JMM & Congress are running a marathon of scams in Jharkhand: PM Modi in Hazaribagh
October 02nd, 04:15 pm
Prime Minister Narendra Modi today addressed an enthusiastic crowd in Hazaribagh, Jharkhand. Kickstarting his address, PM Modi said, On this Gandhi Jayanti, I feel fortunate to be here. In 1925, Mahatma Gandhi visited Hazaribagh during the freedom struggle. Bapu's teachings are integral to our commitments. I pay tribute to Bapu. PM Modi highlighted the launch of the Dharti Aaba Janjatiya Gram Utkarsh Abhiyan, aimed at ensuring that every tribal family benefits from government schemes.PM Modi addresses the Parivartan Mahasabha in Hazaribagh, Jharkhand
October 02nd, 04:00 pm
Prime Minister Narendra Modi today addressed an enthusiastic crowd in Hazaribagh, Jharkhand. Kickstarting his address, PM Modi said, On this Gandhi Jayanti, I feel fortunate to be here. In 1925, Mahatma Gandhi visited Hazaribagh during the freedom struggle. Bapu's teachings are integral to our commitments. I pay tribute to Bapu. PM Modi highlighted the launch of the Dharti Aaba Janjatiya Gram Utkarsh Abhiyan, aimed at ensuring that every tribal family benefits from government schemes.Congress and JMM don't understand even the basics of development: PM Modi in Jamshedpur
May 19th, 11:20 am
Prime Minister Narendra Modi addressed a dynamic public meeting in Jamshedpur, Jharkhand, highlighting the significance of the upcoming Lok Sabha elections and the crucial issues at stake. Addressing an enthusiastic crowd, PM Modi underscored his commitment to the holistic development of Jharkhand and the nation.PM Modi addresses a public meeting in Jamshedpur, Jharkhand
May 19th, 11:00 am
Prime Minister Narendra Modi addressed a dynamic public meeting in Jamshedpur, Jharkhand, highlighting the significance of the upcoming Lok Sabha elections and the crucial issues at stake. Addressing an enthusiastic crowd, PM Modi underscored his commitment to the holistic development of Jharkhand and the nation.The situation of the Congress, which ruled for 60 years, is very worrying: PM Modi in Sabarkantha
May 01st, 04:15 pm
Prime Minister Narendra Modi addressed public meeting in Sabarkantha, Gujarat, marking the celebration of Gujarat's Foundation Day. PM Modi began his speech by expressing gratitude for the opportunity to seek blessings for his third term in the central government, emphasizing the significance of Gujarat in his political journey.PM Modi addresses public meetings in Banaskantha and Sabarkantha, Gujarat
May 01st, 04:00 pm
Prime Minister Narendra Modi addressed public meetings in Banaskantha and Sabarkantha, Gujarat, marking the celebration of Gujarat's Foundation Day. PM Modi began his speech by expressing gratitude for the opportunity to seek blessings for his third term in the central government, emphasizing the significance of Gujarat in his political journey.ঝাৰখণ্ডৰ ৰাঁচীত ‘ভগৱান’ বিৰচা মুণ্ডা স্মাৰক উদ্যান তথা স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয়’ পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰীয়ে
