নতুন দিল্লীৰ ভাৰত মণ্ডপামত বিকশিত ভাৰত যুৱ নেতা সংলাপ ২০২৫ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ

নতুন দিল্লীৰ ভাৰত মণ্ডপামত বিকশিত ভাৰত যুৱ নেতা সংলাপ ২০২৫ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ

January 12th, 02:15 pm

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী শ্ৰী মানসুখ মাণ্ডভিয়া জী, ধৰ্মেন্দ্ৰ প্ৰধান জী, জয়ন্ত চৌধুৰী জি, ৰক্ষা খাদছে জী, সংসদ সদস্য, অন্যান্য গণ্যমান্য ব্যক্তি আৰু দেশৰ বিভিন্ন প্ৰান্তৰ ​​পৰা ইয়াত উপস্থিত মোৰ ডেকা বন্ধুসকল!

বিকশিত ভাৰত যুৱ নেতা আলোচনা ২০২৫ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ

বিকশিত ভাৰত যুৱ নেতা আলোচনা ২০২৫ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ

January 12th, 02:00 pm

ৰাষ্ট্ৰীয় যুৱ দিৱসত স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ ভাৰত মণ্ডপামত অনুষ্ঠিত হোৱা বিকশিত ভাৰত যুৱ নেতা আলোচনা ২০২৫ত অংশগ্ৰহণ কৰে। তেওঁ সমগ্ৰ ভাৰতৰ ৩,০০০ সচেতন যুৱ নেতাৰ সৈতে সংযোগ স্থাপন কৰে। ভাষণৰ সময়ত তেওঁ ভাৰত মণ্ডপামৰ জীৱন আৰু উৎসাহ কঢ়িয়াই অনা ভাৰতৰ যুৱক-যুৱতীসকলৰ সজীৱ শক্তিক প্ৰশংসা কৰে। দেশৰ যুৱক-যুৱতীসকলৰ সম্ভাৱনাৰ ওপৰত অপৰিসীম বিশ্বাস থকা স্বামী বিবেকানন্দক সমগ্ৰ দেশে স্মৰণ আৰু সন্মান জনাই থকা বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ লগতে কয় যে স্বামী বিবেকানন্দৰ বিশ্বাস যে তেওঁৰ শিষ্যসকল নৱ প্ৰজন্মৰ মাজৰ পৰাই ওলাই আহিব, যিয়ে সিংহৰ শক্তিৰে প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব আৰু সমাধান কৰিব। প্ৰধানমন্ত্ৰীয়ে নৱ প্ৰজন্মৰ শক্তিৰ ওপৰত নিজৰ বিশ্বাসৰ ওপৰত গুৰুত্ব আৰোপ কৰি যুৱ প্ৰজন্মৰ প্ৰতি স্বামীজীৰ দৃষ্টিভংগীৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰে। তেওঁ আৰু কয় যে স্বামী বিবেকানন্দ আজি যদি জীয়াই থাকে তেন্তে একবিংশ শতিকাৰ যুৱক-যুৱতীসকলৰ জাগ্ৰত শক্তি আৰু সক্ৰিয় প্ৰচেষ্টাক প্ৰত্যক্ষ কৰি তেওঁ নৱীকৃত আত্মবিশ্বাসেৰে ভৰি পৰিব।

সংবিধান আমাৰ পথ প্ৰদৰ্শকঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

সংবিধান আমাৰ পথ প্ৰদৰ্শকঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

December 29th, 11:30 am

‘মন কী বাত’ৰ এইটো খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে ‘সংবিধানৰ ৭৫ সংখ্য বাৰ্ষিকী’ আৰু প্ৰয়াগৰাজত অনুষ্ঠিতব্য ‘মহাকুম্ভ’ৰ প্ৰস্তুতিকে ধৰি ভাৰতৰ সাফল্যসমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ ‘বস্তৰ অলিম্পিক’ৰ সফলতাৰ প্ৰশংসা কৰে আৰু ‘আয়ুষ্মান ভাৰত আঁচনি’ৰ অধীনত মেলেৰিয়া নিৰ্মূল আৰু কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ দৰে গুৰুত্বপূৰ্ণ স্বাস্থ্য সফলতাৰ কথাও উল্লেখ কৰে। তদুপৰি, তেওঁ উৰিষ্যাৰ কালাহাণ্ডিত সম্পাদিত হোৱা কৃষি বিপ্লৱৰো প্ৰশংসা কৰে।

১০,০০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে গুলবীৰ সিঙক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

September 30th, 08:27 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত ১০,০০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে গুলবীৰ সিঙক প্ৰশংসা কৰে।

‘এছিয়ান গে’মছ’ৰ বাবে ভাৰতীয় দললৈ শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰীয়ে

September 23rd, 08:14 pm

‘এছিয়ান গে’মছ’ৰ বাবে ভাৰতীয় দললৈ শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

Prime Minister applauds incredible work by Indian Men's 4x400m Relay Team

August 27th, 07:03 pm

The Prime Minister, Shri Narendra Modi has applauded efforts of Indian Men's 4x400m Relay Team members Anas, Amoj, Rajesh Ramesh and Muhammed Ajmal to qualify for World Championships Final.

