প্ৰধানমন্ত্ৰীৰ গুৱাহাটীত বিহু অনুষ্ঠানৰ কাৰ্য্যসূচী সম্বোধনৰ পূৰ্ণপাঠ
April 14th, 06:00 pm
মই অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। এই শুভ মুহূৰ্তত আপোনালোকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।প্ৰধানমন্ত্ৰীয়ে অসমৰ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ১০,৯০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰে, উদ্বোধন কৰে আৰু দেশবাসীলৈ উৎসৰ্গা কৰে
April 14th, 05:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ১০,৯০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীলৈ উৎসৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত পলাশবাৰী আৰু শুৱালকুছি সংযোগী এখন দলঙৰ আধাৰশিলা স্থাপন, শিৱসাগৰৰ ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ প্ৰকল্প, নামৰূপত ৫০০ টিপিডি মিথানল প্ৰকল্পৰ উদ্বোধন আৰু পাঁচটা ৰে'ল প্ৰকল্প দেশবাসীলৈ উৎসৰ্গা। প্ৰধানমন্ত্ৰীয়ে দহ হাজাৰৰো অধিক বিহু নৃত্যশিল্পীৰ দ্বাৰা পৰিৱেশন কৰা এক বৰ্ণিল বিহু কাৰ্যসূচীও প্ৰত্যক্ষ কৰে।‘বৈশাখী’ উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
April 14th, 08:36 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘বৈশাখী’ৰ পৱিত্ৰ উপলক্ষত ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী শ্ৰী ঋষি ছুনাকৰ সৈতে টেলিফোনত কথা পাতে
April 13th, 09:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউনাইটেড কিংডমৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী ঋষি ছুনাকৰ সৈতে টেলিফোনত কথা পাতে।নতুন দিল্লীত প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 14th, 05:29 pm
দেশৰ বিভিন্ন প্রান্তত বৰ্তমান অতি উৎসাহ-উদ্দীপনাৰে বিভিন্ন উৎসৱ আৰু পৰ্বৰ উদযাপন সমাৰোহ চলিছে। দেশৰ বিভিন্ন প্ৰান্তত ক’ৰবাত বৈশাখী, আকৌ ক’ৰবাত ব’হাগ বিহু পালন কৰা হৈছে! আজিৰ পৰাই ওড়িয়া নৱবর্ষও আৰম্ভ হৈছে, সেয়েহে ওড়িশাবাসীক মোৰ শুভেচ্ছা জনাইছো৷ আমাৰ তামিলনাডুৰ ভাই-ভনীসকলেও আজি নতুন বছৰক আদৰণি জনাইছে, মই তেওঁলোক সকলোকে ‘পুত্তাণ্ড’ৰ অজস্র শুভকামনা জনাইছো৷ তদুপৰি, দেশৰ বিভিন্ন অঞ্চলত নৱবর্ষ আৰম্ভ হৈছে, বিভিন্ন ধৰণৰ পৰ্ব উদযাপন কৰা হৈছে৷ মই সমগ্ৰ দেশবাসীক এই পৰ্ব, অনুষ্ঠান আৰু উৎসৱ উপলক্ষে বহুত বহুত শুভেচ্ছা জনাইছো, আপোনালোক সকলোকে ভগবান মহাবীৰ জয়ন্তী উপলক্ষে বহুত বহুত শুভকামনা জনাইছো৷PM Modi inaugurates Pradhanmantri Sanghralaya in New Delhi
April 14th, 11:00 am
PM Modi inaugurated Pradhanmantri Sanghralaya in New Delhi. Addressing a gathering on the occasion, the PM said, “Every Prime Minister of the country has contributed immensely towards achieving of the goals of constitutional democracy. To remember them is to know the journey of independent India.”PM greets people on the special occasion of Baisakhi
April 14th, 09:10 am
The Prime Minister, Shri Narendra Modi has greeted people on the special occasion of Baisakhi.পুনৰনিৰ্মিত জালিয়ানাৱালা বাগ স্মাৰক চৌহদ ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অনুবাদ
August 28th, 08:48 pm
পাঞ্জাৱৰ ৰাজ্যপাল শ্ৰী ভি পি সিং বদনৌৰ জী, পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেন অমৰেন্দৰ সিং জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডত মোৰ সহযোগী শ্ৰী জী কিষাণ ৰেড্ডী জী, শ্ৰী অৰ্জুন ৰাম মেঘবাল জী, শ্ৰী সোম প্ৰকাশ জী, সংসদৰ মোৰ সহযোগী শ্ৰী শ্বেত মালিক জী, কাৰ্যক্ৰমত জড়িত হোৱা সকলো মুখ্যমন্ত্ৰীবৰ্গ, জন-প্ৰতিনিধিবৰ্গ, শ্বহীদৰ পৰিয়ালবৰ্গ, ভাই আৰু ভনীসকল!প্রধানমন্ত্রীয়ে জাতিৰ উদ্দেশ্যে জালিয়ানৱালাবাগ স্মাৰকৰ পুনর্নিমিত প্রাঙ্গনটো উৎসর্গ কৰিছে