November 15th, 02:55 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ ৰাঁচীস্থিত ‘ভগৱান’ বিৰচা মুণ্ডা স্মাৰক উদ্যান তথা স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয়’ পৰিদৰ্শন কৰে। শ্ৰী মোদীয়ে ‘ভগৱান’ বিৰচা মুণ্ডাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে।১৪-১৫ নৱেম্বৰত ঝাৰখণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
November 13th, 07:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪-১৫ নৱেম্বৰ,২০২৩-ত ঝাৰখণ্ড ভ্ৰমণ কৰিব। ১৫ নৱেম্বৰৰ পুৱা প্ৰায় ৯:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ৰাঁচীৰ ‘ভগৱান বিৰচা মুণ্ডা স্মাৰক উদ্যান’ তথা স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তাৰ পিছত, তেওঁ ভগৱান বিৰচা মুণ্ডাৰ জন্মস্থান উলিহাটু গাঁৱত উপস্থিত হ'ব, য'ত তেওঁ ভগৱান বিৰচা মুণ্ডাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰিব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ‘ভগৱান’ বিৰচা মুণ্ডাৰ জন্মস্থান উলিহাটু গাঁও ভ্ৰমণ কৰা প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হ'ব। প্ৰধানমন্ত্ৰীয়ে খুণ্টিত পুৱা প্ৰায় ১১:৩০ বজাত তৃতীয় ‘জনজাতীয় গৌৰৱ দিৱস, ২০২৩’ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে 'বিকশিত ভাৰত সংকল্প যাত্ৰা' আৰু প্ৰধানমন্ত্ৰী বিশেষকৈ দুৰ্বল জনজাতীয় গোট মিছনৰ শুভাৰম্ভ কৰিব। তেওঁ ‘প্ৰধানমন্ত্ৰী-কিষাণ’ৰ ১৫ সংখ্যক কিস্তিৰ ধনো মুকলি কৰিব আৰু ঝাৰখণ্ডত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এলানি প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা তথা উদ্বোধন কৰিব।Today, the country is undertaking holistic initiatives for the betterment of tribal communities: PM Modi
October 27th, 02:46 pm
PM Modi addressed the program marking the centenary birth year celebrations of late Shri Arvind Bhai Mafatlal in Chitrakoot, Madhya Pradesh. PM Modi cited the life of Arvind Mafatlal as an example of glory of the company of saints as he dedicated his life and made it into a resolution of service in the guidance of Param Pujya Ranchhoddasji Maharaj. The PM said that we should imbibe the inspirations of Arvind Bhai.মধ্যপ্ৰদেশৰ চিত্ৰকূটত প্ৰয়াত শ্ৰী অৰবিন্দ ভাই মফতলালৰ জন্ম শতবাৰ্ষিকী উদযাপনত প্ৰধানমন্ত্ৰীৰ সম্বোধন
October 27th, 02:45 pm
আজি মধ্যপ্ৰদেশৰ চিত্ৰকূটত প্ৰয়াত শ্ৰী অৰবিন্দ ভাই মফতলালৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ দিয়ে। শ্ৰী সাধগুৰু সেৱা সংঘ ট্ৰাষ্ট ১৯৬৮ চনত পৰম পূজ্য ৰাঞ্চোদাসজী মহাৰাজে প্ৰতিষ্ঠা কৰিছিল। পৰম পূজ্য ৰাঞ্চোদাসজী মহাৰাজৰ পৰা অনুপ্ৰাণিত হৈ শ্ৰী অৰবিন্দ ভাই মফতলালে ট্ৰাষ্ট প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। শ্ৰী অৰবিন্দ ভাই মফতলাল স্বাধীনোত্তৰ ভাৰতৰ অন্যতম আগশাৰীৰ উদ্যোগী আছিল, যিয়ে দেশৰ বৃদ্ধিৰ কাহিনীত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।নতুন দিল্লীৰ মেজৰ ধ্যানচাঁদ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত "আদি মহোৎসৱ" উদ্বোধনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া ৰূপান্তৰ