২৭.০৮.২০২৩ত ‘মন কী বাত’ৰ ১০৪সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

August 27th, 11:30 am

মন কী বাতৰ আগষ্ট মাহৰ খণ্ডলৈ আপোনালোকক পুনৰবাৰ আদৰণী জনাইছো৷ কেতিয়াবা এনেকুৱা হৈছিল যদিও মোৰ মনত নাই যে শাওন মাহত দুবাৰকৈ ‘মন কী বাত’ অনুষ্ঠান অনুষ্ঠিত হৈছে, কিন্তু এইবাৰ এনেকুৱাই হৈছে৷ শাওন অৰ্থাৎ মহাশিৱৰ মাহ, উৎসৱ আৰু উল্লাসৰ মাহ৷ চন্দ্ৰযানৰ সফলতাই উৎসৱৰ এই আনন্দ কেইবাগুণ বৃদ্ধি কৰিলে৷ চন্দ্ৰযান চন্দ্ৰমাত উপস্থিত হোৱা তিনিদিনতকৈ বেছি হ’ল৷ এই সফলতা ইমানেই বেছি যে ইয়াৰ যিমানেই আলোচনা নকৰক কিয় সিমানেই কম হ’ব৷ আপোনালোকৰ সৈতে কথা পাতি থকাৰ সময়তে মোৰ এটা পুৰণি কবিতা মনত পৰিছে...

প্ৰধানমন্ত্ৰীয়ে ২০সংখ্যক এছিয়ান ২০ অনুৰ্ধ এথলেটিকছ চেম্পিয়নশ্বিপত দাঙি ধৰা প্ৰদৰ্শনৰ বাবে খেলুৱৈসকলক প্ৰশংসা কৰে

June 09th, 08:34 pm

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি ২০সংখ্যক এছিয়ান ২০ অনুৰ্ধ এথলেটিকছ চেম্পিয়নশ্বিপত খেলুৱৈসকলক এক সুন্দৰ প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয়ঃ আমাৰ খেলুৱৈসকলৰ বাবে মই গৌৰৱান্বিত! ২০ সংখ্যক এছিয়ান ২০ অনূৰ্ধ্ব এথলেটিকছ চেম্পিয়নশ্বিপত তেওঁলোকে ব্যতিক্ৰমীভাৱে উন্নত প্ৰদৰ্শন দাঙি ধৰিছিল। তেওঁলোকে ৬টা স্বৰ্ণকে ধৰি ১৯টা পদক লাভ কৰি ভাৰতক ৪৫খন দেশৰ ভিতৰত ৩য় স্থানলৈ উন্নীত কৰিছে। আমি আমাৰ খেলুৱৈসকলৰ জয়লাভ উদযাপন কৰিছো আৰু ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে তেওঁলোকক শুভেচ্ছা জনাইছো।

ৰাছিয়াৰ মস্কোত অনুষ্ঠিত ৱুচু ষ্টাৰ্ছ চেম্পিয়নশ্বিপত ভাৰতৰ হৈ ১৭ টা পদক জয় কৰাৰ বাবে মহিলা খেলুৱৈসকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

May 08th, 11:03 pm

ৰাছিয়াৰ মস্কোত অনুষ্ঠিত ৱুচু ষ্টাৰ্ছ চেম্পিয়নশ্বিপত দেশৰ হৈ ১৭টা পদক অৰ্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ মহিলা খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰে।

উত্তৰপ্রদেশৰ জালাউনত বুন্দেলখণ্ড এক্সপ্ৰেছৱে উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণ

July 16th, 04:17 pm

ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, বেদব্যাসৰ জন্মভূমি তথা মহাৰাণী লক্ষ্মীবাঈৰ অঞ্চললৈ আকৌ মোৰ অহাৰ সৌভাগ্য হ'ল। মই ইয়াৰ বাবে অত্যন্ত আনন্দিত! নমস্কাৰ।

প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশ পৰিদৰ্শন কৰে আৰু বুণ্ডেলখণ্ড এক্সপ্ৰেছৱে উদ্বোধন কৰে

July 16th, 10:25 am

উত্তৰ প্ৰদেশৰ জালাউনৰ অ’ৰাই তহচিলৰ কৈথেৰী গাঁৱত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বুণ্ডেলখণ্ড এক্সপ্ৰেছৱে উদ্বোধন কৰে। উক্ত অনুষ্ঠানত উপস্থিত থকাসকলৰ ভিতৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, ৰাজ্যিক মন্ত্ৰী আৰু জনপ্ৰতিনিধিও আছিল।

For us, development means empowerment of poor, deprived, tribal, mothers and sisters: PM Modi

July 07th, 04:31 pm

PM Modi inaugurated and laid foundation stones of multiple projects worth over Rs. 1800 crores at an event at Dr Sampurnanand Sports Stadium, Sigra, Varanasi. He praised the local people for preferring long-lasting solutions and projects over temporary and short-cut solutions.

