পিএম কিষাণ সন্মান নিধিৰ অধীনত বিত্তীয় সুবিধাৰ কিস্তি প্ৰদান অনুষ্ঠান উপলক্ষে প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

August 09th, 12:31 pm

বিগত কেইবাদিনৰ পৰা চৰকাৰৰ পৃথক আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে আলোচনা কৰি আহিছো৷ চৰকাৰে যি আঁচনি প্ৰস্তুত কৰিছে, তাৰ লাভালাভ জনসাধাৰণক কিদৰে প্ৰদান কৰিব পৰা যায়, সেয়া ভালদৰে জানিব বিচাৰিছো, যাতে জনসাধাৰণে প্ৰত্যক্ষভাৱে এই লাভ পাবলৈ সক্ষম হয়৷ এই কাৰ্যসূচীত উপস্থিত থকা কেন্দ্ৰীয় মন্ত্ৰীপৰিষদৰ মোৰ সতীৰ্থ সহযোগীবৃন্দ, দেশৰ বিভিন্ন ৰাজ্যৰ উপস্থিত মুখ্যমন্ত্ৰীসকল, উপ-ৰাজ্যপাল আৰু উপ-মুখ্যমন্ত্ৰীসকল, দেশৰ বিভিন্ন ৰাজ্যৰ মন্ত্ৰীসকল, অন্যান্য বিশিষ্ট ব্যক্তিসকল আৰু দেশৰ বিভিন্ন ঠাইৰ ভাই-ভনীসকল,

‘পিএম কিষাণ’-ৰ নৱম কিস্তিৰ ধন মোকলাই দিলে প্ৰধানমন্ত্ৰীয়ে; ১৯,৫০০কোটিৰো অধিক ধন প্ৰত্যক্ষ ভাবে প্ৰেৰণ কৰিলে ৯.৭৫কোটি হিতাধিকাৰী কৃষক পৰিয়ালৰ বেংক একাউণ্টলৈ

August 09th, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি’(পিএম-কিষাণ)ৰ অধীনত আদায় দিব লগা বিত্তীয় সহযোগিতাৰ পৰৱৰ্তি কিস্তিৰ ধন মোকলাই দিয়ে। এই কাৰ্যক্ৰমতে প্ৰধানমন্ত্ৰীয়ে একাংশ হিতাধিকাৰী খেতিয়কৰ সৈতেও বাৰ্তালাপ কৰে। ইয়াৰ জৰিয়তে ৯.৭৫কোটি হিতাধিকাৰী কৃষক পৰিয়ালৰ বেংক একাউণ্টলৈ ১৯,৫০০কোটিৰো অধিক ধন প্ৰত্যক্ষ ভাবে প্ৰেৰণ কৰাটো সম্ভৱ হয়। এয়া ‘পিএম কিষাণ’-ৰ জৰিয়তে খেতিয়কসকললৈ প্ৰদান কৰা নৱমটো কিস্তিৰ ধন।

ডিজিটেল ইণ্ডিয়া অভিযানৰ ৬ষ্ঠ বৰ্ষপূৰ্তিত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

July 01st, 11:01 am

কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী শ্ৰী ৰৱিশংকৰ প্ৰসাদ জী, শ্ৰী সঞ্জয় ধোত্ৰে জী, ডিজিটেল ইণ্ডিয়াৰ ভিন-ভিন initiativeৰ সৈতে জড়িত সকলো মোৰ বন্ধু, ভাই আৰু ভনীসকল! Digital India অভিযানৰ ৬টা বছৰ সম্পূৰ্ণ হোৱাত আপোনালোক সকলোকে বহুত-বহুত শুভকামনা!

‘ডিজিটেল ইণ্ডিয়া’ ৰ হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়

July 01st, 11:00 am

আজি ‘ডিজিটেল ইণ্ডিয়া’ ৰ শুভাৰম্ভৰ ছয় বছৰ পূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ‘ডিজিটেল ইণ্ডিয়া’ ৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় ইলেকট্ৰনিক্স আৰু আইটি দপ্তৰৰ মন্ত্ৰী শ্ৰী ৰবি শংকৰ প্ৰসাদ আৰু শিক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সঞ্জয় শমৰাও ধোত্রেও উপস্থিত থাকে।

২৮.০৩.২০২১ তাৰিখে ‘মন কী বাত’ৰ ৭৫তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ

March 28th, 11:30 am

২৮.০৩.২০২১ তাৰিখে ‘মন কী বাত’ৰ ৭৫তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