নতুন দিল্লীৰ প্রগতি ময়দানত আন্তর্জাতিক প্রদর্শনী-কাম-কনভেনশ্যন চেণ্টাৰ (IECC) কমপ্লেক্সৰ উদ্বোধন অনুষ্ঠানত প্রধানমন্ত্রীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
July 26th, 11:28 pm
মোৰ সন্মুখত এক অপূর্ব দৃশ্য দেখিবলৈ পাইছোঁ। যি অনিন্দ্যসুন্দৰ, বিশাল, বিহঙ্গম দৃষ্টিত অসাধাৰণ। আৰু আজিৰ এই যি উপলক্ষ, ইয়াৰ অন্তৰালত যি কল্পনা, যাক আজি মই যেতিয়া বাস্তৱায়িত হোৱা দেখিছোঁ, সেই স্বপ্নক যেতিয়া চকুৰ আগত সঁচা হোৱা দেখিছোঁ, তেতিয়া মোৰ মনলৈ এটি বিখ্যাত কবিতাৰ লাইন উচ্চাৰণৰ ইচ্ছা জাগিছে:-PM inaugurates International Exhibition-cum-Convention Centre (IECC) complex at Pragati Maidan in New Delhi
July 26th, 06:30 pm
PM Modi dedicated to the International Exhibition-cum-Convention Centre (IECC) complex at Pragati Maidan in New Delhi. He said, “Bharat Mandapam is a call for India’s capabilities and new energy of the nation, it is a philosophy of India’s grandeur and willpower.”‘আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় এক্সপো-২০২৩’ উদ্বোধন কৰি প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
May 18th, 11:00 am
কেবিনেটত মোৰ সহকৰ্মী জি কিষাণ ৰেড্ডী জী, মীনাক্ষী লেখী জী, অৰ্জুন ৰাম মেঘৱাল জী, ‘ল্যুভ সংগ্ৰহালয়’ৰ সঞ্চালক মেনুৱেল ৰাবাটে জী, বিশ্বৰ বিভিন্ন দেশৰ অতিথি, অন্যান্য গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল, আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱসত আপোনালোক সকলোলৈকে বহুত বহুত অভিনন্দন জনাইছোঁ। আজি, সংগ্ৰহালয় জগতৰ কিংবদন্তীসকল ইয়াত একত্ৰিত হৈছেহি। আজিৰ অনুষ্ঠানটোৱে বিশেষ তাত্পৰ্য বহণ কৰিছে, কিয়নো এই মুহূৰ্তত ভাৰতে স্বাধীনতাৰ ৭৫ বছৰপূৰ্তি উপলক্ষে ‘অমৃত মহোৎসৱ’ উদযাপন কৰি আছে।প্ৰধানমন্ত্ৰীয়ে আন্তৰ্জাতিক সংগ্ৰহালয় এক্সপো ২০২৩ উদ্বোধন কৰে
May 18th, 10:58 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ প্ৰগতি ময়দানত আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় এক্সপো ২০২৩-ত উদ্বোধন কৰে। তেওঁ উত্তৰ আৰু দক্ষিণ খণ্ডত আগন্তুক ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ এটা ভাৰ্চুৱেল ৱাকথ্ৰুও উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে প্ৰদৰ্শিত টেকনো মেলা, সংৰক্ষণ পৰীক্ষাগাৰ আৰু প্ৰদৰ্শনীসমূহৰ পৰিদৰ্শনো কৰে। আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে 'সংগ্ৰহালয়, স্থিৰতা আৰু সুস্থতা' বৰ্ষৰ বিষয়বস্তুৰে ৪৭তম আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস উদযাপন কৰিবলৈ আন্তৰ্জাতিক সংগ্ৰহালয় এক্সপো আয়োজন কৰা হৈছে।১৮খন ৰাজ্য আৰু ২টা কেন্দ্ৰ শাসিত অঞ্চলত ৯১টা এফ এম ট্ৰেন্সমিটাৰৰ উদ্বোধনী অনুষ্ঠানত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
April 28th, 10:50 am
আজিৰ এই কাৰ্যক্ৰমত পদ্ম সন্মান পোৱা অনেক ব্যক্তিত্বও আমাৰ সৈতে সংযুক্ত আছে। মই তেওঁলোককো আদৰণি জনাইছো, অভিনন্দন জনাইছো। আজি অল ইণ্ডিয়া ৰেডিঅ'ৰ এফ এম সেৱাৰ এই সম্প্ৰসাৰণ অল ইণ্ডিয়া এফ এম হোৱাৰ দিশত এটা ডাঙৰ আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ। অল ইণ্ডিয়া ৰেডিঅ'ৰ ৯১ এফ এম ট্ৰেন্সমিটাৰৰ এই আৰম্ভণি দেশৰ ৮৫খন জিলাৰ ২ কোটি মানুহৰ বাবে উপহাৰ স্বৰূপ। একপ্ৰকাৰে এই আয়োজনত ভাৰতৰ বিবিধতা আৰু বেলেগ বেলেগ ৰঙৰ এটা ৰেঙনিও। যিসমূহ জিলাক সামৰি লোৱা হৈছে তাত এস্পিৰেচনেল ডিষ্ট্ৰিক্ট, এস্পিৰেচনেল ব্লক তেওঁলোকেও এই সেৱাৰ লাভ পাই আছে। মই অল ইণ্ডিয়া ৰেডিঅ'ক এই প্ৰাপ্তিৰ বাবে বহুত বহুত অভিনন্দন জনাইছো। ইয়াৰ যথেষ্ট লাভ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভাতৃ ভগ্নীসকলৰ হ'ব, যুৱক-যুৱতী মিত্ৰসকলৰ হ'ব। ইয়াৰ বাবে তেওঁলোকক মই বিশেষভাৱে অভিনন্দন জনাইছো।দেশত ‘এফএম’-ৰ সংযোগ বৃদ্ধিৰ বাবে ৯১ টা নতুন ‘১০০ ৱাট এফএম ট্ৰেন্সমিটাৰ’ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
April 28th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ ব্যৱস্থাৰে ৯১ টা নতুন ‘১০০ ৱাট ক্ষমতা সম্পন্ন এফএম ট্ৰেন্সমিটা’ৰ উদ্বোধন কৰে। এই উদ্বোধনে দেশৰ ৰেডিঅ' সংযোগক আৰু অধিক উৎসাহিত কৰিব।We are breaking silos within the working of the Government: PM Modi
