Our government has continuously worked to strengthen the Constitution and bring its spirit to every citizen: PM Modi in Purnea

April 16th, 10:30 am

Amidst the ongoing election campaigning, Prime Minister Narendra Modi addressed public meeting Purnea, Bihar. Seeing the massive crowd, PM Modi said, “This immense public support, your enthusiasm, clearly indicates - June 4, 400 Paar! Bihar has announced today – Phir Ek Baar, Modi Sarkar! This election is for 'Viksit Bharat' and 'Viksit Bihar'.”

RJD has given only two things to Bihar, Jungle Raj and Corruption: PM Modi in Gaya

April 16th, 10:30 am

Amidst the ongoing election campaigning, Prime Minister Narendra Modi addressed a public meeting in Gaya, Bihar. Seeing the massive crowd, PM Modi said, “This immense public support, your enthusiasm, clearly indicates - June 4, 400 Paar! Gaya and Aurangabad have announced today – Phir Ek Baar, Modi Sarkar!”

PM Modi addresses public meetings in Gaya and Purnea, Bihar

April 16th, 10:00 am

Amidst the ongoing election campaigning, Prime Minister Narendra Modi addressed public meetings in Gaya and Purnea, Bihar. Seeing the massive crowd, PM Modi said, “This immense public support, your enthusiasm, clearly indicates - June 4, 400 Paar! Bihar has announced today – Phir Ek Baar, Modi Sarkar! This election is for 'Viksit Bharat' and 'Viksit Bihar'.”

বিহাৰৰ ঔৰঙ্গাবাদত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

March 02nd, 03:00 pm

আমি বিশ্ববিখ্যাত ‘সূৰ্য মন্দিৰ’, ‘উমগেশ্বৰী মাতা আৰু দেৱকুণ্ড’ৰ এই পবিত্ৰ ভূমিক প্ৰণিপাত জনাইছোঁ! সমবেত সকলোকে শুভেচ্ছা জনাইছোঁ! ‘ভগৱান ভাস্কৰ’ৰ কৃপা সকলোৰে ওপৰত বৰ্ষিত হওক!

প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ ঔৰংগাবাদত ২১,৪০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ ৰাষ্ট্ৰক সমৰ্পিত আৰু আধাৰশিলা স্থাপন কৰে

March 02nd, 02:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ ঔৰংগাবাদত ২১,৪০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰক সমৰ্পিত কৰে আৰু আধাৰশিলা স্থাপন কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ ভিতৰত আছে পথ, ৰে'লৱে আৰু নমামি গংগেৰ লগতে অন্যান্য খণ্ড। প্ৰধানমন্ত্ৰীয়ে ফটো গেলেৰীও পৰিদৰ্শন কৰে।

অহা ১-২ মাৰ্চত ঝাৰখণ্ড, পশ্চিমবংগ আৰু বিহাৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

February 29th, 05:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১-২ মাৰ্চ, ২০২৪ তাৰিখে ঝাৰখণ্ড, পশ্চিমবংগ আৰু বিহাৰ ভ্ৰমণ কৰিব।

বিহাৰৰ দীঘা আৰু সোণেপুৰ সংযোগী, গংগা নদীৰ ওপৰত ৪.৫৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ, নতুন ৬-লেনযুক্ত সেতু নিৰ্মাণত কেবিনেটে অনুমোদন জনায়

December 27th, 08:29 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিয়ে আজি গংগা নদীৰ ওপৰেৰে (বৰ্তমানৰ দীঘা-সোণেপুৰ ৰেল আৰু পথ সেতুৰ পশ্চিমফালে সমান্তৰালভাৱে) নতুন ৪৫৫৬ মিটাৰ দীঘল, ৬-লেন হাই লেভেল/এক্সট্ৰা ড’জড কেবল ষ্টেড দলং নিৰ্মাণ আৰু ইয়াৰ দুয়োপাৰে বিহাৰৰ পাটনা আৰু সাৰণ জিলাত (NH-139W) ইপিচি ম’ডত সংযোগী পথ নিৰ্মাণত অনুমতি জনায়।

PM expresses grief over loss of lives in Aurangabad rail accident

May 08th, 10:48 am

The Prime Minister Shri Narendra Modi has expressed grief over loss of lives in a rail accident in Aurangabad, Maharashtra.

The growing number of women entrepreneurs is a blessing for our society: PM Modi

September 07th, 03:31 pm

Prime Minister Narendra Modi interacted with numerous women of various Self-Help Groups during their ‘Mahila Sammelan’ in Aurangabad, Maharashtra today. On this occasion, PM Modi also distributed the 8th crore gas connection to a woman under the Ujjwala Yojana.

নিৰ্ধাৰিত সময়ৰ ৭ মাহৰ পূৰ্বেই উজ্জ্বলা যোজনাৰ অধীনত ৮ কোটি লোকক ৰন্ধন গেছ সংযোগৰ সফলতা অৰ্জন কৰা হৈছে

September 07th, 03:30 pm

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি ঔৰংগবাদত মহাৰাষ্ট্ৰ ৰাজ্যিক গ্রামীণ জীৱিকা মিচনৰ দ্বাৰা আয়োজিত আত্মসহায়ক গোটসমূহৰ আর্থিক দিশত স্বাৱলম্বী মহিলাসকলৰ অনুষ্ঠান ‘মহিলা সবলীকৰণত মেলা’ত ভাষণ আগবঢ়ায়৷

৭ ছেপ্টেম্বৰ, ২০১৯ত মহাৰাষ্ট্ৰৰ মুম্বাই আৰু ঔৰংগবাদ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

September 06th, 06:19 pm

মুম্বাইত প্ৰধানমন্ত্ৰীয়ে তিনিটা মেট্ৰ’ ৰে’লপথৰ আধাৰশিলা স্থাপন কৰিব, যিকেইটা পথে মহানগৰখনৰ মেট্ৰ’ ৰে’ল নেটৱৰ্কৰ ৪২ কিলোমিটাৰতকৈ অধিক ঠাই সামৰি ল’ব৷ তিনিটা কৰিড’ৰৰ ভিতৰত ৯.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ গাইমুখৰ পৰা শিৱাজী চ’ক (মীৰা ৰোড)লৈ মেট্ৰ’-১০ কৰিড’ৰ, ১২.৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৱাডালাৰ পৰা চত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছলৈ মেট্ৰ’-১১ কৰিড’ৰ আৰু ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ কল্যানৰ পৰা তালোজালৈ মেট্ৰ’-১২ কৰিড’ৰ উল্লেখযোগ্য৷

Only NDA Government can fulfil aspirations of people of Bihar: PM Narendra Modi

October 09th, 02:54 pm



We have to empower the poor, make them self reliant: PM Modi at Parivartan Rally in Aurangabad, Bihar

October 09th, 02:30 pm



Bihar campaign: PM’s rallies on 9th October

October 09th, 10:18 am