এছিয়ান গেমছত মহিলা টেবুল টেনিছ ডাবলছ ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে ঐহিকা মুখাৰ্জী আৰু সুতীৰ্থা মুখাৰ্জীক অভিনন্দন জনায় প্ৰধানমন্ত্ৰীয়ে

এছিয়ান গেমছত মহিলা টেবুল টেনিছ ডাবলছ ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে ঐহিকা মুখাৰ্জী আৰু সুতীৰ্থা মুখাৰ্জীক অভিনন্দন জনায় প্ৰধানমন্ত্ৰীয়ে

October 02nd, 10:01 pm

‘এছিয়ান গে’মছ’ত মহিলা ‘টেবুল টেনিছৰ দ্বৈত প্ৰতিযোগিতা’ত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে ঐহিকা মুখাৰ্জী আৰু সুতীৰ্থা মুখাৰ্জীক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ‘এছিয়ান গে’মছ’ত মহিলাৰ দ্বৈত প্ৰতিযোগিতাত এইটো হৈছে ভাৰতৰ প্ৰথম পদক।