প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বেডমিণ্টন খেলুৱৈ নিত্যা শ্ৰী শিৱনক ব্ৰঞ্জৰ পদক জয়ৰ বাবে অভিনন্দন জনাইছে
September 03rd, 10:53 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চলিত পেৰিছ পেৰালিম্পিকত মহিলাৰ একক বেডমিণ্টন এছ এইচ-৬ ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে নিত্যা শ্ৰী শিৱনক অভিনন্দন জ্ঞাপন কৰে।‘পেৰিছ পেৰালিম্পিক’ত ‘ৰূপৰ পদক’ জয় কৰাৰ বাবে ‘বেডমিণ্টন খেলুৱৈ’ সুহাস যথিৰাজক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 02nd, 11:35 pm
চলিত ‘পেৰিছ পেৰালিম্পিক’ত পুৰুষৰ একক ‘এছ এল ৪ বেডমিণ্টন প্ৰতিযোগিতা’ত ‘ৰূপৰ পদক’ অৰ্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সুহাস যথিৰাজক অভিনন্দন জ্ঞাপন কৰে।ৰূপৰ পদক অৰ্জনৰ বাবে বেডমিণ্টন খেলুৱৈ থুলাছিমাথি মুৰুগেছনক অভিনন্দন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
September 02nd, 09:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চলিত পেৰিছ পেৰালিম্পিকত মহিলা বেডমিণ্টন এছইউ৫ ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে থুলাচিমাথি মুৰুগেছনক অভিনন্দন জনায়।বেডমিণ্টন খেলুৱৈ মনীষা ৰামদাসক ‘ব্ৰঞ্জৰ পদক’ জয় কৰাৰ বাবে অভিনন্দন জনায় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 02nd, 09:14 pm
চলিত ‘পেৰিছ পেৰালিম্পিক’ত মহিলা ‘বেডমিণ্টন এছইউ৫ প্ৰতিযোগিতা’ত ‘ব্ৰঞ্জৰ পদক’ অৰ্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মনীষা ৰামদাসক অভিনন্দন জ্ঞাপন কৰে।Paralympics 2024: PM Modi congratulates Nitesh Kumar on winning Gold Medal
September 02nd, 08:16 pm
The Prime Minister Shri Narendra Modi today congratulated Nitesh Kumar for winning a Gold medal in the Para Badminton Men's Singles SL3 event at the ongoing Paris Paralympics in France.সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত অটল বিশ্বাস পুনৰ দৃঢ় কৰাৰ বাবে দেশবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ: মন কী বাlত প্ৰধানমন্ত্ৰী মোদী
June 30th, 11:00 am
ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে, যেতিয়াই মাহটোৰ শেষৰ দেওবাৰটো আহিছিল, তেতিয়াই আপোনালোকৰ লগত এই বাৰ্তালাপৰ অভাৱ অনুভৱ কৰিছিলোঁ। কিন্তু মোৰ এইটো দেখি বহুত ভাল লাগিছিল যে এই মাহবোৰত আপোনালোকে মোলৈ লাখ লাখ মেছেজ পঠালে। 'মন কী বাত' ৰেডিঅ' অনুষ্ঠানটো কেইমাহমানৰ বাবে বন্ধ হৈ থাকিলেও কিন্তু 'মান কী বাত'ৰ উচাহ দেশত, সমাজত, প্ৰতিদিনে ভাল কাম, নিস্বাৰ্থ মনোভাৱেৰে কৰা কাম, সমাজৰ কামৰ ওপৰত ইতিবাচক প্ৰভাৱ-অবিৰতভাৱে চলি থাকিল। নিৰ্বাচনৰ খবৰৰ মাজতে নিশ্চয় মনটোক চুই যোৱা এইবোৰ খবৰ আপোনালোকে লক্ষ্য কৰিছে।গুৱাহাটী, অসমত খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
February 19th, 08:42 pm
খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছত আপোনালোক সকলোৰে সৈতে যোগদান কৰি মই অত্যন্ত আনন্দিত হৈছোঁ। এইবাৰ উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ বিভিন্ন চহৰত অনুষ্ঠিত হ’বলৈ গৈ আছে এই খেলসমূহ। এই খেলসমূহৰ মেস্কট এটা পখিলা অষ্টলক্ষ্মী তৈয়াৰ কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক মই প্ৰায়ে ভাৰতৰ অষ্টলক্ষ্মী বুলি কওঁ। এই খেলসমূহত এটা পখিলাক মেস্কট কৰি তোলাটোও উত্তৰ-পূৰ্বাঞ্চলৰ আকাংক্ষাবোৰে কেনেদৰে নতুন ডেউকা পাবলৈ ধৰিছে তাৰ প্ৰতীক। