সেনা দিৱস উপলক্ষে সেনা জোৱানসকলৰ অসাধাৰণ সাহস, অদম্য প্ৰতিশ্ৰুতি আৰু ত্যাগক প্ৰণাম প্ৰধানমন্ত্ৰীৰ
January 15th, 09:32 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সেনা দিৱস উপলক্ষে সেনা জোৱানসকলৰ অসাধাৰণ সাহস, অদম্য দায়বদ্ধতা আৰু ত্যাগক প্ৰণাম জনাইছে৷ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ছেকেন্দেৰাবাদ-বিশাখাপট্টনম সংযোগী বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 15th, 10:30 am
তেলেংগানাৰ ৰাজ্যপাল ড° তামিলিছাই সৌন্দৰৰাজন, কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী জি কিষাণ ৰেড্ডী, তেলেংগানাৰ মন্ত্ৰী মহম্মদ মাহমুদ আলী গাৰু, টি শ্ৰীনিবাস যাদৱ, মোৰ সতীৰ্থ সাংসদ, মোৰ বন্ধু বুণ্ডী সঞ্জয় গাৰু, কে লক্ষ্মণ গাৰু, অন্যান্য বিশিষ্ট ভদ্ৰ পুৰুষ-মহিলাসকল।প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ছেকেন্দ্ৰাবাদক বিশাখাপট্টনমৰ সৈতে সংযোগ কৰা বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লৰ ফ্লেগ অফ কৰে
January 15th, 10:11 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ছেকেন্দ্ৰাবাদক বিশাখাপত্তনমৰ সৈতে সংযোগ কৰা বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লৰ শুভাৰম্ভ কৰে। এই ৰে'লখন ভাৰতীয় ৰে'লৱেৰ দ্বাৰা প্ৰৱৰ্তন কৰা অষ্টমখন বন্দে ভাৰত এক্সপ্ৰেছ হ'ব আৰু প্ৰায় ৭০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশ দুখন তেলেগু ভাষী ৰাজ্যক সংযোগ কৰা প্ৰথমখন ৰে'ল হ'ব। ইয়াৰ বিশাখাপট্টনম, ৰাজমুন্দ্ৰী আৰু অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাড়া ষ্টেচন আৰু তেলেংগানাৰ খাম্মাম, ৱাৰাংগল আৰু ছেকেন্দ্ৰাবাদ ষ্টেচনত ষ্টপেজ থাকিব।সেনা দিৱসত সেনা কৰ্মীসকলক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
January 15th, 09:46 am
সেনা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো সেনা জোৱান, প্ৰাক্তন সেনা কৰ্মী আৰু তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰিছে।ভাৰতীয় সংস্কৃতিৰ স্পন্দনে সমগ্ৰ বিশ্বৰ জনতাক সদায়েই আকৰ্ষিত কৰেঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
January 30th, 11:30 am
বন্ধুসকল, স্বাধীনতাৰ অমৃত মহোৎসৱত, দেশখনে এই প্ৰচেষ্টাৰ জৰিয়তে ইয়াৰ ৰাষ্ট্ৰীয় প্ৰতীকসমূহ পুনৰ প্ৰতিষ্ঠা কৰি আছে। আমি দেখিছিলো যে ইণ্ডিয়া গেটৰ ওচৰত থকা 'অমৰ জোৱান জ্যোতি' আৰু ওচৰৰ 'ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক'ৰ অগ্নি সন্মিলিত কৰা হৈছিল। এই আৱেগিক অনুষ্ঠানত, বহুতো দেশবাসী আৰু শ্বহীদ পৰিয়ালৰ চকুত চকুপানী আছিল। 'ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক'ত স্বাধীনতাৰ পিছৰে পৰা দেশৰ সকলো শ্বহীদৰ নাম লিপিবদ্ধ কৰা হৈছে। মোলৈ কিছুমান প্ৰাক্তন সেনা জোৱানে লিখিছে যে – শ্বহীদসকলৰ স্মৃতিৰ সন্মুখত জ্বলি থকা 'অমৰ জোৱান জ্যোতি' শ্বহীদসকলৰ অমৰত্বৰ প্ৰতীক। সঁচাকৈয়ে, 'অমৰ জোৱান জ্যোতি'ৰ দৰে, আমাৰ শ্বহীদসকল, তেওঁলোকৰ অনুপ্ৰেৰণা আৰু তেওঁলোকৰ অৱদানো অমৰ। মই আপোনালোক সকলোকে ক'ম, যেতিয়াই আপোনালোকে সুযোগ পায়, আপুনি 'ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক' দৰ্শন কৰিব। আপোনাৰ পৰিয়াল আৰু সন্তানকো লৈ যাওক। ইয়াত আপুনি এক পৃথক শক্তি আৰু অনুপ্ৰেৰণা অনুভৱ কৰিব।সেনা দিৱস উপলক্ষে ভাৰতীয় সেনা জোৱানসকলক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
January 15th, 09:13 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সেনা দিৱস উপলক্ষে ভাৰতীয় সেনা জোৱানসকলক শুভেচ্ছা জনাইছে৷ভাৰতীয় সৈন্যবাহিনীৰ সাহস আৰু বিক্ৰমক প্ৰধানমন্ত্ৰীৰ অভিবাদন
January 15th, 12:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সৈন্য দিৱসৰ দিনা ভাৰতীয় সৈন্যবাহিনীৰ সাহস আৰু বিক্ৰমক অভিবাদন জনায়৷চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 জানুৱাৰী 2018
January 15th, 08:10 pm
চ'ছিয়েল মিডিয়াৰ জড়িয়তে আপোনাৰ বাবে শাসনকার্য সম্পৰ্কীয় দৈনিক সংযোজন। শাসন সম্পর্কীয় আপোনাৰ টুইট ইয়াত দৈনিক প্ৰকাশিত হ'ব। পঢ়ি থাকক আৰু শ্বেয়াৰ কৰক!Every citizen of India has unwavering trust and pride in our Army: PM Modi
January 15th, 10:19 am
While conveying greetings to the soldiers, veterans and their families on Army Day today, Prime Minister Narendra Modi said, “Every citizen of India has unwavering trust and pride in our Army, which protects the nation and is also at the forefront of humanitarian efforts during times of natural disasters and other accidents.”Social Media Corner – 15th January 2017
January 15th, 08:57 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!A Salute to the Indomitable Courage Of Our Jawans
January 15th, 07:11 am
Prime Minister Narendra Modi has always respected the indomitable courage displayed by our army personnel and initiated several measures to boost the morale of our jawans. Every year, the Prime Minister makes it a point to celebrate Diwali among the jawans who day in and out guard our nation.PM presents certificates to innovators in the Indian Army, on the occasion of Army Day
January 15th, 06:16 pm
PM salutes Indian Army on the occasion of Army Day
January 15th, 12:55 pm