লাও পিডিআৰৰ ভিয়েন্টিয়ানত অনুষ্ঠিত হোৱা ২১ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ মুকলি ভাষণৰ অসমীয়া অনুবাদ
October 10th, 02:35 pm
এদশক পূৰ্বে মই ভাৰতৰ ‘এক্ট ইষ্ট’ নীতি উন্মোচন কৰিছিলো। তেতিয়াৰ পৰাই এই পদক্ষেপে ভাৰত আৰু আছিয়ান দেশসমূহৰ মাজত ঐতিহাসিক সংযোগক পুনৰ সজীৱ কৰি তুলিছে, আমাৰ সম্পৰ্কলৈ নতুন শক্তি, দিশ আৰু গতিশীলতা আনিছে।লাও পিডিআৰৰ ভিয়েন্টিয়ানত অনুষ্ঠিত হোৱা ২১ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ মুকলি ভাষণৰ অসমীয়া অনুবাদ
October 10th, 02:30 pm
এদশক পূৰ্বে মই ভাৰতৰ ‘এক্ট ইষ্ট’ নীতি উন্মোচন কৰিছিলো। তেতিয়াৰ পৰাই এই পদক্ষেপে ভাৰত আৰু আছিয়ান দেশসমূহৰ মাজত ঐতিহাসিক সংযোগক পুনৰ সজীৱ কৰি তুলিছে, আমাৰ সম্পৰ্কলৈ নতুন শক্তি, দিশ আৰু গতিশীলতা আনিছে।বিহাৰৰ ৰাজগীৰত নালন্দা বিশ্ববিদ্যালয়ৰচৌহদ উদ্বোধনকৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
June 19th, 10:31 am
বিহাৰৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ আৰ্লেকাৰ ডাঙৰীয়া, এই ৰাজ্যৰ পৰিশ্ৰমী মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ ডাঙৰীয়া,আমাৰ বৈদেশিক মন্ত্ৰী শ্ৰী এছ. জয়শংকৰ ডাঙৰীয়া, বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পৱিত্ৰ ডাঙৰীয়া, ভিন্ন দেশৰ মহামহিম আৰু ৰাষ্ট্ৰদূতসকল,নালন্দা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য, অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকলতথাএই অনুষ্ঠানত উপস্থিত থকা বন্ধু-বান্ধৱীসকল!বিহাৰৰ ৰাজগীৰত ‘নালন্দা বিশ্ববিদ্যালয় চৌহদ’ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
June 19th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ ৰাজগীৰত নালন্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰে। বিশ্ববিদ্যালয়খন ভাৰত আৰু ‘পূব এছিয়া সন্মিলন’ (ইএএছ)ৰ সদস্য দেশসমূহৰ মাজত সহযোগিতা হিচাপে মুকলি কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত ১৭ খন দেশৰ মিছনসমূহৰ মুৰব্বীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল। প্ৰধানমন্ত্ৰীয়ে এটা গছপুলিও ৰোপণ কৰে।শ্ৰীলংকা আৰু মৰিচাছত ইউপিআই সেৱা আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
February 12th, 01:30 pm
মহামহিম ৰাষ্ট্ৰপতি ৰনীল ৱিক্ৰমসিংহ ডাঙৰীয়া, মহামহিম প্ৰধানমন্ত্ৰী প্ৰবিন্দ জগন্নাথ ডাঙৰীয়া, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° জয়শংকৰ ডাঙৰীয়া, শ্ৰীলংকা, মৰিচাছ আৰু ভাৰতৰ চেণ্ট্ৰেল বেংকৰ গৱৰ্ণৰসকল আৰু এই উল্লেখযোগ্য অনুষ্ঠানৰ সকলো সন্মানীয় অংশগ্ৰহণকাৰী!প্ৰধানমন্ত্ৰীয়ে মৰিছাছৰ প্ৰধানমন্ত্ৰী আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ সৈতে যৌথভাৱে ইউপিআই সেৱা শুভাৰম্ভ কৰে
February 12th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তেশ্ৰীলংকাৰ ৰাষ্ট্ৰপতি শ্ৰী ৰনিল বিক্রমসিংহ আৰু মৰিছাছৰ প্ৰধানমন্ত্ৰী শ্ৰীপ্রবিন্দ জগন্নাথৰ সৈতে যৌথভাৱে শ্ৰীলংকা আৰু মৰিছাছত ইউনিফাইড পেমেন্ট ইন্টাৰফেচ (UPI) সেৱাৰলগতে মৰিছাছত ৰুপেকাৰ্ড সেৱাৰ শুভাৰম্ভণি কৰে।২৩ তম এছচিঅ’ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 04th, 12:30 pm
আজি ২৩ সংখ্যক এছচিঅ' সন্মিলনত আপোনাক উষ্ম আদৰণি জনাইছো। বিগত দুটা দশকত, এছচিঅ'ই সমগ্ৰ এছিয়া অঞ্চলত শান্তি, সমৃদ্ধি আৰু উন্নয়নৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে। এই এলেকাৰ সৈতে ভাৰতৰ হাজাৰ হাজাৰ বছৰ পুৰণি সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কই আমাৰ অংশীদাৰী ঐতিহ্যৰ জীৱন্ত প্ৰমাণ। আমি এই অঞ্চলটোক কেৱল সম্প্ৰসাৰিত চুবুৰীয়া হিচাপেই নহয়, কিন্তু এক সম্প্ৰসাৰিত পৰিয়াল হিচাপে বিবেচনা কৰো।এছিয়া কাপ ২০২২ত পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট দলক অভিনন্দন জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
August 28th, 11:56 pm
প্ৰধানমন্ত্ৰীশ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়া কাপ ২০২২ত পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট দলটোক অভিনন্দন জনাইছে।শ্ৰী মোদীয়ে কয় যে দলটোৱে চমৎকাৰ দক্ষতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰিছে।Tamil Nadu is chess powerhouse of India: PM Modi
July 29th, 09:10 am
PM Modi declared open the 44th Chess Olympiad at JLN Indoor Stadium, Chennai. The PM highlighted that Tamil Nadu has a strong historical connection with chess. This is why it is a chess powerhouse for India. It has produced many of India’s chess grandmasters. It is home to the finest minds, vibrant culture and the oldest language in the world, Tamil, he added.PM declares 44th Chess Olympiad open
July 28th, 09:37 pm
PM Modi declared open the 44th Chess Olympiad at JLN Indoor Stadium, Chennai. The PM highlighted that Tamil Nadu has a strong historical connection with chess. This is why it is a chess powerhouse for India. It has produced many of India’s chess grandmasters. It is home to the finest minds, vibrant culture and the oldest language in the world, Tamil, he added.PM Modi inaugurates Buddha Jayanti 2018 celebrations
