We are developing Northeast India as the gateway to Southeast Asia: PM

November 02nd, 06:23 pm

At a community programme in Thailand, PM Modi said that while the ties between the two countries were strong, the government wanted to strengthen it further by transforming India's North East region into a gateway to South East Asia. The PM also highlighted the various reforms taking place within the country.

বেংককত প্ৰধানমন্ত্ৰীয়ে ‘ছাৱাছডী পিএম মোদী’ শীৰ্ষক প্ৰৱাসী ভাৰতীয়ৰ অনুষ্ঠান সম্বোধন কৰে

November 02nd, 06:22 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থাইলেণ্ডৰ বেংককত ‘ছাৱাছডী পিএম মোদী’ শীৰ্ষক প্ৰৱাসী ভাৰতীয়ৰ এক অনুষ্ঠান সম্বোধন কৰে৷ সমগ্ৰ থাইলেণ্ডৰ পৰা অহা হাজাৰ হাজাৰ প্ৰৱাসী ভাৰতীয় লোকে অনুষ্ঠানটোত উপস্থিত থাকে৷

এচিয়ান-ভাৰতঃ একে মূল্যবোধ, উমৈহতীয়া ভৱিষ্যতঃ নৰেন্দ্ৰ মোদী

January 26th, 05:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মেদীয়ে দেশৰ নেতৃস্থানীয় বাতৰিকাকতৰ সম্পাদকীয় পৃষ্ঠাত ‘এচিয়ান-ভাৰতঃ একে মূল্যবোধ, উমৈহতীয়া ভৱিষ্যতঃ নৰেন্দ্ৰ মোদী’ শিৰোনামেৰে লিখা প্ৰৱন্ধ প্ৰকাশ পাইছে। তলত প্ৰৱন্ধটো সম্পূৰ্ণকৈ তুলি দিয়া হ’ল।

Delhi Declaration of the ASEAN-India Commemorative Summit to mark the 25th Anniversary of ASEAN-India Dialogue Relations

January 25th, 09:15 pm

To commemorate the 25th Anniversary of ASEAN-India Dialogue Relations under the theme of Shared Values, Common Destiny”, the countries agreed to strengthen strategic partnership and work closely together on common regional and international security issues. The member countries reaffirmed the importance of maintaining and promoting peace and stability.

People to people connectivity have been the foundation of our close ties for hundreds of years: PM at ASEAN Plenary Session

January 25th, 06:08 pm

While addressing the plenary session of ASEAN-India commemorative summit, PM Modi said, India shares the ASEAN vision for the rule based societies and values of peace. We are committed to work with ASEAN nations to enhance collaboration in the maritime domain.

এচিয়ানৰ পূৰ্ণ অধিৱেশনত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ

January 25th, 06:04 pm

এচিয়ান ভাৰত স্মাৰক সমাৰোহৰ পূৰ্ণ অধিৱেশনত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ভাৰত আৰু এচিয়ানে সামাজিক মূল্যবোধ আৰু শান্তিৰ এক উমৈহতীয়া লক্ষ্যৰ ভিত্তিত মানি চলে।আমি সামূদ্ৰিক ক্ষেত্ৰতো এচিয়ান দেশসমূহৰ লগত সহযোগিতা উন্নত কৰাৰ দিশে কাম কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ।”