Maharashtra will lead the vision of a ’Viksit Bharat’, and the BJP and Mahayuti are working with this commitment: PM in Panvel
November 14th, 02:50 pm
At rally in Panvel, PM Modi highlighted the region's rich marine resources and outlined government efforts to empower the coastal economy. He mentioned initiatives such as the introduction of modern boats and navigation systems, along with the PM Matsya Sampada Yojana, which provided thousands of crores in assistance to fishermen. The government also linked fish farmers to the Kisan Credit Card and launched schemes for the Mahadev Koli and Agari communities. He added that ₹450 crore was being invested to develop three new ports in Konkan, which would further boost fishermen's incomes and support the Blue Economy.PM Modi delivers impactful addresses in Chhatrapati Sambhajinagar, Panvel & Mumbai, Maharashtra
November 14th, 02:30 pm
In powerful speeches at public meetings in Chhatrapati Sambhajinagar, Panvel & Mumbai, Prime Minister Narendra Modi highlighted the crucial choice facing Maharashtra in the upcoming elections - between patriotism and pisive forces. PM Modi assured the people of Maharashtra that the BJP-Mahayuti government is dedicated to uplifting farmers, empowering youth, supporting women, and advancing marginalized communities.Ek Hain To Safe Hain: PM Modi in Nashik, Maharashtra
November 08th, 12:10 pm
A large audience gathered for public meeting addressed by Prime Minister Narendra Modi in Nashik, Maharashtra. Reflecting on his strong bond with the state, PM Modi said, “Whenever I’ve sought support from Maharashtra, the people have blessed me wholeheartedly.” He further emphasized, “If Maharashtra moves forward, India will prosper.” Over the past two and a half years, the Mahayuti government has demonstrated the rapid progress the state can achieve.Article 370 will never return. Baba Saheb’s Constitution will prevail in Kashmir: PM Modi in Dhule, Maharashtra
November 08th, 12:05 pm
A large audience gathered for a public meeting addressed by PM Modi in Dhule, Maharashtra. Reflecting on his bond with Maharashtra, PM Modi said, “Whenever I’ve asked for support from Maharashtra, the people have blessed me wholeheartedly.”PM Modi addresses public meetings in Dhule & Nashik, Maharashtra
November 08th, 12:00 pm
A large audience gathered for public meetings addressed by Prime Minister Narendra Modi in Dhule and Nashik, Maharashtra. Reflecting on his strong bond with the state, PM Modi said, “Whenever I’ve sought support from Maharashtra, the people have blessed me wholeheartedly.” He further emphasized, “If Maharashtra moves forward, India will prosper.” Over the past two and a half years, the Mahayuti government has demonstrated the rapid progress the state can achieve.মহাৰাষ্ট্ৰৰ থানেত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু লোকাৰ্পণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
October 05th, 04:35 pm