PM inaugurates and lays the foundation stone of multiple development initiatives worth over Rs. 1800 crores

July 07th, 04:30 pm

PM Modi inaugurated and laid foundation stones of multiple projects worth over Rs. 1800 crores at an event at Dr Sampurnanand Sports Stadium, Sigra, Varanasi. He praised the local people for preferring long-lasting solutions and projects over temporary and short-cut solutions.

ব্ৰাজিলত অনুষ্ঠিত ‘ডীফলি>ম্পিকছ ২০২১’ত অংশগ্ৰহণ কৰা প্ৰতিভাধৰ খেলুৱৈসকললৈ শুভকামান জনাইছে প্ৰধানমন্ত্ৰীয়ে

May 01st, 09:00 pm

ব্ৰাজিলত অনুষ্ঠিত ‘ডীপলিম্পিক্ছ ২০২১’ত অংশগ্ৰহণ কৰা প্ৰতিভাধৰ খেলুৱৈসকললৈ শুভকামনা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে কয় যে ক্ৰীড়া সমাৰোহখনলৈ যোৱাৰ প্ৰাক ক্ষণত খেলুৱৈসকলে ‘ৰাষ্ট্ৰীয় সমৰ স্মাৰক’ পৰিদৰ্শন কৰা কথাটোৱে তেওঁক বাৰুকৈয়ে আৱেগিক কৰি তুলিছে।

ভাৰতীয় যুৱসমাজে কিবা নতুন আৰু বৃহৎ পৰিসৰত কৰিবলৈ বিচাৰে: মন কী বাতত প্ৰধানমন্ত্ৰী

August 29th, 11:30 am

মোৰ মৰমৰ যুৱবন্ধুসকল, আমি বিভিন্ন ধৰণৰ ক্ৰীড়া আয়ত্ত কৰাৰ এই সুযোগৰ সদ্ব্যৱহাৰ কৰা উচিত। গাঁৱে-গাঁৱে ক্ৰীড়া প্ৰতিযোগিতা অব্যাহত থাকিব লাগে। প্ৰতিযোগিতাৰ পৰাই খেলখন সম্প্ৰসাৰিত হয়, খেলৰ বিকাশ হয়, খেলুৱৈসকলেও ইয়াৰ পৰাই ওলাই ৷ আহক আমি সকলোৱে যিমান পাৰোঁ এই গতি গ্ৰহণ কৰোঁ, আৰু 'সবকা প্ৰয়াস'ৰ এই মন্ত্ৰেৰে ইয়াক উপলব্ধি কৰি ইয়াত অৱদান আগবঢ়াওঁ।

PM congratulates wrestlers on winning medals at Junior World Wrestling Championships 2021

August 23rd, 03:02 pm

The Prime Minister, Shri Narendra Modi has congratulated wrestlers on winning medals at the Junior World Wrestling Championships 2021.

PM congratulates athletes on winning medals at WAU20Nairobi2021

August 23rd, 02:52 pm

The Prime Minister, Shri Narendra Modi has congratulated athletes on winning the medals at World Athletics Under 20 Nairobi-2021.

এছিয়ান পেৰা গেমছত পদক বিজয়ী এথলীটসকলক সম্বৰ্ধনা প্ৰধানমন্ত্ৰী মোদীৰ

October 16th, 05:34 pm

এছিয়ান পেৰা গেমছত পদক বিজয়ী এথলীটসকলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সাক্ষাৎ কৰে আৰু সম্বৰ্ধনা জ্ঞাপন কৰে৷

Khelo India is an effort to give strength to a mass movement for playing more: PM Modi

January 31st, 05:27 pm

Inaugurating the Khelo India School Games today, the PM said that sports must occupy a central place in the lives of our youth. He said that India did not lack sporting talent and being a youthful nation, it could do wonders in the field of sports.

PM addresses the Opening Ceremony of Khelo India School Games

January 31st, 05:26 pm

Inaugurating the Khelo India School Games today, the PM said that sports must occupy a central place in the lives of our youth. He said that India did not lack sporting talent and being a youthful nation, it could do wonders in the field of sports.