PM addresses the event marking celebration of first Audit Diwas
November 16th, 12:02 pm
PM Narendra Modi addressed the event marking the celebration of first Audit Diwas. He said CAG not just keeps track of nations accounts but also does value addition in productivity and efficiency, therefore deliberations on the Audit Day and related programmes are part of our improvement and improvisation.১৬ নৱেম্বৰত প্ৰথম অডিট দিৱস উদযাপন অনুষ্ঠানত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে
November 15th, 11:10 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ নৱেম্বৰ, ২০২১ৰ পুৱা ১০.৩০ বজাত কেগ কাৰ্যালয়ৰ চৌহদত প্ৰথম অডিট দিৱস উদযাপন উপলক্ষে আয়োজিত এক অনুষ্ঠানত ভাষণ আগবঢ়াব৷ এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ এটা মূৰ্তিও উন্মোচন কৰিব৷