চি-২৯৫ এয়াৰক্ৰাফ্ট ফেক্টৰীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
October 28th, 10:45 am
মহামহিম পেড্ৰ’ ছানচেজ, গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং জী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰী এছ জয়শংকৰ জী, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, স্পেইন আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰীগণ, এয়াৰবাছ আৰু টাটা টিমৰ সকলো বন্ধু, দেৱী আৰু সজ্জনসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী শ্ৰী পেদ্ৰো চানচেজে গুজৰাটৰ বদোদৰাত চি-২৯৫ বিমান নিৰ্মাণৰ বাবে যুটীয়াভাৱে টাটা বিমান কমপ্লেক্স উদ্বোধন কৰে
October 28th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী শ্ৰী পেদ্ৰো চানচেজে আজি গুজৰাটৰ বদোদৰাস্থিত টাটা এডভান্সড চিষ্টেম লিমিটেড (টিএএছএল) চৌহদত চি-২৯৫ বিমান নিৰ্মাণৰ বাবে টাটা বিমান কমপ্লেক্সযুটীয়াভাৱে উদ্বোধন কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে আয়োজিত প্ৰদৰ্শনীৰোঅভিজ্ঞতা লয়।লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱত প্ৰধানমন্ত্ৰীৰ প্ৰত্যুত্তৰৰ অসমীয়া অনুবাদ
February 05th, 05:44 pm
মই ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱ জনাবলৈ থিয় হৈছো৷ যেতিয়া সন্মানীয় ৰাষ্ট্ৰপতিগৰাকীয়ে সংসদৰ এই নতুন ভৱনত আমাক সকলোকে সম্বোধন কৰিবলৈ আহিছিল আৰু যি গৌৰৱ আৰু সন্মানেৰে ছেংগোলে সমগ্ৰ যাত্ৰাটোক নেতৃত্ব দিছিল আৰু আমি সকলোৱে ইয়াক অনুসৰণ কৰিছিলোঁ৷ নতুন সদনত এই নতুন পৰম্পৰা যেতিয়া ভাৰতৰ স্বাধীনতাৰ সেই পবিত্ৰ মুহূৰ্তৰ প্ৰতিফলন হৈ পৰে, তেতিয়া গণতন্ত্ৰৰ মৰ্যাদা বহুগুণে বৃদ্ধি পায়। ৭৫সংখ্যক গণৰাজ্য দিৱস, নতুন সংসদ ভৱন, ছেংগোলৰ নেতৃত্ব, এই গোটেই দৃশ্যটো সঁচাকৈয়ে অতি আকৰ্ষণীয় আছিল। যেতিয়া মই তাৰ পৰাই সমগ্ৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছিলো। ইয়াৰ পৰা আমি ইমান ভব্যতা দেখা নাপাওঁ। কিন্তু তাৰ পৰাই যেতিয়া দেখিলোঁ যে নতুন সদনত ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি মৰ্যাদা সহকাৰে উপস্থিতি আছিল, সেই দৃশ্যই আমাৰ সকলোকে আপ্লুত কৰিছিল, যিটো আমি সদায় মনত ৰাখিম। ৬০জনতকৈ অধিক সন্মানীয় সদস্যই ৰাষ্ট্ৰপতিলৈ ধন্যবাদৰ প্ৰস্তাৱ সন্দৰ্ভত নিজৰ মতামত আগবঢ়াইছে। মতামত আগবঢ়োৱা আমাৰ সকলো সন্মানীয় সাংসদলৈ বিনম্ৰভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। বিৰোধীয়ে যি সংকল্প লৈছে তাৰ মই বিশেষ শলাগ লৈছো। তেওঁৰ ভাষণৰ প্ৰতিটো শব্দই মোৰ আৰু দেশৰ আস্থাক নিশ্চিত কৰিছে যে তেওঁ বহুদিন তাত থাকিবলৈ সংকল্প লৈছে। আপোনালোকে যেনেকৈ বহু দশক ইয়াত বহি আছিল, বহু দশক ধৰি বহি থকাৰ সংকল্প আৰু জনসাধাৰণৰ সমৰ্থন ঈশ্বৰৰ ৰূপ। আৰু আজিকালি আপোনালোকে যিদৰে কঠোৰ পৰিশ্ৰম কৰিছে। মোৰ দৃঢ় বিশ্বাস যে ঈশ্বৰসদৃশ জনতা জনাৰ্দনে আপোনালোকক নিশ্চয় আশীৰ্বাদ দিব। আৰু আপানালোকে যিটো স্থানত আছে তাতকৈ উচ্চ উচ্চতাত নিশ্চয়কৈ উপনীত হ’ব আৰু পৰৱৰ্তী নিৰ্বাচনত দৰ্শকৰ শাৰীত প্ৰত্যক্ষ কৰিব৷ অধিৰ ৰঞ্জন জী এইবাৰ আপোনাৰ কন্ট্ৰেক্ট দিছে তেওঁক দিছে নেকি? আপুনি এইবোৰ সামগ্ৰীকে যোগান ধৰিছে।লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ
February 05th, 05:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱৰ প্ৰত্যুত্তৰ দিয়ে।কৰ্ণাটকৰ শিৱামোগাত বিভিন্ন বিকাশমূলক প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰদান কৰা ভাষণৰ পাঠ
February 27th, 12:45 pm