June 22nd, 11:47 am
Addressing a gathering after laying foundation stone of paperless Vanijya Bhawan in Delhi, PM Modi said the Government’s focus was on moving from silos to solutions. He highlighted the Government’s measures for creating people friendly, development friendly and investment friendly ecosystem. PM Modi spoke how technology was easing the business environment. In this context, he highlighted how GST has had a positive impact on the economy.বাণিজ্য ভৱনৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ
June 22nd, 11:40 am
নতুন দিল্লীত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য বিভাগৰ নতুন কাৰ্যালয়ৰ চৌহদত বাণিজ্য ভৱনৰ আধাৰশিলা স্থাপন কৰে।Social Media Corner 13 April 2018
April 13th, 07:57 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!দেশবাসীলৈ প্ৰধানমন্ত্ৰী মোদীৰ ডঃ আম্বেদকাৰ ৰাষ্ট্ৰীয় স্মাৰক উচৰ্গা
April 13th, 07:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাবা চাহেব আম্বেদকাৰৰ জন্ম জয়ন্তী উপলক্ষে দিল্লীৰ ২৬ আলিপুৰ পথত ডঃ আম্বেদকাৰ ৰাষ্ট্ৰীয় স্মাৰক মুকলি কৰে৷আম্বেদকাৰ জয়ন্তীত প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ কৰিব চত্তিশগড়, আয়ুস্মান ভাৰত আঁচনি মুকলিৰ অংশ হিচাপে উদ্বোধন কৰিব স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ
April 13th, 02:20 pm
আম্বেদকাৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চত্তীশগড়ৰ আকাংক্ষিত জিলা বিলাপুৰ ভ্ৰমণ কৰিব৷কাইলৈ নতুন দিল্লীৰ আলিপুৰত ড০ আম্বেদকাৰ ৰাষ্ট্ৰীয় স্মৃতিসোধ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
April 12th, 06:36 pm
ড০ বাবাচাহেব আম্বেদকাৰৰ জন্ম বাৰ্ষিকী উপলক্ষে নতুন দিল্লীৰ ২৬, আলিপুৰ ৰোডত কাইলৈ অৰ্থাৎ ১৩ এপ্ৰিলত ড০ আম্বেদকাৰ ৰাষ্ট্ৰীয় স্মৃতিসৌধৰ উদ্বোধন কৰিব প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে।Our focus is on VIKAS - Vidyut, Kanoon, Sadak: PM
February 05th, 07:44 pm
PM Modi addressed a public meeting in Aligarh, Uttar Pradesh. Speaking at the event, Shri Modi said that his Government was continuously fighting corruption and black money. Attacking the SP government in UP, PM Modi said that they were not concerned about the development of the state. He added, Our focus is on VIKAS - Vidyut (electricity), Kanoon (law), Sadak (proper connectivity).”Prime Minister Modi addresses public meeting in Aligarh, Uttar Pradesh
February 05th, 07:43 pm
PM Modi addressed a public meeting in Aligarh, Uttar Pradesh. During his address, Shri Modi said that his govt is continuously fighting corruption and black money, “Since coming to power in 2014, we have undertaken measures to curb corruption & take action against the corrupt,” he said. Shri Modi said that people of Uttar Pradesh need to fight against ‘SCAM’- Samajwadi Party, Congress, Akhilesh Yadav and Mayawati. He added, “Uttar Pradesh does not need SCAM. It needs a BJP Government that is devoted to development, welfare of poor & elderly.”Dr. Ambedkar had united the country socially through the Constitution: PM Modi
March 21st, 12:02 pm
PM lays foundation stone for Dr. Ambedkar National Memorial
March 21st, 11:59 am
Day 3: PM unveils statue of Basaveshwara, visits Dr.Ambedkar's house & JLR factory
November 14th, 07:59 pm
PM Modi inaugurates the Ambedkar memorial in London
November 14th, 06:12 pm
PM’s engagements on 11th October 2015
October 11th, 10:39 pm
Dr. Ambedkar is an inspiration not just for one community but for entire world: PM at Bhoomi Poojan of Metro rail corridors, Ambedkar Memorial in Mumbai
October 11th, 10:00 pm