Congress wants to snatch your property and impose inheritance tax: PM Modi in Sagar

April 24th, 03:00 pm

Prime Minister Narendra Modi addressed a massive public gathering today in Sagar, Madhya Pradesh, reaffirming the strong support of the people for the BJP government and emphasizing the importance of stable governance for development.

PM Modi addresses public meetings in Sagar and Betul, Madhya Pradesh

April 24th, 02:50 pm

Prime Minister Narendra Modi addressed massive public gatherings in Madhya Pradesh’s Sagar and Betul, reaffirming the strong support of the people for the BJP government and emphasizing the importance of stable governance for development.

টিভি নাইন কনক্লেভত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

February 26th, 08:55 pm

আমাৰ ইয়াত পুৰণি কালত যুদ্ধলৈ যোৱাৰ আগতে বৰ জোৰেৰে ডবা বজোৱা হৈছিল, ডাঙৰ ডাঙৰ বিউগল বজোৱা হৈছিল যাতে যোৱাসকল অলপ উদ্যমত যায়, ধন্যবাদ দাস! টিভি নাইনৰ সকলো দৰ্শকলৈ মোৰ নমস্কাৰ আৰু ইয়াত উপস্থিত আপোনালোক সকলোলৈ... মই প্ৰায়ে ভাৰতৰ বৈচিত্ৰ্যৰ কথা কওঁ। এই বৈচিত্ৰ্য টিভি নাইনৰ নিউজ ৰুম, আপোনালোকৰ ৰিপ’ৰ্টিং দলত স্পষ্টকৈ দেখা যায়। টিভি নাইনৰ কেইবাটাও ভাৰতীয় ভাষাত মিডিয়া প্লেটফৰ্ম আছে। আপোনালোক ভাৰতৰ সজীৱ গণতন্ত্ৰৰো প্ৰতিনিধি। মই বেলেগ বেলেগ ৰাজ্যত, বেলেগ বেলেগ ভাষাত টিভি নাইনত কাম কৰা সকলো সাংবাদিক বন্ধুক, আপোনালোকৰ কাৰিকৰী দলটোক বহুত বহুত অভিনন্দন জনাইছোঁ।

নিউজ-৯ গ্ল’বেল ছামিটত ভাষণ প্ৰধানমন্ত্ৰীৰ

February 26th, 07:50 pm

আজি নতুন দিল্লীত অনুষ্ঠিত নিউজ-৯ গ্ল’বেল ছামিটত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ আগবঢ়ায়। সন্মিলনৰ বিষয়বস্তু আছিল ‘ভাৰত: এক বিশাল জাঁপৰ বাবে সাজু’।

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত ভাৰত মোবিলিটি গ্লোবেল এক্সপোত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 02nd, 04:31 pm

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহকৰ্মী শ্ৰী নীতিন গাডকাৰীজী, নাৰায়ণ ৰাণেজী, পীয়ুষ গোৱেলজী, হৰদীপ সিং পুৰীজী, মহেন্দ্ৰ নাথ পাণ্ডেজী, উদ্যোগটোৰ সকলো বিশিষ্ট ব্যক্তি, অন্যান্য গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল!

ভাৰত ম’বিলিটী গ্লোবেল এক্সপো ২০২৪ সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে

February 02nd, 04:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘ভাৰত মণ্ডপম’ত ভাৰতৰ সৰ্ববৃহৎ আৰু এই ধৰণৰ প্ৰথমখন গতিশীলতা সম্পৰ্কীয় প্ৰদৰ্শনী ‘ভাৰত ম’বিলিটী গ্লোবেল এক্সপো ২০২৪’ৰ এক কাৰ্যসূচীত সম্বোধন কৰে। তেওঁ পদব্ৰজে ‘এক্সপো’ৰ একাংশ পৰিভ্ৰমণ কৰে। ‘ভাৰত মোবিলিটী গ্লোবেল এক্সপো ২০২৪’-ত গতিশীলতা আৰু স্বয়ংচালিত মূল্য শৃংখলাত ভাৰতৰ সামৰ্থ্য প্ৰদৰ্শন কৰা হৈছে আৰু ইয়াত প্ৰদৰ্শনী, সন্মিলন, ক্ৰেতা-বিক্ৰেতাৰ সভা, ৰাজ্যিক অধিৱেশন, পথ সুৰক্ষা পেভিলিয়ন, আৰু ৰাইজক আৰ্কিষত কৰিব পৰা ‘গো-কাৰ্টিঙ’ৰ দৰে অনুষ্ঠানৰ দিহা কৰা হ'ব।