মই এই মুহূৰ্তত শিৱামোগাত আছোঁ আৰু ইয়াৰ পৰা মই বেলাগাৱিলৈ যাব লাগিব। আজি শিমোগাই নিজা বিমানবন্দৰ লাভ কৰিছে। দীৰ্ঘদিন ধৰি কৰি অহা দাবীটো আজি পূৰণ হৈছে। শিমোগা বিমানবন্দৰটো বিশাল পৰিসৰত আৰু অতি সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। এই বিমানবন্দৰটোৰ নিৰ্মাণত কৰ্ণাটকৰ পৰম্পৰাগত শৈলী আৰু প্ৰযুক্তিৰ এক আশ্চৰ্যকৰ সঙ্গমো দেখিবলৈ পোৱা গৈছে। আৰু এয়া কেৱল বিমানবন্দৰেই নহয়, ই হৈছে এই অঞ্চলৰ যুৱপ্ৰজন্মই সপোনবোৰক ডেউকা মেলি উৰিবলৈ দিয়াৰ এক নতুন অভিযান। আজি পথ আৰু ৰে'ল সম্পৰ্কীয় বহুকেইটা প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰা হৈছে। প্ৰতিটো ঘৰলৈ নলৰ পানী প্ৰদান প্ৰকল্পৰ কামো আৰম্ভ কৰা হৈছে। এনে প্ৰতিটো উন্নয়নমূলক প্ৰকল্পৰ বাবে মই শিমোগা আৰু ইয়াৰ চৌদিশৰ সকলো জিলাৰ নাগৰিকসকলক অভিনন্দন জনাইছো।কৰ্ণাটকৰ শিৱমোগ্গাত ৩,৬০০ কোটি টকাৰ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে
February 27th, 12:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ শিৱমোগ্গাত ৩,৬০০ কোটি টকাৰ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু উদ্বোধন কৰে। তেওঁ শিৱমোগ্গা বিমান বন্দৰ উদ্বোধন কৰে আৰু তাত উপলব্ধ সা-সুবিধাসমূহৰ বুজ লয়। প্ৰধানমন্ত্ৰীয়ে শিৱমোগ্গাত দুটা ৰে'ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে যাৰ ভিতৰত আছে শিৱমোগা-শিকাৰীপুৰা-ৰানেবেন্নুৰ নতুন ৰে'ললাইন আৰু কোটেগানগুৰু ৰে'লৱে কোচিং ডিপো। তেওঁ ২১৫ কোটি টকাতকৈও অধিক ব্যয়েৰে নিৰ্মাণ হ'বলগা একাধিক পথ উন্নয়ন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। তেওঁ লগতে জল জীৱন মিছনৰ অধীনত ৯৫০ কোটি টকাৰ অধিক মূল্যৰ বহু-গাওঁ আঁচনিৰ আধাৰশিলা উদ্বোধন কৰে আৰু আধাৰশিলা স্থাপন কৰে। তেওঁ শিৱমোগ্গা চহৰত ৮৯৫ কোটি টকাৰ অধিক মূল্যৰ ৪৪ টা স্মাৰ্ট চিটি প্ৰকল্পও উদ্বোধন কৰে।বিমান খণ্ডই মানুহক ওচৰ চপাই আনিছে আৰু দেশৰ প্ৰগতিত অৰিহণা যোগাইছেঃ প্ৰধানমন্ত্ৰী
February 22nd, 12:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত বিমান বন্দৰৰ সংখ্যা বৃদ্ধিৰ বাবে প্ৰশংসা কৰে, কিয়নো ঘৰুৱা বিমান যাত্ৰীৰ চলাচলৰ সংখ্যাই ৪.৪৫ লাখৰ ঘৰ স্পৰ্শ কৰিছে। যি হৈছে কোভিড কালৰ পাছত সৰ্বাধিক সংখ্যা।India has become the world’s 3rd largest aviation market: PM Modi at inauguration of greenfield airport in Mopa, Goa
December 11th, 06:45 pm
PM Modi inaugurated Manohar International Airport, Goa. The airport has been named after former late Chief Minister of Goa, Manohar Parrikar Ji. PM Modi remarked, In the last 8 years, 72 airports have been constructed compared to 70 in the 70 years before that. This means that the number of airports has doubled in the country.PM inaugurates greenfield International Airport in Mopa, Goa
December 11th, 06:35 pm
PM Modi inaugurated Manohar International Airport, Goa. The airport has been named after former late Chief Minister of Goa, Manohar Parrikar Ji. PM Modi remarked, In the last 8 years, 72 airports have been constructed compared to 70 in the 70 years before that. This means that the number of airports has doubled in the country.বদোদৰাত বিমান নিৰ্মাণ প্লাণ্টৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 30th, 02:47 pm
গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী; গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেল জী; মোৰ কেবিনেট সহকৰ্মী তথা দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং জী; শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া জী; টাটা ছনছৰ অধ্যক্ষ; এয়াৰবাছ ইণ্টাৰনেশ্যনেলৰ মুখ্য বাণিজ্যিক বিষয়া; প্ৰতিৰক্ষা আৰু বিমান পৰিবহণ খণ্ডৰ সৈতে জড়িত ব্যক্তিসকল; ভদ্ৰ পুৰুষ-মহিলাসকল!PM lays foundation stone of C-295 Aircraft Manufacturing Facility in Vadodara, Gujarat
October 30th, 02:43 pm
PM Modi laid the foundation stone of the C-295 Aircraft Manufacturing Facility in Vadodara, Gujarat. The Prime Minister remarked, India is moving forward with the mantra of ‘Make in India, Make for the Globe’ and now India is becoming a huge manufacturer of transport aircrafts in the world.Kushinagar International Airport is a tribute to the devotion of Buddhist society around the world: PM Modi
