
Textile, Tourism & Technology will be key drivers of India's developed future: PM at Global Investors Summit in Madhya Pradesh
February 24th, 10:35 am
At the Global Investors Summit in Bhopal, PM Modi declared a new era of growth, stating, The world’s future lies in India. Emphasizing 'Viksit Madhya Pradesh se Viksit Bharat,' he highlighted MP's vast potential in agriculture, minerals and industry. He further noted that with soaring global confidence and booming investments, India is rapidly advancing towards economic supremacy and clean energy leadership.
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ ভূপালত বিশ্ব বিনিয়োগকাৰী সন্মিলন, ২০২৫ উদ্বোধন কৰে
February 24th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ভূপালত বিশ্ব বিনিয়োগকাৰী সন্মিলন (GIS), ২০২৫ উদ্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে এই কাৰ্য্যসূচীলৈ অহাত পলম হোৱাৰ বাবে ক্ষমা বিচাৰে। দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ ব’ৰ্ড পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত তেখেতৰ নিৰাপত্তা ব্যৱস্থাই যাতে ছাত্ৰ-ছাত্ৰীসকলৰ অসুবিধা নকৰে, সেই কথা অনুধাৱন কৰা হৈছে বুলি তেখেতে কয়। শ্ৰী মোদীয়ে কয় যে ৰজা ভূজৰ ভূমিত বিনিয়োগকাৰী আৰু ব্যৱসায়িক নেতাসকলক আদৰণি জনাবলৈ পোৱাটো অসীম গৌৰৱৰ কথা। তেখেতে লগতে কয় যে আজিৰ এই অনুষ্ঠান গুৰুত্বপূৰ্ণ, কিয়নো এখনি বিকশিত মধ্যপ্ৰদেশ বা উন্নত মধ্যপ্ৰদেশ এখনি বিকশিত ভাৰতৰ অভিমুখে যাত্ৰাত অতিশয় প্ৰয়োজনীয়। তেখেতে এই সন্মিলনৰ সুন্দৰ আয়োজনৰ বাবে মধ্যপ্ৰদেশ চৰকাৰক অভিনন্দন জ্ঞাপন কৰে।
PM pays tributes to revered Shri Kushabhau Thackeray in Bhopal
February 23rd, 10:07 pm
Prime Minister Shri Narendra Modi paid tributes to the statue of revered Shri Kushabhau Thackeray in Bhopal today.২৩ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ মধ্যপ্ৰদেশ, বিহাৰ আৰু অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
February 22nd, 02:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ মধ্যপ্ৰদেশ, বিহাৰ আৰু অসম ভ্ৰমণ কৰিব। ২৩ ফেব্ৰুৱাৰীত তেওঁ মধ্যপ্ৰদেশৰ চট্টাৰপুৰ জিলালৈ যাত্ৰা কৰিব আৰু দুপৰীয়া প্ৰায় ২ বজাত বাগেশ্বৰ ধাম চিকিৎসা আৰু বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব। ২৪ ফেব্ৰুৱাৰীত পুৱা প্ৰায় ১০ বজাত প্ৰধানমন্ত্ৰীয়ে ভূপালত বিশ্ব বিনিয়োগকাৰী সন্মিলন, ২০২৫ উদ্বোধন কৰিব। ইয়াৰ পিছত তেওঁ বিহাৰৰ ভগলপুৰলৈ যাত্ৰা কৰিব আৰু প্ৰায় ২:১৫ বজাত পি এম কিষান আঁচনিৰ ১৯তম কিস্তি মুকলি কৰাৰ লগতে বিহাৰৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু দেশবাসীৰ নামত উৎসৰ্গা কৰিব। তেওঁ লগতে গুৱাহাটীলৈ যাত্ৰা কৰিব আৰু সন্ধিয়া প্ৰায় ৬ বজাত তেওঁ ঝুমুইৰ বিনন্দিনী (বিশাল ঝুমুইৰ অনুষ্ঠান) ২০২৫ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ২৫ ফেব্ৰুৱাৰীত পুৱা প্ৰায় ১০:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত এডভাণ্টেজ অসম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন, ২০২৫ উদ্বোধন কৰিব।AAP-da's sinking ship will drown in Yamuna Ji: PM Modi in Kartar Nagar, Delhi
