Cabinet approves continuation of the Atal Innovation Mission
November 25th, 08:45 pm
The Union Cabinet chaired by PM Modi approved the continuation of its flagship initiative, the Atal Innovation Mission (AIM), under the aegis of NITI Aayog, with an enhanced scope of work and an allocated budget of Rs.2,750 crore for the period till March 31, 2028. AIM 2.0 is a step towards Viksit Bharat that aims to expand, strengthen and deepen India’s already vibrant innovation and entrepreneurship ecosystem.স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২২ৰ গ্ৰেণ্ড ফিনালেত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 25th, 08:01 pm
সঁচাকৈয়ে আপোনালোক সকলো উদ্ভাৱকক লগ পাই, কথা পাতি মোৰ বহুত ভাল লাগিছে৷ আপোনালোকে এনে কেতবোৰ নতুন নতুন বিষয় চুই গৈছে, আপোনালোকৰ দৰে যুৱক-যুৱতীসকলে নিজৰ কাম-কাজত যি নতুনত্ব আনিছে, যি আত্মবিশ্বাসেৰে আপোনালোকে নিজৰ কাম কৰিছে, সেইবোৰে মোৰ দৰে বহু লোকক কিবা নহয় কিবা এটা নতুন কৰাৰ বাবে প্ৰেৰণা যোগায়৷ এক কথাত আপোনালোক প্ৰেৰণাৰ উৎস, সেয়েহে মই আপোনালোক সকলোকে অভিনন্দন জনাইছো৷স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২২ৰ গ্ৰেণ্ড ফিনালেত ভাষণ আগবঢ়ায়ে প্ৰধানমন্ত্ৰীয়ে
August 25th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিযোগে স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২২ৰ গ্ৰেণ্ড ফিনালেত ভাষণ আগবঢ়ায়।India's bio-economy has grown 8 times in the last 8 years: PM Modi
June 09th, 11:01 am
PM Modi inaugurated the Biotech Startup Expo - 2022. Speaking on the occasion, the PM said that India's bio-economy has grown 8 times in the last 8 years. “We have grown from $10 billion to $80 billion. India is not too far from reaching the league of top-10 countries in Biotech's global ecosystem”, he said.PM inaugurates Biotech Startup Expo – 2022
June 09th, 11:00 am
PM Modi inaugurated the Biotech Startup Expo - 2022. Speaking on the occasion, the PM said that India's bio-economy has grown 8 times in the last 8 years. “We have grown from $10 billion to $80 billion. India is not too far from reaching the league of top-10 countries in Biotech's global ecosystem”, he said.Cabinet approves extension of Atal Innovation Mission
April 08th, 09:16 pm
The Union Cabinet chaired by the Prime Minister Narendra Modi has approved continuation of Atal Innovation Mission (AIM), till March 2023. The AIM shall work on its intended target of creating an innovation culture and entrepreneurial ecosystem in the country.Embrace challenges over comforts: PM Modi at IIT, Kanpur
December 28th, 11:02 am
Prime Minister Narendra Modi attended the 54th Convocation Ceremony of IIT Kanpur. The PM urged the students to become impatient for a self-reliant India. He said, Self-reliant India is the basic form of complete freedom, where we will not depend on anyone.PM attends 54th Convocation Ceremony of IIT Kanpur and launches blockchain-based digital degrees
December 28th, 11:01 am
