কৰ্ণাটকৰ বিভিন্ন প্ৰান্তত হৈ থকা বৃষ্টিপাত আৰু বান পৰিস্থিতিক লৈ কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালা

কৰ্ণাটকৰ বিভিন্ন প্ৰান্তত হৈ থকা বৃষ্টিপাত আৰু বান পৰিস্থিতিক লৈ কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালা

October 16th, 09:07 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ বিভিন্ন প্ৰান্তত হৈ থকা বৃষ্টিপাত আৰু বান পৰিস্থিতিক লৈ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বি এছ য়েডিউৰাপ্পাৰ সৈতে বাৰ্তালাপ কৰে৷

Social Media Corner 17 May 2018

Social Media Corner 17 May 2018

May 17th, 07:50 pm

Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!

কৰ্ণাটকত শাসনাধিষ্ঠিত কংগ্ৰেছ চৰকাৰৰ প্ৰতি সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকেই অসন্তুষ্টঃ প্ৰধানমন্ত্ৰী মোদী

কৰ্ণাটকত শাসনাধিষ্ঠিত কংগ্ৰেছ চৰকাৰৰ প্ৰতি সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকেই অসন্তুষ্টঃ প্ৰধানমন্ত্ৰী মোদী

February 27th, 05:01 pm

কৰ্ণাটকৰ দেৱনাগেৰীত এক বৃহৎ জনসভাত ভাগ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনত শাসনাধিষ্ঠিত কংগ্ৰেছ চৰকাৰক তেওঁলোকৰ কু-শাসনক সমালোচনা কৰাৰ লগতে অহা বিধানসভা নিৰ্বাচনত তেওঁলোকে পৰাজিত হ’ব বুলি কয়। তেওঁ কয়, “কৰ্ণাটকত শাসনাধিষ্ঠিত কংগ্ৰেছ চৰকাৰৰ প্ৰতি সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকেই অসন্তুষ্ট।”

PM Modi addresses farmers' rally in Davanagere, Karnataka

February 27th, 05:00 pm

While addressing a huge public meeting at Davanagere in Karnataka, PM Narendra Modi hit out at the Congress government in the state for its mis-governance and said that they would be defeated in the upcoming state elections. “Every section of society is unhappy with the Congress government in Karnataka”, he said.