হিমাচল প্ৰদেশত ক’ভিড টীকাকৰণ অভিযানত জড়িত স্বাস্থ্যকৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

September 06th, 11:01 am

হিমাচল প্ৰদেশত আজি এজন ‘প্ৰধান সেৱক’ হিচাপেই নহয় বৰং পৰিয়াল এগৰাকী সদস্য হিচাপেও মই গৌৰৱ কৰাৰ সুযোগ লাভ কৰিছো। মই সৰু সৰু সা-সুবিধাসমূহৰ বাবেও সংঘৰ্ষ কৰা হিমাচলখনক দেখিছো, আৰু আজি বিকাশ-গাঁথা লিখি থকা হিমাচলখনকো প্ৰত্যক্ষ কৰিছো। এয়া সকলো দেৱী-দেৱতাৰ আশীৰ্বাদ, হিমাচল চৰকাৰৰ কৰ্মকুশলতা আৰু হিমাচলৰ প্ৰতিগৰাকী ব্যক্তিৰ সজাগতাৰে সম্ভৱ হৈছে। মই আকৌ এবাৰ যিসকলৰ সৈতে কথা পতাৰ সুযোগ পালো আৰ যি দৰে সকলোৱে কথা পাতিলে তাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছো। মই গোটেই টীমটোকে ধন্যবাদ জনাইছো। হিমাচলে এটা টীমৰ ৰূপত কাম কৰি অদ্ভুত সাফল্য লাভ কৰিলে। মোৰ ফালৰ পৰা আপোনালোক আটাইকে বহুত বহুত শুভকামনা যাঁচিলো।

হিমাচল প্ৰদেশৰ ক’ভিড টিকাকৰণ কাৰ্য্যক্ৰমৰ হেল্থকেয়াৰ কৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়

September 06th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে হিমাচল প্ৰদেশৰ ক’ভিড টিকাকৰণ কাৰ্য্যক্ৰমৰ হেল্থকেয়াৰ কৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। এই কাৰ্য্যসূচীত ৰাজ্যখনৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, শ্ৰী জে পি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী, শ্ৰী অনুৰাগ সিং ঠাকুৰ, সাংসদ, বিধায়ক, পঞ্চায়ত নেতা তথা অন্যান্যসকল উপস্থিত থাকে।

হিমাচল প্ৰদেশৰ সোলাং ভেলীত ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পা

October 03rd, 02:46 pm

কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী শ্ৰীযুত ৰাজনাথ সিং জী, হিমাচল প্ৰদেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ভাই জয়ৰাম ঠাকুৰ জী, হিমাচলৰ পৰাই সাংসদ আৰু কেন্দ্ৰত মন্ত্ৰী মোৰ সহযোগী, হিমাচলৰ ল'ৰা শ্ৰী অনুৰাগ ঠাকুৰ জী, স্থানীয় বিধায়ক, সাংসদসকল আৰু হিমাচল চৰকাৰৰ মন্ত্ৰী ভাই গোবিন্দ ঠাকুৰ জী, অন্য মন্ত্ৰীসকল, অন্য সাংসদসকল, বিধায়কসকল, ভাই-ভনীসকল।

চোলাঙত অভিনন্দন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহ

October 03rd, 02:43 pm

আজি হিমাচল প্ৰদেশৰ চোলাং উপত্যকাত অনুষ্ঠিত এটি অভিনন্দন অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে তেখেতে ৰোহটঙত বিশ্বৰ দীৰ্ঘতম অটল টানেল ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে আৰু হিমাচল প্ৰদেশৰ শিশুত অভৰ সমাৰোহত অংশগ্ৰহণ কৰে।