মহাৰাষ্ট্ৰৰ দেৱী শক্তি, সাডেতিন শক্তিপীঠ, তুলজাপুৰচীৰ আই ভৱানী, কোলহাপুৰৰ মহালক্ষ্মী দেৱী, মাহুৰগড়ৰ আই ৰেনুকা, আৰু ৱানিচিৰ সপ্তশ্রুংগী দেৱী, মই কোটি কোটি বন্দন কৰোঁ (महाराष्ट्राच्या देवीशक्तीचे, साडेतीन शक्तीपीठ, तुलजापूरची आई भवानी, कोल्हापूरची महालक्ष्मी देवी, माहुरगडची आई रेणुका, आणि वणीची, सप्तश्रृंगी देवी, यान्ना कोटी कोटी वंदन करतो।)। মই থানেৰ ভূমিত শ্ৰী কোপিনেশ্বৰৰ চৰণত প্ৰণাম জনাইছোঁ। মই লগতে ছত্ৰপতি শিৱাজী মহাৰাজ আৰু বাবা চাহেব আম্বেদকাৰকো প্ৰণাম জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ থানেত ৩২,৮০০ কোটি টকাৰ এলানি প্ৰকল্প উদ্বোধন কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
October 05th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ থানেত ৩২,৮০০ কোটি টকাৰ এলানি প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু অঞ্চলটোত নগৰীয়া গতিশীলতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে।মুম্বাইত উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 13th, 06:00 pm
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ৰমেশ বাইছজী, মুখ্যমন্ত্ৰী একনাথ শিন্দেজী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী পীয়ুষ গোৱেলজী, ৰামদাস আঠৱালেজী, উপ-মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নবিছজী, অজিত দাদা পাৱাৰজী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী মংগল প্ৰভাত জী, দীপক কেচৰকাৰজী, আন সকলো গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল।মহাৰাষ্ট্ৰৰ মুম্বাইত ২৯,৪০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা প্ৰধানমন্ত্ৰীৰ
July 13th, 05:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাইত ২৯,৪০০ কোটি টকাৰো অধিক মূল্যৰ পথ, ৰে’ল আৰু বন্দৰ খণ্ডৰ সৈতে জড়িত একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি দেশৰ নামত উৎসৰ্গা কৰে।Workers of all family-run parties in country are at peak of despair: PM Modi in Kendrapara, Odisha
May 29th, 01:45 pm
Addressing his final rally for the 2024 elections in Odisha, PM Modi addressed a massive gathering in Kendrapara, highlighting the transformative journey ahead for the state. PM Modi expressed his confidence in ushering in a new era of development in Odisha post-June 4th. He said, On June 10th, Odisha will witness the historic oath-taking of the first BJP Chief Minister, who will be a son or daughter of Odisha. He stressed the need for a double-engine government to accelerate Odisha's growth, mirroring the national endorsement of a strong BJP-led government for the third consecutive term.PM Modi addresses public meetings in Mayurbhanj, Balasore and Kendrapara, Odisha
May 29th, 01:00 pm
Prime Minister Narendra Modi addressed enthusiastic public meetings in Mayurbhanj, Balasore and Kendrapara, Odisha with a vision of unprecedented development and transformation for the state and the country. PM Modi emphasized the achievements of the last decade under his leadership and laid out ambitious plans for the next five years, promising continued progress and prosperity for all Indians.Mumbai is the economic powerhouse of India: PM Modi in Mumbai, Maharashtra
May 17th, 07:30 pm
Prime Minister Narendra Modi addressed a massive public gathering in Mumbai, presenting a compelling vision for the future and highlighting the significant role Mumbai plays in India's development. He called on the citizens to support the BJP and Shiv Sena candidates in the upcoming elections to ensure the continuation of progressive policies and robust governance.PM Modi addresses a public meeting at Shivaji Park in Mumbai, Maharashtra