October 20th, 10:33 am
Prime Minister Narendra Modi inaugurated Kushinagar International Airport. Addressing the gathering, the PM said that India is the centre of the faith of Buddhist society around the world. He termed the facility of Kushinagar International Airport, launched as a tribute to their devotion.প্ৰধানমন্ত্ৰীয়ে কুশীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ উদ্ঘাটন কৰে
October 20th, 10:32 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কুশীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ উদ্ঘাটন কৰে।Government is committed towards providing air connectivity to smaller cities through UDAN Yojana: PM
March 09th, 01:17 pm
PM Modi today launched various development works pertaining to connectivity and power sectors from Greater Noida Uttar Pradesh. PM Modi flagged off metro service which would enhance connectivity in the region. He also laid down the foundation stone of 1,320 MW thermal power plant in Khurja, Uttar Pradesh and 1,320 MW power plant in Buxar, Bihar via video link.গ্ৰেটাৰ নয়ডাত উন্নয়নমূলক প্ৰকল্প মুকলি প্ৰধানমন্ত্ৰীৰ
March 09th, 01:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ-প্ৰদেশৰ গ্ৰেটাৰ নয়ডা ভ্ৰমণ কৰে আৰু কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি কৰে৷For Congress, EVM, Army, Courts, are wrong, only they are right: PM Modi
May 09th, 12:06 pm
Addressing a massive rally at Chikmagalur, PM Modi said these elections were not about who would win or lose, but, fulfilling aspirations of people. He accused the Karnataka Congress leaders for patronising courtiers who only bowed to Congress leaders in Delhi not the aspirations of the people.Congress is heavily involved in deal-making: PM Modi
May 09th, 12:05 pm
Addressing a massive rally at Bangarapet, PM Modi said these elections were not about who would win or lose, but, fulfilling aspirations of people. He accused the Karnataka Congress leaders for patronising courtiers who only bowed to Congress leaders in Delhi not the aspirations of the people.Congress does not care about ‘dil’, they only care about ‘deals’: PM Modi
May 06th, 11:55 am
Addressing a massive rally at Bangarapet, PM Modi said these elections were not about who would win or lose, but, fulfilling aspirations of people. He accused the Karnataka Congress leaders for patronising courtiers who only bowed to Congress leaders in Delhi not the aspirations of the people.Bid farewell to the Congress as it cannot think about welfare of people of Karnataka: PM Modi
May 06th, 11:46 am
Prime Minister Narendra Modi addressed massive public meetings at Chitradurga, Raichur, Bagalkot, Hubli . He launched attack on the Congress for their pisive politics and sidelining welfare of farmers in Karnataka. He accused the Congress of spreading lies. He urged people of Karnataka to bid farewell to the Congress for not thinking about their welfare.এন ডি এ চৰকাৰে দেশৰ কৰ্মসংস্কৃতি সলনি কৰিছেঃ লোকসভাত প্ৰধানমন্ত্ৰী মোদী
February 07th, 01:41 pm
আজি লোকসভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে “এন ডি এ চৰকাৰে দেশৰ কৰ্মসংস্কৃতি সলনি কৰিছে। প্ৰকল্পসমূহ কেৱল ভালদৰে ভাৱি উলিওৱাই নহয়, সময়মতে ৰূপায়িতও কৰা হৈছে।”