Paralympics 2024: PM Modi congratulates Sheetal Devi , Rakesh Kumar on winning Bronze Medal

September 02nd, 11:40 pm

The Prime Minister Shri Narendra Modi today hailed the team spirit demonstrated by athletes Sheetal Devi and Rakesh Kumar by winning a Bronze medal in the Mixed Team Compound Open Archery at the ongoing Paris Paralympics.

তামিলনাডুৰ চেন্নাইত অনুষ্ঠিত খেল’ ইণ্ডিয়া ইয়ুথ গেমছৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

January 19th, 06:33 pm

তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ. এন. ৰবি জী, মুখ্যমন্ত্ৰী শ্ৰী এম. কে. ষ্টেলিন জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ অনুৰাগ ঠাকুৰ, এল. মুৰুগান আৰু তামিলনাডু চৰকাৰৰ মন্ত্ৰী উধয়ানিধি ষ্টেলিন আৰু ভাৰতৰ ভিন্ন প্ৰান্তৰপৰা ইয়ালৈ অহা মোৰ যুৱ বন্ধুসকল।

PM inaugurates opening ceremony of the Khelo India Youth Games 2023 in Chennai, Tamil Nadu

January 19th, 06:06 pm

Prime Minister Narendra Modi inaugurated the opening ceremony of the Khelo India Youth Games 2023 in Chennai, Tamil Nadu. Addressing the gathering, the Prime Minister welcomed everyone to the 13th Khelo India Games and said that it is a great way to begin 2024. He said that the people gathered on the occasion represent a young India, a new India whose energy is taking the country to new heights in the world of sports. He extended his best wishes to all athletes and sports lovers who have arrived in Chennai from across the country.

বেংককত অনুষ্ঠিত ‘পেৰা এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপ’ত সুন্দৰ প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় ‘পেৰা আৰ্চাৰী দল’ক অভিনন্দন জনাইছে

November 23rd, 10:58 am

বেংককত অনুষ্ঠিত ‘পেৰা এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপ’ত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰাৰ বাবে ‘ভাৰতীয় পেৰা আৰ্চাৰী দল’ক অভিনন্দন জ্ঞাপন কৰে।

এছিয়ান পেৰা গেমছত ধনুৰ্বিদ্যাত স্বৰ্ণ পদক জয় কৰাৰ বাবে শীতল দেৱী, ৰাকেশ কুমাৰক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে

October 27th, 12:34 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌ এছিয়ান পেৰা গেমছত ধনুৰ্বিদ্যাত সোণৰ পদক অৰ্জন কৰাৰ বাবে শীতল দেৱী আৰু ৰাকেশ কুমাৰক অভিনন্দন জ্ঞাপন কৰে।

PM celebrates Bronze Medal by Para Archers Harvinder Singh and Sahil in Men's Doubles Recurve event in Asian Para Games

October 25th, 04:40 pm

The Prime Minister, Shri Narendra Modi has congratulated Para Archers Harvinder Singh and Sahil on winning the Bronze medal in Men's Doubles Recurve event at Asian Para Games 2022 in Hangzhou, China.

মুম্বাইত অনুষ্ঠিত ‘আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতি (আইঅ’চি)ৰ ১৪১ সংখ্যক অধিৱেশন’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

October 14th, 10:34 pm

‘আইঅ'চি’-ৰ সভাপতি শ্ৰীযুত থমাছ বাখ, ‘আইঅ'চি’-ৰ সন্মানীয় সদস্যবৃন্দ, ‘আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেশ্যন’, ‘ভাৰতীয় ৰাষ্ট্ৰীয় ফেডাৰেশ্যন’ৰ প্ৰতিনিধিবৃন্দ। ভদ্ৰ মহিলা আৰু ভদ্ৰলোকসকল!