February 16th, 10:31 am
মোৰ কেবিনেট সহকৰ্মী শ্ৰী অৰ্জুন মুণ্ডাজী, শ্ৰী ফাগ্গন সিং কুলাষ্টেজী, শ্ৰীমতী ৰেণুকা সিং জী, ড০ ভাৰতী পাৱাৰজী, শ্ৰী বিশেশ্বৰ টুডুজী, অন্যান্য বিশিষ্ট ব্যক্তি সকল আৰু দেশৰ বিভিন্ন ৰাজ্যৰ মোৰ সকলো জনজাতীয় ভাই-ভনীসকল! আদি মহোৎসৱলৈ আপোনালোক সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল।প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ মেজৰ ধ্যানচাঁদ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত আদি মহোৎসৱ উদ্বোধন কৰে
February 16th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ মেজৰ ধ্যানচাঁদ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হোৱা বৃহৎ ৰাষ্ট্ৰীয় জনজাতীয় মহোৎসৱ আদি মহোৎসৱ উদ্বোধন কৰে। আদি মহোৎসৱ হৈছে ৰাষ্ট্ৰীয় মঞ্চত জনজাতীয় সংস্কৃতি প্ৰদৰ্শন কৰাৰ এক প্ৰয়াস আৰু ই জনজাতীয় সংস্কৃতি, শিল্পকলা, ৰন্ধনপ্ৰণালী, বাণিজ্য আৰু পৰম্পৰাগত কলাৰ সত্বা দাঙি ধৰে। ই জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত জনজাতীয় সমবায় বিপণন বিকাশ ফেডাৰেচন লিমিটেডৰ (ট্ৰাইফেড) বাৰ্ষিক পদক্ষেপ।কলকাটাৰ ‘ভিক্টোৰীয়া মেম’ৰিয়েল হল’ত ‘বিপ্লৱী ভাৰত বিথিকা’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ
March 23rd, 06:05 pm
পশ্চিম বংগৰ ৰাজ্যপাল শ্ৰীমান জগদীপ ধনখড় জী, কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী শ্ৰী কিষণ ৰেড্ডী জী, ‘ভিক্টোৰীয়া মেম’ৰিয়েল হল’-ৰে জড়িত সকলো মহানুভৱ, বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকল, কলা আৰু সাংস্কৃতিক জগতৰ দিগগজসকল, আইসকলৰ লগতে সজ্জনসকল!শ্বহীদ দিৱসত কলকাতাৰ ভিক্টোৰিয়া মেম'ৰিয়েল হলত বিপ্লবী ভাৰত গেলেৰী উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
March 23rd, 06:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ দিৱস উপলক্ষে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ভিক্টোৰিয়া মেম'ৰিয়েল হলত বিপ্লবী ভাৰত গেলেৰী উদ্বোধন কৰে। এই অনুষ্ঠানত পশ্চিম বংগৰ ৰাজ্যপাল শ্ৰী জগদীপ ধনখৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডী উপস্থিত আছিল।Bhagwan Birsa lived for the society, sacrificed life for his culture and the country: PM
November 15th, 09:46 am
Prime Minister Narendra Modi inaugurated Bhagwan Birsa Munda Memorial Udyan cum Freedom Fighter Museum at Ranchi via video conferencing. He said, “This museum will become a living venue of our tribal culture full of persity, depicting the contribution of tribal heroes and heroines in the freedom struggle.”প্রধানমন্ত্রীয়ে জনজাতীয় গৌৰৱ দিৱসত ৰাঁচিত ভগৱান বিৰছা মুণ্ডা স্মৃতি উদ্যান তথা স্বাধীনতা যোদ্ধা সংগ্রহালয় উদ্বোধন কৰে
November 15th, 09:45 am
ভাৰত চৰকাৰে ভগৱান বিৰছা মুণ্ডাৰ জন্মবার্ষিকী জনজাতীয় গৌৰৱ দিৱস হিচাপে উদযাপনৰ কথা ঘোষণা কৰিছে। এই উপলক্ষে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত ৰাঁচিত ভগৱান বিৰছা মুণ্ডা স্মৃতি উদ্যান তথা স্বাধীনতা যোদ্ধা সংগ্রহালয়ৰ উদ্বোধন কৰে। অনুষ্ঠানত ঝাৰখণ্ডৰ ৰাজ্যপাল, মুখ্যমন্ত্রী আৰু একাধিক কেন্দ্রীয় মন্ত্রী উপস্থিত আছিল।