Our commitment to Chhattisgarh's growth is unwavering: PM Modi
June 14th, 02:29 pm
PM Modi dedicated multiple development projects worth over Rs. 22,000 crores in Bhilai, Chhattisgarh. The projects include expansion of Bhilai Steel Plant, Jagdalpur airport, Naya Raipur Command Centre, foundation stone of IIT Bhilai and roll out of BhartNet phase II. Speaking to a huge gathering, PM Modi said that solutions to all problems were only in development and the Centre would leave no stone unturned to ensure all-round progress of Chhattisgarh.চত্তীশগড় ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰীয়ে, নয়া ৰায়পুৰত ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰোল চেণ্টাৰ উদ্বোধন; আধূনিকৃত, সম্প্ৰসাৰিত ভিলাই তীখা প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা
June 14th, 02:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চত্তীশগড় ভ্ৰমণ কৰে। এই উপলক্ষে তেওঁ নয়া ৰায়পুৰ স্মাৰ্ট চিটীৰ ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰোল চেণ্টাৰ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীক নিয়ন্ত্ৰণ কেন্দ্ৰটোৰ বিভিন্ন দিশৰ সন্দৰ্ভত চমুকৈ অৱগত কৰা হয়।১৪ জুনত চত্তীশগড় ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
June 13th, 11:49 am
ভিলাইত তেওঁ আধুনিকৃত আৰু সম্প্ৰসাৰিত ভিলাই ষ্টীল প্ৰকল্প দেশবাসীৰ বাবে মুকলি কৰিব৷ এই আধুনিকীকৰণে প্ৰকল্পটোৰ উৎপাদন বৃদ্ধি, সামগ্ৰীৰ মান উন্নত, ব্যয় হ্ৰাসৰ লগতে বিদ্যুতৰ ব্যৱহাৰ কম কৰিব আৰু পৰিৱেশ সুৰক্ষা নিশ্চিত কৰিব৷PM's interaction through PRAGATI
May 25th, 06:04 pm