PM inaugurates 141st International Olympic Committee (IOC) Session in Mumbai

October 14th, 06:35 pm

PM Modi inaugurated the 141st International Olympic Committee (IOC) Session in Mumbai. Addressing the event, the Prime Minister underlined the significance of the session taking place in India after 40 years. He also informed the audience that India is eager to host the Olympics in the country and will leave no stone unturned in the preparation for the successful organization of the Olympics in 2036. This is the dream of the 140 crore Indians, he added.

এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলৰ সৈতে হোৱা বাৰ্তালাপ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

October 10th, 06:25 pm

এয়া এক ভাল লগা কাকতালীয় ঘটনা যে ১৯৫১ চনত এইডোখৰ স্থানত, এইখন ষ্টেডিয়ামতে প্ৰথমবাৰৰ বাবে ‘এছিয়ান গে’মছ’ অনুষ্ঠিত হৈছিল। আজি, আপোনালোকৰ লগতে সকলো খেলুৱৈয়ে যি পৰাক্ৰম দেখুৱালে, আপোনালোকে যি পুৰুষাৰ্থ দেখুৱলে, আপোনালোকে যি সাফল্য সম্ভৱ কৰি দেখুৱালে তাৰ বাবে দেশৰ প্ৰতিটো কোণত এক উৎসৱৰ পৰিৱেশ সৃষ্টি হৈছে। আপোনালোকে ১০০ তকৈয়ো অধিক পদক জয় কৰাৰ বাবে দিন-ৰাতি একাকাৰ কৰি দিছিল। ‘এছিয়ান গে’মছ’ত আপোনালোক সকলো খেলুৱৈৰ প্ৰদৰ্শনক লৈ সমগ্ৰ দেশে গৌৰৱ অনুভৱ কৰিছে।

এছিয়ান গেমছ ২০২২ত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈৰ দলটোক প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰে

October 10th, 06:24 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ মেজৰ ধ্যান চাঁদ ষ্টেডিয়ামত এছিয়ান গেমছ ২০২২ত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলৰ দলক সম্বোধন কৰে। তেওঁ খেলুৱৈসকলৰ সৈতেও বাৰ্তালাপ কৰে। ভাৰতে এছিয়ান গেমছ ২০২২ত ২৮টা সোণৰ পদকসহ ১০৭টা পদক লাভ কৰে আৰু ই হৈছে মহাদেশীয় মাল্টি স্পৰ্ট ইভেণ্টত লাভ কৰা মুঠ পদকৰ সংখ্যাৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন।

কম্পাউণ্ড আৰ্চাৰীত অভিষেক বাৰ্মাৰ ৰূপৰ পদক; প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 07th, 08:39 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত কম্পাউণ্ড আৰ্চাৰীৰ পুৰুষৰ ব্যক্তিগত ইভেণ্টত ৰূপৰ পদক লাভ কৰাৰ বাবে ধনুৰ্বিদ অভিষেক বাৰ্মাক অভিনন্দন জ্ঞাপন কৰিছে।

কম্পাউণ্ড আৰ্চাৰীত সোণৰ পদক লাভ কৰা ওজস প্ৰবীণ দেওতালেক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

October 07th, 08:36 am

‘এছিয়ান গে’মছ’ত পুৰুষৰ ‘কম্পাউণ্ড আৰ্চাৰী’ৰ ব্যক্তিগত প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে ওজস প্ৰবীণ দেওতালেক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

কম্পাউণ্ড আৰ্চাৰীত স্বৰ্ণ লাভৰ বাবে জ্যোতি সুৰেখা ভেন্নামক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 07th, 08:33 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছৰ কম্পাউণ্ড আৰ্চাৰীত স্বৰ্ণ পদক জয়ৰ বাবে জ্যোতি সুৰেখা ভেন্নামক অভিনন্দন জ্ঞাপন কৰিছে।

পুৰুষৰ আৰ্চাৰী ইভেণ্টত ৰূপৰ পদক জয়ৰ বাবে অতনু দাস, তুষাৰ শ্বেলকে আৰু বোম্মাদেৱাৰা ধিৰাজক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