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা সকলো খেলুৱৈলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দেশৰ চুক-কোণৰ পৰা অহা আপোনালোক সকলো খেলুৱৈয়ে গুৱাহাটীত এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ এক ভৱিষ্যৎ ছবি সৃষ্টি কৰিছে। আপোনালোকে উঠিপৰি খেলক, কঠোৰভাৱে খেলক, নিজকে জয়ী কৰক...নিজৰ দলটোক জয়ী কৰক...আৰু হাৰিলেও টেনচন ল'বলগীয়া নাই। হাৰিলেও ইয়াৰ পৰা বহু কথা শিকি যাব।প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত আয়োজিত খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া সম্বোধন কৰে
February 19th, 06:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ' বাৰ্তাৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যত অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়াত ভাষণ প্ৰদান। প্ৰধানমন্ত্ৰী মোদীয়ে পখিলাৰ আকৃতিৰঅষ্টলক্ষ্মী, অৰ্থাৎ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ শুভংকৰৰকথা উল্লেখ কৰে। প্ৰায়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক অষ্টলক্ষ্মীবুলি অভিহিত কৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “এই খেলসমূহত পখিলাটোক শুভংকৰ কৰি তোলাটোও উত্তৰ-পূবৰ আকাংক্ষাই কেনেদৰে এক নতুন ডেউকা লাভ কৰিছে তাক চিহ্নিত কৰে।“PM congratulates Indian team for winning Women's Team Trophy at Badminton Asia Championships
February 18th, 09:39 pm
The Prime Minister, Shri Narendra Modi, today congratulated the Indian team on creating history by winning the Women's Team Trophy at the Badminton Asia Championships.প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰাপকসকলৰ সৈতে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ
January 23rd, 06:01 pm
আজি আগবেলা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ লোক কল্যাণ মাৰ্গস্থিত তেখেতৰ বাসগৃহত প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ (PMRBP) প্ৰাপকসকলৰ সৈতে মত-বিনিময় কৰে।এছিয়ান গেমছ ২০২২ ত ভাৰতক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলৰ সৈতে এক বাৰ্তালাপত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
November 01st, 07:00 pm
মই আপোনালোক সকলোকে লগ পোৱাৰ সুযোগ বিচাৰি আছিলো আৰু লগতে অপেক্ষা কৰি আছো, কেতিয়া লগ পাম, কেতিয়া মই আপোনালোকৰ অভিজ্ঞতা শুনিবলৈ পাম। আৰু মই দেখিছোঁ যে যেতিয়াই আপোনালোক নতুন উৎসাহেৰে আহে, নিজেই এক বৃহৎ অনুপ্ৰেৰণা হৈ পৰে, দেশৰ বাবে দহৰ বাবে। গতিকে প্ৰথমে, মই আপোনালোক সকলোকে পোনপ্ৰথমেই এষাৰ কথাই ক’বলৈ বিচাৰিছো, সেয়া হৈছে আপোনালোক সকলোকে বহুত বহুত অভিনন্দন। আপোনালোক ভাৰতৰ বাহিৰত আছিল, চীনত খেলি আছিল, কিন্তু হয়তো আপোনালোকে হয়তো নাজানে, মইও আপোনালোকৰ সৈতেই আছিলো, মনে প্ৰাণে। মই আপোনালোকৰ প্ৰতিটো মুহূৰ্ত খবৰ ৰাখিছিলো, আপোনালোকৰ প্ৰচেষ্টা, আপোনালোকৰ আত্মবিশ্বাসৰ গাঁথা শুনি বিভোৰ হৈছিলো। আপোনালোক সকলোৱে দেশখনক যিদৰে গৌৰৱান্বিত কৰিছে, সেয়া সঁচাকৈয়ে অভূতপূৰ্ব। আৰু তাৰ বাবে, আপোনালোকক, আপোনালোকৰ প্ৰশিক্ষকসকলক, আপোনালোকৰ পৰিয়ালৰ সদস্যসকলক যিমানেই অভিনন্দন দিম সিমানে কমেই হ’ব। আৰু এই ঐতিহাসিক সফলতাৰ বাবে দেশবাসীৰ হৈ মই আপোনালোক সকলোকে পুনৰবাৰ অভিনন্দন জনাইছো।এছিয়ান পেৰা গেমছ ২০২২ত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈৰ দলটোক সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
November 01st, 04:55 pm
