, in Assam. The bridge will enhance connectivity and greatly reduce travel time between Assam and Arunachal Pradesh. The PM said that infrastructure was extremely important for development. He added that the Union Government was dedicated to development of the Northeast.