October 06th, 06:55 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছৰ পুৰুষৰ আৰ্চাৰী ইভেণ্টত ৰূপৰ পদক জয়ৰ বাবে অতনু দাস, তুষাৰ শ্বেলকে আৰু বোম্মাদেৱাৰা ধিৰাজক অভিনন্দন জনাইছে৷

কম্পাউণ্ড ইভেন্টত সোণৰ পদক লাভৰ বাবে পুৰুষৰ আৰ্চাৰী টীমক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 05th, 10:59 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছৰ কম্পাউণ্ড ইভেন্টত স্বৰ্ণ পদক লাভৰ বাবে অভিষেক বাৰ্মা, ওজাছ প্ৰবীণ দেওতালে আৰু প্ৰথমেশ জৱকাৰৰে গঠিত পুৰুষৰ আৰ্চাৰী দলটোক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এছিয়ান গেমছ ২০২২ত মহিলা আৰ্চাৰী কম্পাউণ্ড দলৰ সোণৰ পদক অৰ্জন উদযাপন কৰে

October 05th, 11:21 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছ ২০২২ ত মহিলা আৰ্চাৰী কম্পাউণ্ড দলৰ প্ৰতিযোগিতাত স্বৰ্ণপদক অৰ্জন কৰাৰ বাবে জ্যোতি সুৰেখা ভেন্নাম, পৰনীত কৌৰ আৰু অদিতি গোপীচান্দক অভিনন্দন জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এছিয়ান গেমছ ২০২২ত মহিলা আৰ্চাৰী কম্পাউণ্ড দলৰ সোণৰ পদক অৰ্জন উদযাপন কৰে

October 04th, 12:52 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছ ২০২২ ত মহিলা আৰ্চাৰী কম্পাউণ্ড দলৰ প্ৰতিযোগিতাত স্বৰ্ণপদক অৰ্জন কৰাৰ বাবে জ্যোতি সুৰেখা ভেন্নাম, পৰনীত কৌৰ আৰু অদিতি গোপীচান্দক অভিনন্দন জ্ঞাপন কৰিছে।

PM congratulates India’s junior and cadet archers on winning 11 medals at 2023 World Archery Youth Championships

July 10th, 10:04 pm

The Prime Minister, Shri Narendra Modi has congratulated India’s junior and cadet archers on winning 11 medals at the 2023 World Archery Youth Championships.

মণিপুৰত বিভিন্ন উন্নয়ণী প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

January 04th, 09:45 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ ইম্ফলত প্ৰায় ১৮৫০ কোটি টকা মূল্যৰ ১৩ টা প্ৰকল্প উদ্বোধন আৰু প্ৰায় ২৯৫০ কোটি টকা মূল্যৰ ৯ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰাজি পথ আন্তঃগাঁথনি, খোৱা পানী যোগান, স্বাস্থ্য, নগৰ উন্নয়ন, গৃহ, তথ্য প্ৰযুক্তি, দক্ষতা বিকাশ, কলা আৰু সংস্কৃতি আদিৰ দৰে ভিন্ন খণ্ডৰ সৈতে সম্পৰ্কীয়।

মণিপুৰৰ ইম্ফলত ভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

January 04th, 09:44 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ ইম্ফলত প্ৰায় ১৮৫০ কোটি টকা মূল্যৰ ১৩ টা প্ৰকল্প উদ্বোধন আৰু প্ৰায় ২৯৫০ কোটি টকা মূল্যৰ ৯ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰাজি পথ আন্তঃগাঁথনি, খোৱা পানী যোগান, স্বাস্থ্য, নগৰ উন্নয়ন, গৃহ, তথ্য প্ৰযুক্তি, দক্ষতা বিকাশ, কলা আৰু সংস্কৃতি আদিৰ দৰে ভিন্ন খণ্ডৰ সৈতে সম্পৰ্কীয়।