নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত ভাৰত মোবিলিটি গ্লোবেল এক্সপোত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 02nd, 04:31 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহকৰ্মী শ্ৰী নীতিন গাডকাৰীজী, নাৰায়ণ ৰাণেজী, পীয়ুষ গোৱেলজী, হৰদীপ সিং পুৰীজী, মহেন্দ্ৰ নাথ পাণ্ডেজী, উদ্যোগটোৰ সকলো বিশিষ্ট ব্যক্তি, অন্যান্য গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল!ভাৰত ম’বিলিটী গ্লোবেল এক্সপো ২০২৪ সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
February 02nd, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘ভাৰত মণ্ডপম’ত ভাৰতৰ সৰ্ববৃহৎ আৰু এই ধৰণৰ প্ৰথমখন গতিশীলতা সম্পৰ্কীয় প্ৰদৰ্শনী ‘ভাৰত ম’বিলিটী গ্লোবেল এক্সপো ২০২৪’ৰ এক কাৰ্যসূচীত সম্বোধন কৰে। তেওঁ পদব্ৰজে ‘এক্সপো’ৰ একাংশ পৰিভ্ৰমণ কৰে। ‘ভাৰত মোবিলিটী গ্লোবেল এক্সপো ২০২৪’-ত গতিশীলতা আৰু স্বয়ংচালিত মূল্য শৃংখলাত ভাৰতৰ সামৰ্থ্য প্ৰদৰ্শন কৰা হৈছে আৰু ইয়াত প্ৰদৰ্শনী, সন্মিলন, ক্ৰেতা-বিক্ৰেতাৰ সভা, ৰাজ্যিক অধিৱেশন, পথ সুৰক্ষা পেভিলিয়ন, আৰু ৰাইজক আৰ্কিষত কৰিব পৰা ‘গো-কাৰ্টিঙ’ৰ দৰে অনুষ্ঠানৰ দিহা কৰা হ'ব।This nation belongs to each and every Indian: PM Modi
April 17th, 02:37 pm
At Dadra and Nagar Haveli, PM Modi inaugurated several government projects, distributed sanction letters to beneficiaries of PMAY Gramin and Urban, and gas connections to beneficiaries of Ujjwala Yojana. PM Modi also laid out his vision of a developed India by 2022 where everyone has own houses. PM Modi also emphasized people to undertake digital transactions and make mobile phones their banks.PM launches Government projects in Dadra and Nagar Haveli
April 17th, 02:36 pm
PM Narendra Modi inaugurated several Government projects at Silvassa, Dadra and Nagar Haveli. These include Government buildings, solar PV systems, Jan Aushadhi Kendras and a Passport Seva Kendra. He also distributed Aids and Assistive Devices to Divyangjans, and other benefits under existing Government schemes.