Prime Minister Narendra Modi meets with Prime Minister of Lao PDR
October 11th, 12:32 pm
Prime Minister Narendra Modi held bilateral talks with Prime Minister of Lao PDR H.E. Mr. Sonexay Siphandone in Vientiane. They discussed various areas of bilateral cooperation such as development partnership, capacity building, disaster management, renewable energy, heritage restoration, economic ties, defence collaboration, and people-to-people ties.যেতিয়া মুখ্যমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ধোলাভিৰালৈ আহিছিল
August 20th, 11:36 am
প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে প্রত্নতত্ত্ববিদ ইয়াদুবীৰ সিং ৰাৱটৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে য’ত গুৰুত্বপূৰ্ণ প্ৰত্নতাত্ত্বিক ক্ষেত্ৰখনৰ প্ৰতি প্ৰধানমন্ত্ৰীগৰাকীৰ তেখেতৰ মুখ্যমন্ত্ৰিত্বৰ দিনৰেপৰা দৃষ্টিৰ কথা উল্লেখ কৰিছে। অলপতে ধোলাভিৰাই ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰে।নতুন দিল্লীত ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
July 12th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ তিলক মাৰ্গত “ধৰোহৰ ভৱন” শীৰ্ষক ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ মুখ্য কাৰ্যালয়ৰ নতুন ভৱন উদ্বোধন কৰে।ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগ নতুন ভৱন উদ্বোধন উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 12th, 12:30 pm
সৰ্বপ্ৰথমে মই এই সুন্দৰ আৰু আধূনিক ভৱনটোৰ বাবে সকলোকে বহুত বহুত অভিনন্দন জনাইছো। যিটো সংস্থাৰ ১৫০ বছৰ হৈ গ’ল, অৰ্থাৎ নিজেই পুৰাতত্ত্বