PM Modi inaugurates and lays foundation stone of multiple development projects in Delhi worth over Rs. 12,200 crore
January 05th, 12:15 pm
The Prime Minister Shri Narendra Modi inaugurated and laid the foundation stone of multiple development projects worth over Rs 12,200 crore in Delhi. The key focus of projects is to enhance regional connectivity and ensure ease of travel. The Prime Minister also undertook a ride in Namo Bharat Train from Sahibabad RRTS Station to New Ashok Nagar RRTS Station.এআইআইএত একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
October 29th, 01:28 pm
এই অনুষ্ঠানত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সতীৰ্থসকল, শ্ৰী জগত প্ৰকাশ নাড্ডা ডাঙৰীয়া, মনসুখ মাণ্ডবিয়া ডাঙৰীয়া, প্ৰতাপৰাও যাদৱ ডাঙৰীয়া, শ্ৰীমতী অনুপ্ৰিয়া পেটেল ডাঙৰীয়াণী আৰু শোভা কাৰাণ্ডলাজে ডাঙৰীয়াণী, এই অঞ্চলৰ মোৰ সতীৰ্থ সাংসদ, শ্ৰী ৰামবীৰ সিং বিধুৰি ডাঙৰীয়া, ভিন্ন ৰাজ্যৰপৰা ভাৰ্চুৱেলভাৱে অংশগ্ৰহণ কৰা সন্মানীয় ৰাজ্যপালসকল, সন্মানীয় মুখ্যমন্ত্ৰী, সাংসদ, বিধায়ক, আন সকলো সন্মানীয় প্ৰতিনিধি, চিকিৎসক, আয়ুৰ্বেদ আৰু আয়ুষৰ চিকিৎসক তথা দেশৰ ভিন্ন প্ৰান্তৰ স্বাস্থ্য প্ৰতিষ্ঠানসমূহৰ সৈতে জড়িত স্বাস্থ্য কৰ্মীসকল... স্বাস্থ্য ব্যৱস্থাৰ সৈতে জড়িত ভাই-ভনীসকল, সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ সকলো চিকিৎসক আৰু কৰ্মচাৰী, ভদ্ৰলোক আৰু মহিলাসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাস্থ্য খণ্ডৰ সৈতে জড়িত ১২,৮৫০ কোটি টকাতকৈ অধিক মূল্যৰ বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভ, উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে
October 29th, 01:00 pm
ধন্বন্তৰী জয়ন্তী আৰু নৱম আয়ুৰ্বেদ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অল ইণ্ডিয়া ইনষ্টিটিউট অৱ আয়ুৰ্বেদ (AIIA)ত প্ৰায় ১২,৮৫০ কোটি টকাৰ স্বাস্থ্য খণ্ডৰ সৈতে জড়িত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভ, উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।Many people want India and its government to remain weak so that they can take advantage of it: PM in Ballari
April 28th, 02:28 pm
Prime Minister Narendra Modi launched the poll campaign in full swing for the NDA in Karnataka. He addressed a mega rally in Ballari. In Ballari, the crowd appeared highly enthusiastic to hear from their favorite leader. PM Modi remarked, “Today, as India advances rapidly, there are certain countries and institutions that are displeased by it. A weakened India, a feeble government, suits their interests. In such circumstances, these entities used to manipulate situations to their advantage. Congress, too, thrived on rampant corruption, hence they were content. However, the resolute BJP government does not succumb to pressure, thus posing challenges to such forces. I want to convey to Congress and its allies, regardless of their efforts... India will continue to progress, and so will Karnataka.”Your every vote will strengthen Modi's resolutions: PM Modi in Davanagere
April 28th, 12:20 pm
Addressing his third rally of the day in Davanagere, PM Modi iterated, “Today, on one hand, the BJP government is propelling the country forward. On the other hand, the Congress is pushing Karnataka backward. While Modi's mantra is 24/7 For 2047, emphasizing continuous development for a developed India, the Congress's work culture is – ‘Break Karo, Break Lagao’.”People who refuse the invitation of Lord Ram's glory will now be rejected by the country: PM Modi in Uttara Kannada
April 28th, 11:30 am
Speaking at the second rally in Uttara Kannada, PM Modi said, “On one side there are those in hunger of vote bank disrespected the Ram temple. On the other side, there is an Ansari family, Iqbal Ansari whose entire family fought the case against Ram Temple for three generations but when the Supreme Court's verdict came, he accepted it. The trustees of Ram Temple when invited the Ansari, he attended the 'Pran Pratistha'.PM Modi addresses public meetings in Belagavi, Uttara Kannada, Davanagere & Ballari, Karnataka
April 28th, 11:00 am
Prime Minister Narendra Modi today launched the poll campaign in full swing for the NDA in Karnataka. He addressed back-to-back mega rallies in Belagavi, Uttara Kannada, Davanagere and Ballari. PM Modi stated, “When India progresses, everyone becomes happy. But the Congress has been so indulged in 'Parivarhit' that it gets perturbed by every single developmental stride India makes.”সকলোৰে হৃদয়ত আছে ৰাম: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
January 28th, 11:30 am
মোৰ প্ৰিয় দেশবাসী, এইবাৰ ২৬ জানুৱাৰীৰ পেৰেড যথেষ্ট আচৰিত আছিল, কিন্তু আটাইতকৈ চৰ্চিত কথাটো আছিল পেৰেডত মহিলা শক্তি৷ যেতিয়া কেন্দ্ৰীয় নিৰাপত্তা বাহিনী আৰু দিল্লী আৰক্ষীৰ মহিলা দলে কৰ্তব্য পথত মাৰ্চপাষ্ট কৰিবলৈ আৰম্ভ কৰে, সকলোৱে হৃদয় গৌৰৱেৰে উঠলি উঠিল। মহিলা বেণ্ডৰ সমদল দেখি আৰু তেওঁলোকৰ চমকপ্ৰদ সমন্বয় দেখি দেশ-বিদেশৰ মানুহ আলোড়িত হৈ পৰিল। এইবাৰ পেৰেডত মাৰ্চ কৰা ২০টা স্কোৱাডৰ ভিতৰত ১১টা স্কোৱাড আছিল কেৱল মহিলাৰ। আমি দেখিলোঁ যে যিমানবোৰ প্ৰতীকপট উলিয়াইছিল সকলোতে মহিলা। যিবোৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছিল, তাত প্ৰায় ডেৰ হাজাৰ কন্যাই অংশ লৈছিল। বহু মহিলা শিল্পীয়ে শংকা, নদাস্বৰম, নাগদা আদি ভাৰতীয় বাদ্যযন্ত্ৰ বজাই আছিল। ডিআৰডিঅ’ই উলিওৱা প্ৰতীকপটেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। ইয়াত দেখা গ’ল যে নাৰী শক্তিয়ে কেনেদৰে প্ৰতিটো ক্ষেত্ৰতে-পানী, ভূমি, আকাশ, চাইবাৰ আৰু মহাকাশত দেশক সুৰক্ষা দি আছে। একবিংশ শতিকাৰ ভাৰতে মহিলা নেতৃত্বাধীন উন্নয়নৰ মন্ত্ৰৰে আগবাঢ়িছে।ভাৰতৰ জি-২০ অধ্যক্ষতাই দেশৰ সাধাৰণ নাগৰিকৰ সম্ভাৱনা বাহিৰ উলিয়াই আনিছেঃ প্ৰধানমন্ত্ৰী
August 15th, 02:24 pm
৭৭ সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ জি-২০ অধ্যক্ষতাই কেনেদৰে বিশ্বক দেশৰ সাধাৰণ নাগৰিকৰ সম্ভাৱনা প্ৰদৰ্শন কৰাত সহায় কৰিছে সেয়া ব্যাখ্যা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এইটো নিশ্চিত যে ভাৰতৰ সামৰ্থ্য আৰু ভাৰতৰ সম্ভাৱনাই আত্মবিশ্বাসৰ নতুন শিখৰ অতিক্ৰম কৰিব আৰু আত্মবিশ্বাসৰ এই নতুন শিখৰবোৰ নতুন সামৰ্থ্যৰ সৈতে আগবঢ়া উচিত। ভাৰতৰ জি-২০ অধ্যক্ষতাই ভাৰতৰ সাধাৰণ নাগৰিকৰ সামৰ্থ্যৰ বিষয়ে বিশ্বক সজাগ কৰি তুলিছে। আজি ভাৰতে দেশত জি-২০ সন্মিলন আয়োজন কৰাৰ সুযোগ লাভ কৰিছে। আৰু যোৱা এবছৰ ধৰি ভাৰতৰ প্ৰতিটো কোণত এনে ধৰণৰ বহুতো জি-২০ অনুষ্ঠান যিদৰে আয়োজন কৰা হৈছে, ই বিশ্বক দেশৰ সাধাৰণ মানুহৰ সম্ভাৱনাৰ বিষয়ে অৱগত কৰি তুলিছে।৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
August 15th, 02:14 pm
১৷ মোৰ মৰমৰ পৰিয়ালৰ ১৪০ কোটি সদস্য, বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ আৰু এতিয়া বহু লোকে কয় যে জনসংখ্যাৰ দৃষ্টিকোণৰ পৰা লগতে বিশ্বাসৰ দিশতো আমি এক নম্বৰ। ইমান বিশাল দেশ, ১৪০ কোটি দেশবাসী, মোৰ ভাই-ভনী, মোৰ পৰিয়ালৰ লোকসকলে আজি স্বাধীনতা উৎসৱ উদযাপন কৰিছে। ভাৰতক ভালপোৱা, ভাৰতক সন্মান কৰা, ভাৰতক লৈ গৌৰৱ কৰা দেশ আৰু বিশ্বৰ কোটি কোটি জনসাধাৰণলৈ স্বাধীনতাৰ এই মহান পবিত্ৰ উৎসৱত বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ।তিনি দশকৰ অনিশ্চয়তা, অস্থিৰতা আৰু ৰাজনৈতিক বাধ্যবাধকতাৰ অন্তত এখন শক্তিশালী আৰু সুস্থিৰ চৰকাৰ গঠন কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে দেশবাসীক অভিনন্দন জনাইছে
August 15th, 01:37 pm
প্ৰধানমন্ত্ৰীয়ে গৌৰৱ অনুভৱ কৰে যেতিয়া তেওঁ কৈছিল যে চৰকাৰে মাত্ৰ এটা গজ অৰ্থাৎ ‘ৰাষ্ট্ৰ প্ৰথম’ৰ সৈতে লিংক কৰিছিল। চৰকাৰে লোৱা প্ৰতিটো সিদ্ধান্ত এই দিশতেই হয় বুলিও তেওঁ লগতে কয়। শ্ৰী মোদীয়ে আমোলাতন্ত্ৰক নিজৰ হাত-ভৰি বুলি অভিহিত কৰে, যি ভাৰতৰ প্ৰতিটো কোণত কাম কৰি আছে আৰু ‘ৰূপান্তৰিত কৰিবলৈ কাম-কাজ প্ৰদৰ্শন কৰিছে’। “আৰু সেইবাবেই এই ‘সংস্কাৰ, প্ৰদৰ্শন, ৰূপান্তৰ’ৰ সময়ছোৱাই এতিয়া ভাৰতৰ ভৱিষ্যত গঢ় দিছে। আৰু আমি দেশৰ ভিতৰতে সেই শক্তিসমূহক প্ৰচাৰ কৰিছো, যি আগন্তুক হাজাৰ বছৰৰ ভেটি শক্তিশালী কৰাৰ দিশত অগ্ৰসৰ হৈছে”, তেওঁ লগতে কয়।India Celebrates 77th Independence Day
August 15th, 09:46 am
On the occasion of India's 77th year of Independence, PM Modi addressed the nation from the Red Fort. He highlighted India's rich historical and cultural significance and projected India's endeavour to march towards the AmritKaal. He also spoke on India's rise in world affairs and how India's economic resurgence has served as a pole of overall global stability and resilient supply chains. PM Modi elaborated on the robust reforms and initiatives that have been undertaken over the past 9 years to promote India's stature in the world.৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
August 15th, 07:00 am
বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ আৰু এতিয়া বহুতে মত প্ৰকাশ যে জনসংখ্যাৰ ক্ষেত্ৰতো আমি বিশ্বৰ ভিতৰত এক নম্বৰ। ইমান বিশাল দেশ, দেশৰ ১৪০ কোটি মোৰ ভাই-ভনী, মোৰ পৰিয়ালৰ সদস্যসকলে আজি স্বাধীনতাৰ উৎসৱ উদযাপন কৰিছে। দেশৰ কোটি কোটি জনসাধাৰণলৈ, ভাৰতক ভালপোৱা, ভাৰতক সন্মান কৰা, ভাৰতক লৈ গৌৰৱ কৰা কোটি কোটি লোকলৈ দেশৰ আৰু বিশ্বৰ কোটি কোটি লোকলৈ স্বাধীনতাৰ এই মহান পবিত্ৰ উৎসৱত বহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।আন্তৰ্জাতিক যোগ দিৱস ২০২৩-ৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ পাঠ
June 21st, 06:20 am
আপোনালোক সকলোকে আন্তৰ্জাতিক যোগ দিৱসৰ শুভেচ্ছা জনাইছো। প্ৰতি বছৰে যোগ দিৱস উপলক্ষে মই আপোনালোক সকলোৰে মাজত কিবা নহয় কিবা অনুষ্ঠানত উপস্থিত থাকো। বিশেষকৈ আপোনালোক সকলোৰে সৈতে যোগাভ্যাস কৰাৰ আনন্দও স্মৰণীয়, কিন্তু এইবাৰ মই বিভিন্ন দায়িত্বৰ বাবে বৰ্তমান আমেৰিকাত আছোঁ। গতিকে মই ভিডিঅ' বাৰ্তাৰ জৰিয়তে আপোনালোক সকলোৰে সৈতে সংযোগ স্থাপন কৰিছোঁ।আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ২০২৩ত প্ৰধানমন্ত্ৰীৰ ভাষণ
June 21st, 05:53 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাযোগে ৰাষ্ট্ৰজুৰি পালন কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ২০২৩ উপলক্ষে ভাষণ আগবঢ়ায়৷ মধ্যপ্ৰদেশৰ জবলপুৰত উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখড়ৰ নেতৃত্বত নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ উদযাপন কৰা হৈছে৷১৪ এপ্ৰিলত অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
April 12th, 09:45 am
দুপৰীয়া প্ৰায় ১২ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এইমছ গুৱাহাটীত উপস্থিত হ'ব আৰু ইয়াৰ নৱনিৰ্মিত চৌহদ পৰিদৰ্শন কৰিব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এক ৰাজহুৱা অনুষ্ঠানত এইমছ গুৱাহাটী আৰু আন তিনিখন চিকিৎসা মহাবিদ্যালয় দেশবাসীলৈ উৎসৰ্গা কৰিব। ইয়াৰ লগতে তেওঁ ‘আছাম এডভান্সড হেল্থ কেয়াৰ ইন’ভেশ্যন ইনষ্টিটিউটৰ (AAHII) আধাৰশিলা মুকলি কৰিব আৰু যোগ্য হিতাধিকাৰীসকলৰ মাজত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (AB-PMJAY) কাৰ্ড বিতৰণ কৰি 'আপকে দ্বাৰ আয়ুষ্মান' অভিযান আৰম্ভ কৰিব।কৰ্মক্ষেত্ৰতো যোগাভ্যাস সুস্থ হৈ থকাৰ উত্তম উপায়ঃ প্ৰধানমন্ত্ৰী
March 15th, 10:39 pm
ব্যস্ততাপূৰ্ণ কৰ্মসূচী আৰু আসীন জীৱনশৈলীৰ প্ৰত্যাহ্বানৰ কথা চিন্তা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে কৰ্মক্ষেত্ৰত বিৰতিৰ সময়ত যোগাভ্যাস কৰিবলৈ উৎসাহিত কৰিছে।১১ ডিচেম্বৰত মহাৰাষ্ট্ৰ আৰু গোৱা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
December 09th, 07:39 pm
পুৱা ৯.৩০ বুজাত প্ৰধানমন্ত্ৰী নাগপুৰ ৰে’লৱে ষ্টেচনত উপস্থিত হ’ব, য’ত তেওঁ বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব৷ পুৱা ১০ বজাত প্ৰধানমন্ত্ৰীয়ে ফ্ৰিডম পাৰ্ক মেট্ৰ’ ষ্টেচনৰ পৰা খাপৰী মেট্ৰ’ ষ্টেচনলৈ মেট্ৰ’যোগে যাত্ৰা কৰিব, য’ত তেওঁ ‘নাগপুৰ মেট্ৰ’ৰ প্ৰথম পৰ্যায়’ৰ কামৰ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব৷ একেটা অনুষ্ঠানত তেওঁ ‘নাগপুৰ মেট্ৰ’ৰ দ্বিতীয় পৰ্যায়’ৰ কামৰ আধাৰশিলা স্থাপন কৰিব৷ ১০.৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে নাগপুৰ আৰু শিৰদী সংযোগী সমৃদ্ধি মহামাৰ্গৰ প্ৰথম পৰ্যায়ৰ কামৰ শুভাৰম্ভ কৰাৰ লগতে ঘাইপথেৰে যাত্ৰা কৰিব৷ ১১.১৫ বজাত প্ৰধানমন্ত্ৰীয়ে এইমছ নাগপুৰ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব৷পঞ্জাৱৰ মোহলিস্থিত হোমি ভাবা কেন্সাৰ হাস্পতাল আৰু গৱেষণা কেন্দ্ৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
August 24th, 06:06 pm
পঞ্জাৱৰ ৰাজ্যপাল শ্ৰী বানৱাৰী লাল পুৰোহিত জী, মুখ্যমন্ত্ৰী শ্ৰী ভগৱন্ত মান জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী ড° জিতেন্দ্ৰ সিং জী, সংসদত মোৰ সহযোগী মনীষ তেৱাৰী জী, সকলো চিকিৎসক, গৱেষক, পেৰামেডিকেল, অন্যান্য কৰ্মচাৰী আৰু পঞ্জাৱৰ প্ৰত্যেক কোণৰ পৰা অহা মোৰ মৰমৰ ভগ্নী আৰু ভাতৃসকল!PM dedicates Homi Bhabha Cancer Hospital & Research Centre to the Nation at Sahibzada Ajit Singh Nagar (Mohali)
August 24th, 02:22 pm
PM Modi dedicated Homi Bhabha Cancer Hospital & Research Centre to the Nation at Mohali in Punjab. The PM reiterated the government’s commitment to create facilities for cancer treatment. He remarked that a good healthcare system doesn't just mean building four walls. He emphasised that the healthcare system of any country becomes strong only when it gives solutions in every way, and supports it step by step.