পশ্চিম বংগৰ বাগডোগ্ৰা বিমান বন্দৰত আনুমানিক ১৫৪৯ কোটি টকা ব্যয় সাপেক্ষে নতুন চিভিল এনক্লেভৰ উন্নয়নত মন্ত্ৰীসভাৰ অনুমোদন
August 16th, 09:22 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অর্থনৈতিক কেবিনেট কমিটীয়ে পশ্চিম বংগৰ শিলিগুৰি বাগডোগ্ৰা বিমান বন্দৰত আনুমানিক ১৫৪৯ কোটি টকা ব্যয় সাপেক্ষে নিউ চিভিল এনক্লেভৰ উন্নয়নৰ বাবে ভাৰতীয় বিমান বন্দৰ কর্তৃপক্ষৰ প্রস্তাৱত অনুমোদন জনাইছে৷