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ মেজৰ ধ্যান চান্দ নেচনেল ষ্টেডিয়ামত ভাৰতৰ এছিয়ান পেৰা গেমছৰ দলটোৰ সৈতে মত বিনিময় কৰে আৰু সম্বোধন কৰে। এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে এছিয়ান পেৰা গেমছ ২০২২ত অংশগ্ৰহণ কৰা ক্ৰীড়াবিদসকলক অভিনন্দন জনোৱাৰ লগতে ভৱিষ্যতৰ প্ৰতিযোগিতাসমূহৰ বাবে তেওঁলোকক প্ৰেৰণা যোগোৱাৰ প্ৰয়াস কৰে।প্ৰধানমন্ত্ৰীয়ে এছিয়ান পেৰা গেমছ ২০২২ত বেডমিণ্টনৰ মহিলাৰ একক এছ ইউ ৫ শিতানত মনীষা ৰামদাসৰ ব্ৰঞ্জৰ পদক অৰ্জন উদযাপন কৰে
October 26th, 02:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ ত বেডমিণ্টনৰ মহিলাৰ একক এছ ইউ ৫ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে মনীষা ৰামদাসক অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে এছিয়ান পেৰা গেমছ ২০২২ৰ বেডমিণ্টনত মহিলাৰ একক এছএইচ ৬ ইভেণ্টত নিত্যা শ্ৰী শিৱানৰ ব্ৰঞ্জৰ পদক অৰ্জন উদযাপন কৰে
October 26th, 11:52 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত বেডমিণ্টনৰ মহিলাৰ একক এছ এইচ ৬ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে নিত্যা শ্ৰী শিৱানক অভিনন্দন জনাইছে।প্ৰধানমন্ত্ৰীয়ে এছিয়ান পেৰা গেমছ ২০২২ত বেডমিণ্টন মিক্সড ডাবলছ SL3-SU5 ইভেণ্টত প্ৰমোদ ভগত আৰু মনীষা ৰামাদাসে ব্ৰঞ্জৰ পদক জয় কৰাত সন্তুষ্টি প্ৰকাশ কৰে
October 25th, 04:46 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত বেডমিণ্টন মিক্সড ডাবলছ SL3-SU5 ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰমোদ ভগত আৰু মনীষা ৰামাদাসক অভিনন্দন জ্ঞাপন কৰিছে।PM celebrates Bronze Medal by Nitesh Kumar & Thulasimathi Murugesan in Badminton Mixed Doubles SL3-SU5 event in Asian Para Games
October 25th, 04:44 pm
The Prime Minister, Shri Narendra Modi has congratulated Nitesh Kumar & Thulasimathi Murugesan on winning the Bronze medal in Badminton Mixed Doubles SL3-SU5 event at Asian Para Games 2022 in Hangzhou, China.এছিয়ান পেৰা গেমছ ২০২২ত বেডমিণ্টনৰ মহিলাৰ ছিংগলছ এছএল৩ ইভেণ্টত মানসী যোশীৰ ব্ৰঞ্জৰ পদক উদযাপন প্ৰধানমন্ত্ৰীৰ
October 25th, 04:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত বেডমিণ্টনৰ মহিলাৰ ছিংগলছ এছএল৩ ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জনৰ বাবে মানসী যোশীক অভিনন্দন জ্ঞাপন কৰিছে৷বেডমিণ্টনৰ পুৰুষৰ ডাবলছ শাখাত স্বৰ্ণ পদক জয়ৰ বাবে সাত্বিক সাইৰাজ ৰানকিৰেড্ডি আৰু চিৰাগ শেট্টীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
October 07th, 03:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌৰ এছিয়ান গেমছত বেডমিণ্টনৰ পুৰুষৰ ডাবলছ শাখাত স্বৰ্ণ পদক জয়ৰ বাবে সাত্বিক সাইৰাজ ৰানকিৰেড্ডি আৰু চিৰাগ শেট্টীক অভিনন্দন জনাইছে।এছিয়ান গেমছৰ পুৰুষৰ বেডমিণ্টন ছিংগলছত ব্ৰঞ্জৰ পদক লাভেৰে উল্লেখনীয় সাফল্য লাভৰ বাবে প্ৰণয় এইচএছক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
October 06th, 06:50 pm
এছিয়ান গেমছৰ পুৰুষৰ বেডমিণ্টন ছিংগলছত ব্ৰঞ্জৰ পদক লাভেৰে উল্লেখনীয় সাফল্য লাভৰ বাবে প্ৰণয় এইচএছক প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।এছিয়ান গেমছত ৰূপৰ পদক জয়ৰ বাবে পুৰুষৰ বে়ডমিণ্টন দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
October 01st, 11:19 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত ৰূপৰ পদক জয়ৰ বাবে পুৰুষৰ বে়ডমিণ্টন দলক অভিনন্দন জনাইছে।