August 28th, 08:46 pm
ধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত জালিয়ানৱালাবাগ স্মাৰকৰ পুনর্নিমিত প্রাঙ্গনটো জাতিৰ উদ্দেশ্যে উৎসর্গ কৰে। তেওঁ স্মাৰক সংগ্রহশালাৰ গেলাৰীবিলাকো উদ্বোধন কৰে। কেন্দ্রীয় চৰকাৰে স্মাৰক প্রাঙ্গনটোৰ উন্নয়নকল্পে এলানি পদক্ষেপ লৈছে।বৈশাখী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
April 13th, 09:31 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৈশাখীৰ বিশেষ উপলক্ষত জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।২৮.০৩.২০২১ তাৰিখে ‘মন কী বাত’ৰ ৭৫তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
March 28th, 11:30 am
২৮.০৩.২০২১ তাৰিখে ‘মন কী বাত’ৰ ৭৫তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰLockdown in India will be extended till 3rd May: PM Modi
April 14th, 11:30 am
Addressing the nation on COVID-19, PM Narendra Modi said the government has decided to extend the nationwide lockdown up to 3rd May. PM Modi said the Centre will closely monitor hotspots in states across India and added that those areas where there are no hotspots will get partial relief after April 20th.PM addresses the nation for 4th time in 4 Weeks in India’s fight against COVID-19
April 14th, 09:37 am
Addressing the nation on COVID-19, PM Narendra Modi said the government has decided to extend the nationwide lockdown up to 3rd May. PM Modi said the Centre will closely monitor hotspots in states across India and added that those areas where there are no hotspots will get partial relief after April 20th.PM greets people on Baisakhi
April 13th, 10:48 am
The Prime Minister, Shri Narendra Modi has greeted the people on Baisakhi.Key points from Prime Minister’s address to the nation on Independence Day
August 15th, 09:33 am
Addressing the nation from the ramparts of the Red Fort, PM Narendra Modi greeted people on Independence Day and said that the country was filled with confidence and scaling new heights. He said that from being seen as among the fragile five, India was now the land of reform, perform and transform and the country was poised for record economic growth.লালকিল্লাৰ আবেষ্টনীৰ পৰা ৭২সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী ভাষণ
August 15th, 09:30 am
৭২সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ আবেষ্টনীৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ আগবঢ়ায়।লালকিল্লাৰ আবেষ্টনীৰ পৰা ৭২সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
August 15th, 09:30 am
৭২সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ আবেষ্টনীৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ আগবঢ়ায়।বিভিন্ন উৎসৱ উপলক্ষে দেশবাসীলৈ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
April 14th, 10:27 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন উৎসৱ উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।দেশবাসীলৈ প্ৰধানমন্ত্ৰী মোদীৰ ডঃ আম্বেদকাৰ ৰাষ্ট্ৰীয় স্মাৰক উচৰ্গা
April 13th, 07:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাবা চাহেব আম্বেদকাৰৰ জন্ম জয়ন্তী উপলক্ষে দিল্লীৰ ২৬ আলিপুৰ পথত ডঃ আম্বেদকাৰ ৰাষ্ট্ৰীয় স্মাৰক মুকলি কৰে৷PM greets people on Baisakhi
April 13th, 11:45 am
The Prime Minister, Shri Narendra Modi has greeted the people on Baisakhi.“बैसाखी की सभी देशवासियों को बहुत-बहुत शुभकामनाएं।, the Prime Minister said.