বাবাবৈদ্যনাথ ধামত পূজা প্ৰধানমন্ত্ৰীৰ

July 12th, 08:59 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ দেওঘৰত বাবা বৈদ্যনাথ ধামত পূজা কৰে।

Those who do politics of short-cut never build new airports, highways, medical colleges: PM

July 12th, 03:56 pm

Prime Minister Narendra Modi today addressed a public meeting in Deoghar, Jharkhand. PM Modi started his address by recognising the enthusiasm of people. PM Modi said, “The way you have welcomed the festival of development with thousands of diyas, it is wonderful. I am experiencing the same enthusiasm here as well.”

PM Modi addresses public meeting in Deoghar, Jharkhand

July 12th, 03:54 pm

Prime Minister Narendra Modi today addressed a public meeting in Deoghar, Jharkhand. PM Modi started his address by recognising the enthusiasm of people. PM Modi said, “The way you have welcomed the festival of development with thousands of diyas, it is wonderful. I am experiencing the same enthusiasm here as well.”

দেওঘৰ বিমান বন্দৰৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণ পাঠ

July 12th, 12:46 pm

বাবা ধামলৈ অহাৰ পিছত সকলোৰে মন প্ৰসন্ন হৈ পৰে। আজি আমি সকলোৱে দেওঘৰৰ পৰা ঝাৰখণ্ডৰ উন্নয়নত গতি প্ৰদান কৰাৰ সৌভাগ্য লাভ কৰিছোঁ। বাবা বৈদ্যনাথৰ আশীৰ্বাদত আজি ১৬,০০০ কোটিতকৈও অধিক মূল্যৰ প্ৰকল্প উদ্বোধন কৰা হৈছে নাইবা আধাৰশিলা স্থাপন কৰা হৈছে। এই প্ৰকল্পবোৰে ঝাৰখণ্ডৰ আধুনিক সংযোগ, শক্তি, স্বাস্থ্য, বিশ্বাস আৰু পৰ্যটনক যথেষ্ট গতি প্ৰদান কৰিব। আমি দীৰ্ঘদিন ধৰি দেওঘৰ বিমান বন্দৰ আৰু দেওঘৰ এইমছৰ সপোন দেখিছিলোঁ। এই সপোনো এতিয়া বাস্তৱায়িত হৈছে।

PM inaugurates and lays foundation stone of various development projects worth more than Rs 16,800 crores in Deoghar

July 12th, 12:45 pm

PM Modi addressed closing ceremony of the Centenary celebrations of the Bihar Legislative Assembly in Patna. Recalling the glorious history of the Bihar Assembly, the Prime Minister said big and bold decisions have been taken in the Vidhan Sabha building here one after the other.

১২ জুলাইত দেওঘৰ আৰু পাটনা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

July 09th, 09:35 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ জুলাই, ২০২২ত দেওঘৰ আৰু পাটনা ভ্ৰমণ কৰিব।প্ৰায় ১:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে দেওঘৰত ১৬,০০০ কোটি টকাতকৈ অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলাও স্থাপন কৰিব। ইয়াৰ পিছত প্ৰায় ২:৪০ বজাত তেওঁ বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম বাবা বৈদ্যনাথ মন্দিৰ দৰ্শন কৰাৰ লগতে পূজা অৰ্চনা কৰিব। সন্ধিয়া প্ৰায় ৬ বজাত প্ৰধানমন্ত্ৰীয়ে পাটনাত বিহাৰ বিধানসভাৰ শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়াব।