পালি আৰু মাৰাঠীক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি কৃতজ্ঞতা প্ৰকাশ ভিক্কু সংঘৰ সদস্যসকলৰ

পালি আৰু মাৰাঠীক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি কৃতজ্ঞতা প্ৰকাশ ভিক্কু সংঘৰ সদস্যসকলৰ

October 05th, 09:22 pm

মুম্বাইৰ ভিক্কু সংঘৰ সদস্যসকলে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি পালি আৰু মাৰাঠী ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ বাবে কেবিনেটে লোৱা সিদ্ধান্তত আনন্দ প্ৰকাশ কৰে।