January 29th, 01:16 pm
PM Modi today, addressed a massive crowd in Kartar Nagar, declared that Delhi had rejected excuses, fake promises, and deception. He asserted that the city demanded a double-engine BJP government focused on welfare and development, ensuring housing, modernization, piped water, and an end to the tanker mafia. Confident of victory, he proclaimed, On February 5th, AAP-da Jayegi, BJP Aayegi!”PM Modi’s power-packed rally in Kartar Nagar ignites BJP’s campaign
January 29th, 01:15 pm
PM Modi today, addressed a massive crowd in Kartar Nagar, declared that Delhi had rejected excuses, fake promises, and deception. He asserted that the city demanded a double-engine BJP government focused on welfare and development, ensuring housing, modernization, piped water, and an end to the tanker mafia. Confident of victory, he proclaimed, On February 5th, AAP-da Jayegi, BJP Aayegi!”ধন্বন্তৰী জয়ন্তী আৰু নৱম আয়ুৰ্বেদ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ২৯ অক্টোবৰত ১২,৮৫০ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষে স্বাস্থ্য খণ্ডৰ সৈতে জড়িত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ, উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব
October 28th, 12:47 pm
প্ৰধানমন্ত্ৰী মোদীয়ে ধ্বজাবাহী আঁচনি আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (পি এম-জে এ ৱাই)ৰ অধীনত ৭০ বছৰ আৰু তাতকৈ অধিক বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকলৈ হেল্থ কভাৰেজ সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰিব। ইয়াৰ দ্বাৰা সকলো জ্যেষ্ঠ নাগৰিকক তেওঁলোকৰ আয় যিয়েই নহওক কিয় হেল্থ কভাৰেজ প্ৰদান কৰাত সহায়ক হ’ব।Festive mood in Bhopal as PM Modi holds a grand roadshow!
April 24th, 09:50 pm
Prime Minister Narendra Modi held a spectacular roadshow in Bhopal, Madhya Pradesh. Scores of people gathered to greet the PM and cheer for the Bharatiya Janata Party. People enthusiastically chanted 'Modi Modi,' 'Bharat Mata ki Jai' and 'Phir Ek Baar Modi Sarkar.' The atmosphere was electric as supporters showered flower petals, creating a vibrant display of affection and support as the PM's convoy made its way through the city.মধ্যপ্ৰদেশৰ গোৱালিয়ৰত বিভিন্ন প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীযা অনুবাদ
October 02nd, 09:07 pm
এই ভূমি সাহস, আত্মা, সামৰিক গৌৰৱ, সংগীত, ৰুচি আৰু আত্মাৰ প্ৰতীক। গোৱালিয়ৰে দেশক বহু বিপ্লৱী বীৰ দিছে। গোৱালিয়ৰ– চম্বলে দেশ ৰক্ষাৰ বাবে আমাৰ সেনাবাহিনীক বহু বীৰ পুত্ৰ দিছে। গোৱালিয়ৰে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু নেতৃত্বৰো নতুন ৰূপ দিছিল।মধ্যপ্ৰদেশৰ গোৱালিয়ৰত প্ৰায় ১৯,২৬০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে
October 02nd, 03:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ গোৱালিয়ৰত প্ৰায় ১৯,২৬০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে দিল্লী-বদোদৰা এক্সপ্ৰেছৱে, পিএমএৱাইৰ অধীনত নিৰ্মাণ কৰা ২.২ লাখতকৈও অধিক ঘৰৰ গৃহ প্ৰৱেশ আৰু পিএমএৱাই-নগৰৰ অধীনত নিৰ্মাণ কৰা ঘৰসমূহৰ উৎসৰ্গা, জল জীৱন মিছন প্ৰকল্পৰ আধাৰশিলা স্থাপন, আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছনৰ অধীনত ৯ টা স্বাস্থ্য কেন্দ্ৰ, আইআইটি ইন্দোৰৰ শৈক্ষিক ভৱন উৎসৰ্গা আৰু চৌহদত হোষ্টেল আৰু অন্যান্য ভৱনৰ আধাৰশিলা স্থাপন আৰু ইন্দোৰত এখন মাল্টি-মডেল লজিষ্টিক পাৰ্ক স্থাপন কৰা।Congress party is being run by Urban Naxals: PM Modi at Karyakarta Mahakumbh in Bhopal
September 25th, 11:33 am
Addressing the large gathering in Madhya Pradesh’s Bhopal, Prime Minister Narendra Modi said, “Madhya Pradesh is an important centre not only of BJP's ideas but also of its vision of development. Therefore, today when the country has set out on a new development journey in the Amrit Kaal, the role of Madhya Pradesh has become even more important. Today investments are coming to India from all over the world and going to different states. This is the time to develop India and Madhya Pradesh.”PM Modi addresses the Karyakarta Mahakumbh in Bhopal
September 25th, 11:32 am
Addressing the large gathering in Madhya Pradesh’s Bhopal, Prime Minister Narendra Modi said, “Madhya Pradesh is an important centre not only of BJP's ideas but also of its vision of development. Therefore, today when the country has set out on a new development journey in the Amrit Kaal, the role of Madhya Pradesh has become even more important. Today investments are coming to India from all over the world and going to different states. This is the time to develop India and Madhya Pradesh.”মধ্যপ্ৰদেশৰ বীনাত উন্নয়নমুলক কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 14th, 12:15 pm
মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ভাই শিৱৰাজ জী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ হৰদীপ সিং পুৰী, মধ্যপ্ৰদেশৰ, সাংসদ, মন্ত্ৰী, বিধায়কসকলৰ লগতে মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল,মধ্যপ্ৰদেশৰ বিনাত ৫০,৭০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে
September 14th, 11:38 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ বিনাত ৫০,৭০০ কোটি টকাতকৈ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে ভাৰত পেট্ৰলিয়াম কৰ্প’ৰেশ্যন লিমিটেডৰ বিনা শোধনাগাৰত থকা পেট্ৰ’কেমিকেল কমপ্লেক্স প্ৰায় ৪৯ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব; নৰ্মদাপুৰম জিলাৰ এটা শক্তি আৰু নবীকৰণযোগ্য শক্তি উৎপাদন মণ্ডল; ইন্দোৰত দুখন আই টি পাৰ্ক; ৰাটলামত এখন মেগা ঔদ্যোগিক উদ্যান; আৰু সমগ্ৰ মধ্যপ্ৰদেশত ছটা নতুন ঔদ্যোগিক অঞ্চল।মধ্যপ্ৰদেশৰ ৰোজগাৰ মেলাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ
August 21st, 12:15 pm