April 30th, 03:55 pm
While inaugurating Buddha Jayanti 2018 celebrations, PM Modi highlighted several aspects of Lord Buddha’s life and how the Government of India was dedicatedly working towards welfare of people keeping in His ideals in mind. He said that Lord Buddha’s life gave the message of equality, harmony and humility. Shri Modi also spoke about the work being done to create a Buddhist Circuit to connect several sites pertaining to Buddhism in India and in the neighbouring nations.Government is working with compassion to serve people, in line with the path shown by Lord Buddha: PM Modi
April 30th, 03:42 pm
While inaugurating Buddha Jayanti 2018 celebrations, PM Modi highlighted several aspects of Lord Buddha’s life and how the Government of India was dedicatedly working towards welfare of people keeping in His ideals in mind. He said that Lord Buddha’s life gave the message of equality, harmony and humility. Shri Modi also spoke about the work being done to create a Buddhist Circuit to connect several sites pertaining to Buddhism in India and in the neighbouring nations.চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 ফেব্ৰুৱাৰী 2018
February 09th, 07:40 pm
চ'ছিয়েল মিডিয়াৰ জড়িয়তে আপোনাৰ বাবে শাসনকার্য সম্পৰ্কীয় দৈনিক সংযোজন। শাসন সম্পর্কীয় আপোনাৰ টুইট ইয়াত দৈনিক প্ৰকাশিত হ'ব। পঢ়ি থাকক আৰু শ্বেয়াৰ কৰক!Press Statement by PM during the State Visit of President of Palestine
May 16th, 02:50 pm
PM Narendra Modi and President Mahmoud Abbas of Palestine took stock bilateral relations between both the countries. Five MoUs were inked between both countries to strengthen cooperation in key sectors. PM Modi reaffirmed that India was committed to be a useful development partner of Palestine.Taking cooperation to space!
May 05th, 11:00 pm
South Asian leaders hail India's launch of South Asia Satellite
May 05th, 06:59 pm
South Asian leaders hailed successful launch of South Asia Satellite as India's commitment towards Sabka Sath, Sabka Vikas.Sabka Sath, Sabka Vikas can be the guiding light for action and cooperation in South Asia: PM
May 05th, 06:38 pm
PM Narendra Modi congratulated the South Asian leaders on successful launch of South Asia Satellite. The PM said, Sabka Sath, Sabka Vikas can be the guiding light for action and cooperation in South Asia.Space technology will touch lives of our people in the region: PM at launch of South Asia Satellite
May 05th, 04:02 pm
Terming the launch of South Asia Satellite as historic and congratulating ISRO, PM Narendra Modi said that space technology would touch the lives of our people in the region. He added that the satellite would help achieve effective communication, better governance, better banking services and better education in remote areas. Thanking the South Asian leaders, the PM said, “Our coming together is a sign of our unshakeable resolve to place the needs of our peoples in the forefront.”Every Person Is Important: PM Modi during Mann Ki Baat
April 30th, 11:32 am
During his Mann Ki Baat, PM Narendra Modi today said that it was because of red beacons a VIP culture had flourished in the country. The PM added, “When we talk about a New India, EPI is important instead of VIP. EPI means – Every Person is Important.” PM Modi urged to utilize the vacations well and undertake new experiences, learn new skills and visit new places. He also spoke at length about summers, BHIM App and India’s rich persity.India International Exchange will set new standards of quality of service and speed of transactions:PM
January 09th, 06:36 pm
PM Modi inaugurated India International Exchange in Gandhinagar. Speaking at the event PM Modi said that the International Stock Exchange will be an important milestone for the 21st century. PM Modi said will work 22 hours every day starting when Japan's markets open and ending when US markets close. The exchange has been created to spearhead India's push to attract more foreign investment and will trade a range of financial instruments, including equities, commodities and currency.