সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত অটল বিশ্বাস পুনৰ দৃঢ় কৰাৰ বাবে দেশবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ: মন কী বাlত প্ৰধানমন্ত্ৰী মোদী
June 30th, 11:00 am
ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে, যেতিয়াই মাহটোৰ শেষৰ দেওবাৰটো আহিছিল, তেতিয়াই আপোনালোকৰ লগত এই বাৰ্তালাপৰ অভাৱ অনুভৱ কৰিছিলোঁ। কিন্তু মোৰ এইটো দেখি বহুত ভাল লাগিছিল যে এই মাহবোৰত আপোনালোকে মোলৈ লাখ লাখ মেছেজ পঠালে। 'মন কী বাত' ৰেডিঅ' অনুষ্ঠানটো কেইমাহমানৰ বাবে বন্ধ হৈ থাকিলেও কিন্তু 'মান কী বাত'ৰ উচাহ দেশত, সমাজত, প্ৰতিদিনে ভাল কাম, নিস্বাৰ্থ মনোভাৱেৰে কৰা কাম, সমাজৰ কামৰ ওপৰত ইতিবাচক প্ৰভাৱ-অবিৰতভাৱে চলি থাকিল। নিৰ্বাচনৰ খবৰৰ মাজতে নিশ্চয় মনটোক চুই যোৱা এইবোৰ খবৰ আপোনালোকে লক্ষ্য কৰিছে।প্ৰধানমন্ত্ৰীয়ে বাহৰেইন সাম্ৰাজ্যৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী মহামহিম ছালমান বিন হামাড অল খালিফাৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে
February 01st, 06:19 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাহৰেইন সাম্ৰাজ্যৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী মহামহিম ছালমান বিন হামাড অল খালিফাৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে। প্ৰিন্স ছালমানে ভাৰতৰ গণৰাজ্য দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা জনায়।ভাৰতীয় নৌ সেনা বাহিনীয়ে গ্ৰহণ কৰা ক’ভিড সম্পৰ্কীয় প্ৰচেষ্টাৱলীৰ পৰ্যালোচনা কৰিলে প্ৰধানমন্ত্ৰীয়
May 03rd, 07:40 pm
প্ৰধানমন্ত্ৰী মোদীক আজি নৌ সেনাৰ মুৰব্বী এডমাইৰেল কৰমবীৰ সিঙে সাক্ষাৎ কৰে৷বাহৰেইনৰ প্ৰধানমন্ত্ৰী মহামহিম খালিফা বিন ছলমান অল খালিফাৰ বিয়োগত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী
November 11th, 07:18 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাহৰেইনৰ প্ৰধানমন্ত্ৰী মহামহিম যুৱৰাজ খালিফা বিন ছলমান অল খালিফাৰ বিয়োগত শোক প্ৰকাশ কৰিছে।Telephone Conversation between PM and King of the Kingdom of Bahrain
April 06th, 08:46 pm
PM Narendra Modi had a telephone conversation today with His Majesty Hamad Bin Isa Al Khalifa, King of the Kingdom of Bahrain. The two leaders discussed the ongoing COVID-19 health crisis and its consequences, including on logistics chains and financial markets.List of MoU/Agreement exchanged during the visit of Prime Minister to Bahrain
August 25th, 12:11 am
India-Bahrain Joint Statement on the Visit of Prime Minister to Bahrain
August 24th, 11:30 pm
At the invitation of His Royal Highness Prince Khalifa bin Salman Al Khalifa, Prime Minister of the Kingdom of Bahrain, His Excellency Shri Narendra Modi, Prime Minister of the Republic of India paid State visit to the Kingdom of Bahrain on 24 and 25 August 2019. He was accompanied by a high-level delegation of senior officials.India and Bahrain have deep rooted ancient ties: PM Modi
August 24th, 09:39 pm
PM Narendra Modi addressed a community programme in Bahrain. He spoke at length about India's growth and shed light on initiatives to make the country a $5 trillion economy. The PM appreciated the Indians living Bahrain and applauded them for their contributions. PM Modi also highlighted how the entire world was astonished by India's successful space missions.Prime Minister Modi addresses community programme in Bahrain
August 24th, 09:38 pm
PM Narendra Modi addressed a community programme in Bahrain. He spoke at length about India's growth and shed light on initiatives to make the country a $5 trillion economy. The PM appreciated the Indians living Bahrain and applauded them for their contributions. PM Modi also highlighted how the entire world was astonished by India's successful space missions.PM Modi conferred 'The King Hamad Order of the Renaissance' during his visit to Bahrain
August 24th, 08:18 pm
PM Narendra Modi visited Bahrain during 24-25 August. This was the first ever prime ministerial visit from India to Bahrain. During his visit, PM Modi was conferred the prestigious 'The King Hamad Order of the Renaissance', the highest honour of Bahrain.Prime Minister Modi arrives at Manama, Bahrain
August 24th, 06:45 pm
PM Narendra Modi arrived at Manama, Bahrain. This is the first ever visit by an Indian PM to Bahrain.ফ্ৰান্স, ইউএই আৰু বাহৰেইন ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি
August 21st, 10:12 pm
মোৰ ফ্রান্স ভ্ৰমণ শক্তিশালী কৌশলগত অংশীদাৰিত্বৰ প্ৰতিফলন, যাক আমি দুয়োখন দেশেই গভীৰভাবে মূল্য দিও। ২২ আৰু ২৩ আগষ্টত মই ফ্ৰান্সত দ্বিপাক্ষিক বৈঠকক অংশগ্ৰহণ কৰিম৷ ইয়াৰ মাজতে ৰাষ্ট্ৰপতি মেক্ৰ’ৰ সৈতে এক সন্মিলন আৰু প্ৰধানমন্ত্রী ফিলিপৰ সৈতেও এখন বৈঠকত মিলিত হ’ম। ফ্ৰান্সত ভাৰতীয় সমূদায়ৰ সৈতেও মই মত-বিনিময় কৰিম। ১৯৫০ আৰু ১৯৬০ চনত ফ্রান্সত দুটাকৈ এয়াৰ ইণ্ডিয়া বিমান দুৰ্ঘটনাত প্ৰাণহানি হোৱাৰ লোকসকলৰ স্মৰণত এক স্মাৰক উচৰ্গা কৰিম।Social Media Corner 24th October
October 24th, 11:27 pm
Your daily does of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!Prime Minister meets the Foreign Minister of Bahrain
February 23rd, 05:20 pm
Prime Minister meets the Foreign Minister of Bahrain