আজি আপোনালোক সকলোৱে এই ঐতিহাসিক সময়ত শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বৰ সৈতে নিজকে জড়িত কৰিছে৷ এই বছৰ, মই লালকিল্লাৰ প্ৰাচীৰৰ পৰা সবিশেষ কৈছো যে কিদৰে ৰাষ্ট্ৰীয় চৰিত্ৰই দেশৰ উন্নয়নত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ এয়া ভাৰতৰ ভৱিষ্যত প্ৰজন্মক নতুন গঢ় দিয়াৰ, তেওঁলোকক আধুনিকতাৰে সজাই তোলাৰ আৰু তেওঁলোকক নতুন দিশ দিয়াৰ দায়িত্ব৷ মই ৫,৫০০তকৈ অধিক শিক্ষকক শুভেচ্ছা জনাইছো, যিসকলে মধ্যপ্ৰদেশৰ প্ৰাথমিক বিদ্যালয়ত নিযু্ক্তি লাভ কৰিছে৷ মোক জনোৱা মতে বিগত তিনি বছৰত মধ্যপ্ৰদেশত ৫০,০০০তকৈ অধিক শিক্ষক নিযুক্তি দিয়া হৈছে৷ মই ইয়াৰ বাবে ৰাজ্য চৰকাৰকো অভিনন্দন জনাইছো৷মধ্যপ্ৰদেশ ৰোজগাৰ মেলা সম্বোধন প্ৰধানমন্ত্ৰীৰ
August 21st, 11:50 am
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ লিংকৰ জৰিয়তে মধ্যপ্ৰদেশত আয়োজন কৰা বৃহৎ ৰোজগাৰ মেলা সম্বোধন কৰে।পাঁচখন বন্দে ভাৰত ট্রেইনৰ যাত্রাৰ সূচনা কৰিলে প্রধানমন্ত্রীয়ে
June 27th, 10:17 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে মধ্যপ্রদেশৰ ভোপালৰ ৰাণী কমলাপতি ৰে'ল ষ্টেচনত পাঁচখন বন্দে ভাৰত এক্সপ্রেছৰ যাত্রাৰ সূচনা কৰিছে। এইবিলাক হ'ল – ভোপাল (ৰাণী কমলাপতি)–ইন্দোৰ বন্দে ভাৰত এক্সপ্রেছ; ভোপাল (ৰাণী কমলাপতি)–জব্বলপুৰ বন্দে ভাৰত এক্সপ্রেছ; ৰাঁচি-পাটনা বন্দে ভাৰত এক্সপ্রেছ; ধাৰওৱাড়-বেঙ্গালুৰু বন্দে ভাৰত এক্সপ্রেছ আৰু গোৱা (মাদগাঁও)-মুম্বাই বন্দে ভাৰত এক্সপ্রেছ।I guarantee that the strictest possible action will be taken against the corrupt: PM Modi
June 27th, 12:04 pm
PM Modi flagged off five Vande Bharat Trains that will connect the six states of India including Madhya Pradesh, Goa, Karnataka, Jharkhand, Maharashtra and Bihar. After this, he addressed a public meeting on ‘Mera Booth Sabse Majboot’ in Bhopal. PM Modi acknowledged the role of the state of Madhya Pradesh in making the BJP the biggest political party in the world.PM Modi addresses Party Karyakartas during ‘Mera Booth Sabse Majboot’ in Bhopal, Madhya Pradesh
June 27th, 11:30 am
PM Modi flagged off five Vande Bharat Trains that will connect the six states of India including Madhya Pradesh, Goa, Karnataka, Jharkhand, Maharashtra and Bihar. After this, he addressed a public meeting on ‘Mera Booth Sabse Majboot’ in Bhopal. PM Modi acknowledged the role of the state of Madhya Pradesh in making the BJP the biggest political party in the world.প্ৰধানমন্ত্ৰীয়ে ২৭ জুনত মধ্য প্ৰদেশ ভ্ৰমণ কৰিব
June 26th, 12:50 pm
পুৱা প্ৰায় ১০:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ‘ৰাণী কমলাপতি ৰে'ল ষ্টেশ্যন’ত উপস্থিত হ'ব আৰু পাঁচখন বন্দে ভাৰত ৰে'লৰ ‘ফ্লেগ অফ’ কৰিব। এইকেইখন ‘বন্দে ভাৰত’ ৰে’ল হৈছে: ভূপাল (ৰাণী কমলাপতি)-ইন্দোৰ বন্দে ভাৰত এক্সপ্ৰেছ; ভূপাল (ৰাণী কমলাপতি)-জবলপুৰ বন্দে ভাৰত এক্সপ্ৰেছ; ৰাঁচী-পাটনা বন্দে ভাৰত এক্সপ্ৰেছ; ধাৰৱাড়-বেংগালুৰু বন্দে ভাৰত এক্সপ্ৰেছ আৰু গোৱা (মাদগাঁও)-মুম্বাই বন্দে ভাৰত এক্সপ্ৰেছ।