প্ৰধানমন্ত্ৰীৰ গুৱাহাটীত বিহু অনুষ্ঠানৰ কাৰ্য্যসূচী সম্বোধনৰ পূৰ্ণপাঠ

April 14th, 06:00 pm

মই অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। এই শুভ মুহূৰ্তত আপোনালোকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।

প্ৰধানমন্ত্ৰীয়ে অসমৰ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ১০,৯০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰে, উদ্বোধন কৰে আৰু দেশবাসীলৈ উৎসৰ্গা কৰে

April 14th, 05:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ১০,৯০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীলৈ উৎসৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত পলাশবাৰী আৰু শুৱালকুছি সংযোগী এখন দলঙৰ আধাৰশিলা স্থাপন, শিৱসাগৰৰ ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ প্ৰকল্প, নামৰূপত ৫০০ টিপিডি মিথানল প্ৰকল্পৰ উদ্বোধন আৰু পাঁচটা ৰে'ল প্ৰকল্প দেশবাসীলৈ উৎসৰ্গা। প্ৰধানমন্ত্ৰীয়ে দহ হাজাৰৰো অধিক বিহু নৃত্যশিল্পীৰ দ্বাৰা পৰিৱেশন কৰা এক বৰ্ণিল বিহু কাৰ্যসূচীও প্ৰত্যক্ষ কৰে।

অসমৰ শোণিতপুৰ জিলাত উন্নয়নী প্ৰকল্পৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

February 07th, 11:41 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত দুখনি চিকিৎসালয়ৰ শিলান্যাস আৰু ৰাজ্যিক ঘাইপথ আৰু মূল জিলা পথসমূহৰ অৰ্থে ‘অসম মালা’ শীৰ্ষক কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰীসকল আৰু বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ মুৰব্বী শ্ৰী প্ৰমোদ বড়ো উপস্থিত থাকে।

‘অসম মালা’ৰ শুভাৰম্ভ আৰু দুখন চিকিৎসালয়ৰ শিলান্যাস কৰিলে প্ৰধানমন্ত্ৰীয়ে

February 07th, 11:40 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত দুখনি চিকিৎসালয়ৰ শিলান্যাস আৰু ৰাজ্যিক ঘাইপথ আৰু মূল জিলা পথসমূহৰ অৰ্থে ‘অসম মালা’ শীৰ্ষক কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰীসকল আৰু বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ মুৰব্বী শ্ৰী প্ৰমোদ বড়ো উপস্থিত থাকে।

অসমৰ শিৱসাগৰত ভূমি পত্তা বিতৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

January 23rd, 11:57 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিৱসাগৰত একাংশ খিলঞ্জীয়া লোকৰ মাজত মাটিৰ আৱণ্টন দান প্ৰমাণ পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলীও উপস্থিত থাকে।

শিৱসাগৰত ভূমি আৱণ্টন প্ৰমাণ পত্ৰ বিতৰণ কৰিলে প্ৰধানমন্ত্ৰীয়ে

January 23rd, 11:56 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিৱসাগৰত একাংশ খিলঞ্জীয়া লোকৰ মাজত মাটিৰ আৱণ্টন দান প্ৰমাণ পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলীও উপস্থিত থাকে।

Previous government had made corruption a state of normalcy but we are uprooting this menace from the society: PM in Assam

February 09th, 01:44 pm

Prime Minister Narendra Modi addressed a huge public meeting in Amingaon, Assam today. Addressing the huge crowd of supporters, PM Modi said, “My government stands totally committed towards the welfare and progress of the Assamese people. We will ensure that the rights of the people and tribes of Assam are always protected.”

অসম তেল আৰু প্ৰাকৃতিক গেছৰ কেন্দ্ৰলৈ পৰিণত হ’বঃ প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ

February 09th, 01:43 pm

উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি, সম্পদ আৰু ভাষা ৰক্ষাৰ বাবে এনডিএ চৰকাৰে সম্পূৰ্ণৰূপে দায়বদ্ধঃ প্ৰধানমন্ত্ৰী

Infrastructure is extremely important for development: PM Modi

May 26th, 12:26 pm

PM Narendra Modi inaugurated India’s longest bridge – the 9.15 km long Dhola-Sadiya Bridge built over River Brahmaputra in Assam. The Prime Minister said that infrastructure was extremely important for development. He added that the bridge would enhance connectivity between Assam and Arunachal Pradesh, and open the door for economic development on a big scale.

PM inaugurates India's longest bridge in Assam, addresses public meeting at Dhola

May 26th, 12:25 pm

PM Narendra Modi inaugurated India's longest bridge - the 9.15 km long Dhola-Sadiya bridge, over the River Brahmaputra, in Assam. The bridge will enhance connectivity and greatly reduce travel time between Assam and Arunachal Pradesh. The PM said that infrastructure was extremely important for development. He added that the Union Government was dedicated to development of the Northeast.