Global investment sentiment has shifted from ‘Why India’ to 'Why not India': PM Modi
December 19th, 10:27 am
PM Modi delivered the keynote address at ASSOCHAM Foundation Week 2020, today via video conferencing. Addressing the gathering the PM commended the business community for their contribution to nation-building. He said now the industry has complete freedom to touch the sky and urged them to take full advantage of it.PM Modi's keynote address at ASSOCHAM Foundation Week
December 19th, 10:26 am
PM Modi delivered the keynote address at ASSOCHAM Foundation Week 2020, today via video conferencing. Addressing the gathering the PM commended the business community for their contribution to nation-building. He said now the industry has complete freedom to touch the sky and urged them to take full advantage of it.PM to deliver keynote address at ASSOCHAM Foundation Week on 19th December 2020
December 17th, 08:09 pm
Prime Minister Shri Narendra Modi will deliver the keynote address at ASSOCHAM Foundation Week 2020 on 19th December at 10:30 AM via video conferencing. Prime Minister will also present the ‘ASSOCHAM Enterprise of the Century Award’ to Shri Ratan Tata, who will receive the award on behalf of the TATA Group.উদ্যোগ জগতৰ ষ্টেকহ’ল্ডাৰসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক অনুষ্ঠিত
March 23rd, 07:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে এছ’চেম, ফিকি, চিআইআই আৰু দেশৰ ওঠৰখন চহৰৰ বিভিন্ন স্থানীয় চেম্বাৰৰ ঔদ্যোগিক প্ৰতিনিধিসকলৰ সৈতে বাৰ্তালাপত মিলিত হয়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে দেশৰ উন্নতিৰ বাবে দ্ৰুত গতিত ধাৱমান হোৱাৰ মুহূৰ্ততে ক’ভিড-১৯ৰ দৰে এক অজ্ঞাত সমস্যাই দেশৰ অৰ্থনীতিৰ সন্মুখত বাধা হিচাপে থিয় দিছে৷ তেওঁ কয় যে এই মহামাৰীয়ে উদ্ভৱ কৰা প্ৰত্যাহ্বান বিশ্বযুদ্ধৰ প্ৰভাৱতকৈও সুদূৰপ্ৰসাৰী হোৱাৰ লগতে আমি নিৰৱচ্ছিন্নভাৱে ইয়াক প্ৰতিৰোধ কৰিবলৈ ব্যস্ত থাকিব লাগিব৷ASSOCHAMৰ শতবৰ্ষ উদযাপনৰ মুকলি অধিৱেশনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
December 20th, 11:01 am
ASSOCHAM ৰ অধ্যক্ষ বালকৃষ্ণ গোৱেংকা মহোদয়, সম্পাদক জেলেৰেল দীপক সুড মহোদয়, ASSOCHAMৰ লক্ষাধিক সদস্যগণ, ভাৰতীয় উদ্যোগ জগতৰ মহান ব্যক্তিসকল, ইয়াত উপস্থিত অন্য মহানুভৱসকল, ভদ্ৰমহিলা তথা ভদ্ৰপুৰুষসকল!!!এছোছেমৰ শতবৰ্ষৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষ
December 20th, 11:00 am
তেওঁ কয় যে বিগত পাঁচ বছৰত দেশ ইমানেই শক্তিশালী হৈছে যে কেৱল নিজৰ নির্ধাৰিত লক্ষ্য পূৰণেই নহয়, বৰঞ্চ এই লক্ষ্যত আৰু অগ্ৰসৰ হ’বলৈও সাজু। পাঁচ বছৰৰ পূৰ্বে অর্থনীতি বিপর্যয়ৰ দিশে ধাবিত হৈছিল। বর্তমান চৰকাৰে এই প্ৰৱণতা কেৱল ৰোধ কৰাই নহয়, তাৰ সৈতে অর্থনীতিক এক সুশৃংখল পথত নিবলৈ সক্ষম হৈছে।PM Modi addresses India-Turkey Business Forum
May 01st, 11:13 am
While addressing the India-Turkey Business Forum, PM Narendra Modi said that both countries enjoyed good economic ties. The PM said, “Today’s knowledge-based global economy is continuously opening new areas. We must factor this in our economic and commercial interactions.” Quoting India as the fastest growing major economy in the world, the PM shed light on several schemes and initiatives being undertaken to transform and strengthen the economy.Social Media Corner – 21st August
August 21st, 07:29 pm
Your daily does of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!