Prime Minister Narendra Modi attended the 54th Convocation Ceremony of IIT Kanpur. The PM urged the students to become impatient for a self-reliant India. He said, Self-reliant India is the basic form of complete freedom, where we will not depend on anyone.In the journey of Swachh Bharat & AMRUT Mission, there is dignity, ambition, unmatched love for the motherland: PM
October 01st, 11:01 am
PM Modi launched Swachh Bharat Mission-Urban 2.0 and Atal Mission for Rejuvenation and Urban Transformation 2.0. The PM said that in 2014, the countrymen took a pledge to make India open defecation free - ODF and they fulfilled this pledge with the construction of more than 10 crore toilets. Now the goal of 'Swachh Bharat Mission-Urban 2.0' is to make the cities Garbage-Free, completely free of garbage.প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ‘স্বচ্ছ ভাৰত মিছন-আৰ্বান ২.০’ আৰু ‘অম্ৰুত ২.০’
October 01st, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘স্বচ্ছ ভাৰত মিছন-আৰ্বান ২.০’ আৰু ‘অটল মিছন ফৰ ৰিজুভিনেশ্যন এণ্ড আৰ্বান ট্ৰেন্সফৰমেশ্যন ২.০’, চমুকৈ ‘অম্ৰুত অভিযান’-ৰ দ্বিতীয় পৰ্বৰ শুভাৰম্ভ ঘোষণা কৰে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰী, শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট, শ্ৰী প্ৰহ্লাদ সিং পেটেল, শ্ৰী কুশল কিশোৰ, শ্ৰী শ্ৰী বিশ্বেশ্ব টুডু, বহুকেইগৰাকী ৰাজ্যিক মন্ত্ৰী, চহৰাঞ্চলৰ নিকায়-নিগমৰ মেয়ৰ আৰু সভাপতিসকল উপস্থিত থাকে।প্ৰধানমন্ত্ৰীয়ে ০১ অক্টোবৰত স্বচ্ছ ভাৰত মিছন- চহৰীয়া ২.০ আৰু অমৃত ২.০ৰ শুভাৰম্ভ কৰিব
September 30th, 01:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক ঐতিহাসিক পদক্ষেপৰ জৰিয়তে ০১ অক্টোবৰ, ২০২১ৰ পুৱা ১১ বজাত ডাঃ আম্বেদকাৰ ইণ্টাৰনেচনেল চেণ্টাৰ, নতুন দিল্লীত স্বচ্ছ ভাৰত মিছন- চহৰীয়া ২.০ আৰু ইয়াৰ লগতে কায়াকল্প তথা চহৰীয়া সংশোধনৰ বাবে অটল মিছন ২.০ৰ শুভাৰম্ভ কৰিব।‘ইণ্ডিয়া-অষ্ট্ৰেলিয়া চাৰ্কুলাৰ হেকাথন’(আই-এ’চ)ৰ বিদায় সমাৰোহত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
February 19th, 10:01 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমাৰ উপভোক্তা পেটাৰ্ন আৰু আমি কেনেকৈ ইয়াৰ পৰিবেশগত প্ৰভাৱ হ্ৰাস কৰিব পাৰো, তাৰ ওপৰত দৃষ্টি নিক্ষেপ কৰাটো আৱশ্যকীয়। তেখেতে কয়, এই সংক্ৰান্তত আমাৰ বহু প্ৰত্যাহ্বান সমাধানত চাৰ্কুলাৰ ইকনমি এটা মূল পদক্ষেপ হ’ব পাৰে। আজি তেখেতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ভাৰত-অষ্ট্ৰেলিয়া চাৰ্কুলাৰ ইকনমি হেকাথনৰ সামৰণি অনুষ্ঠান সম্বোধন কৰিয়ে এইদৰে কয়।ভাৰত-অষ্ট্ৰেলিয়া চাৰ্কুলাৰ ইকনমি হেকাথন (I-ACE) সম্বোধন প্ৰধানমন্ত্ৰীৰ
February 19th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমাৰ উপভোক্তা পেটাৰ্ন আৰু আমি কেনেকৈ ইয়াৰ পৰিবেশগত প্ৰভাৱ হ্ৰাস কৰিব পাৰো, তাৰ ওপৰত দৃষ্টি নিক্ষেপ কৰাটো আৱশ্যকীয়। তেখেতে কয়, এই সংক্ৰান্তত আমাৰ বহু প্ৰত্যাহ্বান সমাধানত চাৰ্কুলাৰ ইকনমি এটা মূল পদক্ষেপ হ’ব পাৰে। আজি তেখেতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ভাৰত-অষ্ট্ৰেলিয়া চাৰ্কুলাৰ ইকনমি হেকাথনৰ সামৰণি অনুষ্ঠান সম্বোধন কৰিয়ে এইদৰে কয়।India has a rich legacy in science, technology and innovation: PM Modi
December 22nd, 04:31 pm
