চণ্ডীগড়ত তিনিখন নতুন অপৰাধমূলক আইন সফল ৰূপায়ণ দেশবাসীৰ নামত উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

December 02nd, 07:05 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ ডিচেম্বৰ, ২০২৪ৰ দুপৰীয়া ১২ বজাত চণ্ডীগড়ত তিনিখন পৰিৱৰ্তনশীল নতুন অপৰাধ আইন–ভাৰতীয় ন্যায়িক সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম–সফল ৰূপায়ণ দেশবাসীৰ নামত উৎসৰ্গা কৰিব।

সদনৰ অধ্যক্ষ নিৰ্বাচনৰ পিছত ১৮তম লোকসভাত প্ৰধানমন্ত্ৰীৰ ভাষণ

June 26th, 11:30 am

এই সদনৰ সৌভাগ্য যে আপুনি দ্বিতীয়বাৰৰ বাবে এই আসনখনত আসীন হৈছে। সকলোৰে হৈ আপোনাক আৰু এই সমগ্ৰ সদনক অভিনন্দন জনাইছোঁ।

অধ্যক্ষ নিৰ্বাচনৰ পিছত লোকসভাত প্ৰধানমন্ত্ৰীৰ ভাষণ

June 26th, 11:26 am

শ্ৰী ওম বিৰলাক সদনৰ অধ্যক্ষ হিচাপে সদনে নিৰ্বাচিত কৰাৰ পিছতে লোকসভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰে।

ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ ভাৰতীয় ন্যায্য সংহিতা, ২০২৩ আৰু ভাৰতীয সাক্ষ্য সংহিতা অধিনিয়ম ২০২৩ গহীত হোৱাটো আমাৰ ইতিহাসৰ এক ঐতিহাসিক মুহূৰ্তঃ প্ৰধানমন্ত্ৰী

December 21st, 09:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩, ভাৰতীয় ন্যায় সংহিতা, ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম, ২০২৩ সংসদত গৃহীত হোৱাক প্ৰশংসা কৰি ভাৰতৰ ইতিহাসৰ এক ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰিছে। তেওঁ আলোকপাত কৰে যে এই বিধেয়কসমূহে সমাজৰ দৰিদ্ৰ, প্ৰান্তীয় আৰু দুৰ্বল শ্ৰেণীৰ বাবে বৰ্ধিত সুৰক্ষা নিশ্চিত কৰাৰ লগতে সংগঠিত অপৰাধ, সন্ত্ৰাসবাদ আৰু এনেধৰণৰ অন্যান্য অপৰাধৰ ওপৰতো যথেষ্ট গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই আইনী সংস্কাৰসমূহে ভাৰতৰ আইনী কাঠামোক অমৃত কালত অধিক প্ৰাসংগিক আৰু সহানুভূতিশীল হ’বলৈ পুনৰ সংজ্ঞায়িত কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যসভাত তিনিখন বিধেয়ক সন্দৰ্ভত আলোচনা কৰাৰ ভিডিঅ’ও শ্বেয়াৰ কৰে।