May 17th, 07:13 pm
Prime Minister Narendra Modi addressed a massive public gathering in Mumbai, presenting a compelling vision for the future and highlighting the significant role Mumbai plays in India's development. He called on the citizens to support the BJP and Shiv Sena candidates in the upcoming elections to ensure the continuation of progressive policies and robust governance.নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত ভাৰত মোবিলিটি গ্লোবেল এক্সপোত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 02nd, 04:31 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহকৰ্মী শ্ৰী নীতিন গাডকাৰীজী, নাৰায়ণ ৰাণেজী, পীয়ুষ গোৱেলজী, হৰদীপ সিং পুৰীজী, মহেন্দ্ৰ নাথ পাণ্ডেজী, উদ্যোগটোৰ সকলো বিশিষ্ট ব্যক্তি, অন্যান্য গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল!ভাৰত ম’বিলিটী গ্লোবেল এক্সপো ২০২৪ সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
February 02nd, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘ভাৰত মণ্ডপম’ত ভাৰতৰ সৰ্ববৃহৎ আৰু এই ধৰণৰ প্ৰথমখন গতিশীলতা সম্পৰ্কীয় প্ৰদৰ্শনী ‘ভাৰত ম’বিলিটী গ্লোবেল এক্সপো ২০২৪’ৰ এক কাৰ্যসূচীত সম্বোধন কৰে। তেওঁ পদব্ৰজে ‘এক্সপো’ৰ একাংশ পৰিভ্ৰমণ কৰে। ‘ভাৰত মোবিলিটী গ্লোবেল এক্সপো ২০২৪’-ত গতিশীলতা আৰু স্বয়ংচালিত মূল্য শৃংখলাত ভাৰতৰ সামৰ্থ্য প্ৰদৰ্শন কৰা হৈছে আৰু ইয়াত প্ৰদৰ্শনী, সন্মিলন, ক্ৰেতা-বিক্ৰেতাৰ সভা, ৰাজ্যিক অধিৱেশন, পথ সুৰক্ষা পেভিলিয়ন, আৰু ৰাইজক আৰ্কিষত কৰিব পৰা ‘গো-কাৰ্টিঙ’ৰ দৰে অনুষ্ঠানৰ দিহা কৰা হ'ব।নবী মুম্বাইত উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 12th, 08:36 pm
মুম্বাই আৰু মহাৰাষ্ট্ৰৰ লগতে বিকশিত ভাৰতৰ সংকল্পৰ বাবে আজি এক অতি ডাঙৰ তথা ঐতিহাসিক দিন। আজি মুম্বাইত উন্নয়নৰ এই উদযাপন চলি থকাৰ পাছতো সমগ্ৰ দেশে ইয়াৰ ওপৰত নজৰ দিছে৷ আজি দেশত এই বিশাল অটল সেতু, বিশ্বৰ অন্যতম বৃহৎ সাগৰীয় দলং উদ্বোধন কৰা হৈছে। ভাৰতৰ উন্নয়নৰ বাবে আমি আনকি সাগৰৰ লগত সংঘৰ্ষ কৰি ঢৌক ৰুধিক পৰা আমাৰ সংকল্পৰ এয়াও প্ৰমাণ। আজিৰ অনুষ্ঠানটোও দৃঢ়তাৰে সাফল্যৰ প্ৰমাণ।মহাৰাষ্ট্ৰৰ নৱী মুম্বাইত ১২,৭০০ কোটিতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে
January 12th, 04:57 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ নৱী মুম্বাইত ১২,৭০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। ইয়াৰ পূৰ্বে, প্ৰধানমন্ত্ৰীয়ে নৱী মুম্বাইত ১৭,৮৪০ কোটিতকৈ অধিক ব্যয়ৰে নিৰ্মাণ কৰা অটল বিহাৰী বাজপেয়ী সেৱৰী-নহৱা সেৱা অটল সেতু উদ্বোধন কৰে। আজি উদ্বোধন কৰা উন্নয়নমূলক প্ৰকল্পসমূহৰ ভিতৰত আছে পথ আৰু ৰে'ল সংযোগ, খোৱাপানী, ৰত্ন আৰু গহনা আৰু মহিলা সবলীকৰণৰ খণ্ডসমূহ।১২ জানুৱাৰীত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
January 11th, 11:12 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ জানুৱাৰী, ২০২৪ তাৰিখে মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। দুপৰীয়া প্ৰায় ১২:১৫ বজাত প্ৰধানমন্ত্ৰীগৰাকী নাচিকত উপস্থিত হ’ব, ইয়াত তেখেতে ২৭ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ উদ্বোধন কৰিব। বিয়লি প্ৰায় ৩:৩০ বজাত, মুম্বাইত প্ৰধানমন্ত্ৰীগৰাকীয়ে অটল বিহাৰী বাজপায়ী সেতু উদ্বোধন কৰিব। বিয়লি প্ৰায় ৪:১৫ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে নৱী মুম্বাইত এক ৰাজহুৱা কাৰ্য্যসূচীত অংশগ্ৰহণেৰে একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব।