‘বিকাশ আৰু আকাংক্ষী অৰ্থনীতিৰ বাবে বিত্তীয়কৰণ’ সন্দৰ্ভত অনুষ্ঠিত বাজেট-উত্তৰ ৱে’বিনাৰ সম্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
March 08th, 02:23 pm
সৰ্বপ্ৰথমে ‘আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস’ উপলক্ষে আপোনালোক সকলোকে শুভকামনা জনাইছো। আৰু, আজি আমি যেতিয়া বাজেট সন্দৰ্ভত আলোচনা কৰাৰ বাবে সমবেত হৈছোহি সেই মুহূৰ্তত ভাৰতৰ দৰে এখন বিশাল দেশৰ বিত্তমন্ত্ৰীগৰাকীও এগৰাকী মহিলা হোৱাটো আমাৰ বাবে নিতান্তই গৌৰৱৰ কথা। এইগৰাকী বিত্তমন্ত্ৰীয়ে দেশক এখন খুৱেই প্ৰগতিশীল বাজেট প্ৰদান কৰিছে।'বিকাশ আৰু উচ্চাকাংক্ষী অৰ্থনীতিৰ বাবে বিত্তীয় যোগান' শীৰ্ষক বাজেট-পৰৱৰ্তী ৱেবিনাৰত বক্তব্য ৰাখে প্ৰধানমন্ত্ৰীয়ে
March 08th, 11:57 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'বিকাশ আৰু উচ্চাকাংক্ষী অৰ্থনীতিৰ বাবে বিত্তীয় যোগান' শীৰ্ষক বাজেট-পৰৱৰ্তী ৱেবিনাৰত বক্তব্য ৰাখ। এয়া প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰা দশমখন বাজেট-পৰৱৰ্তী ৱেবিনাৰ।India-Bangladesh Power Grid Transmission Line is our gateway to the East: PM Modi
March 23rd, 11:38 am
PM Narendra Modi, Bangladesh PM Sheikh Hasina, jointly dedicate second cross border transmission interconnection system between India and Bangladesh
March 23rd, 11:37 am