লাহুৱাল স্পিটিৰ ছিচ্ছুত আয়োজিত আভাৰ সমাৰোহত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ লিখিত ৰূপ

October 03rd, 12:59 pm

আজি বহু দিনৰ পিছত আপোনালোক সকলোৰে সমূখলৈ অহাৰ সৌভাগ্য হৈছে আৰু ইয়াক লৈ মই সুকী অনুভৱ কৰিছো। অটল সুৰঙ্গৰ বাবে আপোনালোক সকলোকে মই বহু বহু অভিনন্দন আৰু শুভকামনা জনাইছো।

হিমাচল প্ৰদেশৰ শিশুত ‘অভৰ সমাৰোহ’ত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

October 03rd, 12:58 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিমাচল প্ৰদেশৰ লাহুল আৰু স্পিতিৰ শিশুত ‘অভৰ সমাৰোহ’ত অংশগ্ৰহণ কৰে।

হিমাচলপ্ৰদেশৰ ৰোহটাঙত অটল সুৰংগৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

October 03rd, 11:08 am

কিছু সময়ৰ পূৰ্বে আমি সকলোৱে এখন চিনেমা চালো আৰু মই তাত এক ছবি গেলাৰীও দেখিলো–দ্য মেকিং অৱ অটল টানেল৷ অৱশ্যে উদ্বোধনী অনুষ্ঠানৰ জাকজমকতাত সেইসকল লোক পিছ পৰি ৰয়, যিসকলৰ পৰিশ্ৰমত এই কাম সম্ভৱ হৈ পৰে৷ অভেদ্য আৰু পাঞ্জালক ভেদ কৰি এক বহু কঠিন সংকল্প আজি সম্পূৰ্ণ কৰা হৈছে৷ এই মহাযজ্ঞত নিজৰ ঘাম মাটিত পেলোৱাসকল, নিজৰ জীৱন সংকটত পেলোৱাসকল, পৰিশ্ৰমী জোৱান, অভিযন্ত্ৰা, সকলো শ্ৰমিক ভাই–ভনীক আজি মই সাদৰেৰে প্ৰণাম জনাইছো৷

‘অটল সুৰংগ’ ৰাষ্ট্ৰৰ নামত উত্সৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে

October 03rd, 11:07 am

পৃথিৱীৰ সবাতোকৈ দীঘল সুৰংগ-পথ ‘অটল সুৰংগ’ আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিক ভাবে মুকলি কৰাৰ লগতে ৰা্ষ্ট্ৰৰ নামত উত্সৰ্গা কৰে। সুৰংগটোৰ দক্ষিণ প্ৰান্ত স্থাপিত মানালীত আয়োজিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে এই কাৰ্য সম্পন্ন কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিব ‘অটল সুৰংগ’

October 01st, 03:14 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে অহা ৩ অক্টোবৰ ২০২০ৰ দিনা পুৱা ১০ বজাত ৰোহটাঙত ‘অটল সুৰংগ’ৰ শুভাৰম্ভ ঘোষণা কৰিব।

New India has to prepare to deal with every situation of water crisis: PM Modi

December 25th, 12:21 pm

On the birth anniversary of former PM Atal Bihari Vajpayee, PM Modi launched Atal Bhujal Yojana and named the Strategic Tunnel under Rohtang Pass after Vajpayee. PM Modi highlighted that the subject of water was very close to Atal ji's heart and the NDA Government at Centre was striving to implement his vision.

PM Launches Atal Bhujal Yojana

December 25th, 12:20 pm

On the birth anniversary of former PM Atal Bihari Vajpayee, PM Modi launched Atal Bhujal Yojana and named the Strategic Tunnel under Rohtang Pass after Vajpayee. PM Modi highlighted that the subject of water was very close to Atal ji's heart and the NDA Government at Centre was striving to implement his vision.