শিৱশাহীৰ বাবাচাহেব পুৰন্দৰেৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
November 15th, 10:17 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেখক, ইতিহাসবিদ আৰু নাট্য ব্যক্তিত্ব শিৱশাহীৰ বাবাচাহেব পুৰন্দৰেৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। শিৱশাহীৰ বাবাচাহেব পুৰন্দৰেৰ অৱদানৰ কথা স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে। উত্তৰ প্ৰজন্মক ছত্ৰপতি শিৱাজী মহাৰাজৰ সৈতে পৰিচয় কৰোৱাৰ ক্ষেত্ৰত তেওঁৰ অৱদান আছিল স্মৰণীয়। কেইমাহমান পূৰ্বে তেওঁৰ শতবাৰ্ষিকী বৰ্ষৰ কাৰ্যসূচী সম্বোধন কৰাৰ সময়ত দিয়া ভাষণৰ এটি ভিডিঅ’ পোষ্ট কৰে শ্ৰী মোদীয়ে।বাবাচাহেব পুৰন্দৰেৰ শতাব্দী বৰ্ষ সমাৰোহত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
August 13th, 08:36 pm
সন্মানীয় বাবাচাহেব পুৰন্দৰেজী, বাবাচাহেব ফেলিচিটিগেচন সমাৰোহ সমিতিৰ অধ্যক্ষা সুমিত্ৰা টাই আৰু শিৱশাহীত বিশ্বাস কৰা বাবাচাহেবৰ সকলো অনুগামীসকল!PM’s message on Centenary Celebration of Baba Saheb Purandare
August 13th, 08:34 pm
PM Narendra Modi paid rich tributes to Baba Saheb Purandare ji on entering the 100th year of his life. The PM said that Baba Saheb Purandare’s life exemplifies the exalted notion of active and mentally alert centenary life as expounded by our sages.