Prime Minister Narendra Modi delivered the inaugural address at India International Science Festival (IISF) 2020. PM Modi said, All our efforts are aimed at making India the most trustworthy centre for scientific learning. At the same time, we want our scientific community to share and grow with the best of global talent.PM delivers inaugural address at IISF 2020
December 22nd, 04:27 pm
Prime Minister Narendra Modi delivered the inaugural address at India International Science Festival (IISF) 2020. PM Modi said, All our efforts are aimed at making India the most trustworthy centre for scientific learning. At the same time, we want our scientific community to share and grow with the best of global talent.‘সামাজিক সৱলীকৰণ ২০২০ৰ বাবে দায়িত্বশীল কৃত্ৰিম বুদ্ধিমত্তা’ সন্মিলনৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
October 05th, 07:01 pm
কৃত্ৰিম বুদ্ধিমত্তাই মানুহৰ বৌদ্ধিক শক্তিক প্ৰতিনিধিত্ব কৰে৷ মানুহৰ চিন্তা শক্তিয়ে সঁজুলি আৰু প্ৰযুক্তি নিৰ্মাণ কৰে৷ আজি এই সঁজুলি আৰু প্ৰযুক্তিসমূহেও শিকিবলৈ আৰু চিন্তা কৰাৰ শক্তি আহৰণ কৰিছে৷ ইয়াৰ প্ৰধান চালিকা শক্তি হ’ল এআই৷ মানৱৰ সৈতে এআইৰ সংবদ্ধতাই আমাৰ ধৰিত্ৰীৰ বাবে আচৰিত বস্তুৰ সৃষ্টি কৰিব পাৰে৷কৃত্ৰিম বুদ্ধিমত্তা সন্দৰ্ভত বৃহৎ ভাৰ্চুৱেল সন্মিলন ৰেইজ, ২০২০ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
October 05th, 07:00 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃত্ৰিম বুদ্ধিমত্তা সন্দৰ্ভত বৃহৎ ভাৰ্চুৱেল সন্মিলন ৰেইজ, ২০২০ উদ্বোধন কৰে। ৰেইজ, ২০২০ হৈছে এখনি বৈশ্বিক সভা য’ত হেল্থকেয়াৰ, কৃষি, শিক্ষা আৰু স্মাৰ্ট ম’বিলিটি তথা আন ক্ষেত্ৰসমূহত সামাজিক ৰূপান্তৰ, অন্তৰ্ভুক্তি আৰু সবলীকৰণৰ অৰ্থে এআই ব্যৱহাৰ সন্দৰ্ভত ধাৰণৰ বিনিময় আৰু ভৱিষ্যতৰ ৰূপৰেখা অংকন কৰা হ’ব।আইআইটি চেন্নাইত ছিংগাপুৰ-ভাৰত হেকাথন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ
September 30th, 11:46 am
মই এক সু-পৰিকল্পিত কাম সম্পন্ন কৰাৰ সন্তুষ্টি দেখিবলৈ পাইছো৷ মই ভাবো এই সন্তুষ্টি আহিছে চেন্নাইৰ বিশেষ প্রাতঃভোজন- ইদলি, ধোছা, বড়া সম্বৰৰ পৰা। চেন্নাই চহৰে যি আতিথ্য প্ৰদান কৰে, সেয়া অতুলনীয়। মই নিশ্চিত যে ছিংগাপুৰৰ পৰা অহা আমাৰ দর্শকসকলকে ধৰি প্ৰত্যেকেই চেন্নাইক উপভোগ কৰিছে৷ছাত্ৰ সমাজক দেশৰ সমস্যাৱলীৰ সহজ সমাধান বিচাৰি উলিওৱাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ
September 30th, 11:45 am
প্ৰধানমন্ত্ৰী নেৰেন্দ্ৰ মোডীয়ে আজি ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, চেন্নাইত ‘৩৬ আৱাৰ ছিংগাপোৰ ইণ্ডিয়া হেকাথন’-ৰ বিজয়ীসকলক বঁটা প্ৰদান কৰে। ছিংগাপোৰ চৰকাৰ, ভাৰত চৰকাৰ, ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, চেন্নাই আৰু ছিংগাপোৰৰ নান্যায়াং কাৰিকৰী বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা হেকাথনখনৰ এয়া দ্বিতীয় সন্মিলন আছিল। নান্যায়াং কাৰিকৰী বিশ্ববিদ্যালয়ৰ এক সন্মিলনত প্ৰধানমন্ত্ৰীয়ে দিয়া এক প্ৰস্তাৱৰ আঁত ধৰিয়েই ২০১৮চনত হেকাথনখনৰ প্ৰথম সন্মিলন অনুষ্ঠিত হৈছিল।Jai Jawan, Jai Kisan, Jai Vigyan, Jai Anusandhan: PM Modi at 106th Science Congress
January 03rd, 11:29 am
PM Modi delivered the inaugural address at the 106th session of the Indian Science Congress. Reflecting on the theme of the event this year - ‘Future India: Science and Technology’ - the Prime Minister said that India's true strength will be in connecting its science, technology and innovation, with its people.