প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰৰ সৌন্দৰ্য আৰু আতিথ্যৰ প্ৰতি নাগৰিকৰ সঁহাৰি ভাগ-বতৰা কৰে
October 08th, 10:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰৰ সৌন্দৰ্য আৰু আতিথ্যৰ প্ৰতি নাগৰিকৰ সঁহাৰি ভাগ-বতৰা কৰি বৈচাৰণ, অৰু, কোকেৰনাগ, আচ্ছবাল, গুলমাৰ্গ, শ্ৰীনগৰ আৰু ডাল হ্ৰদৰ সৌন্দৰ্যৰ ওপৰত আলোকপাত কৰে।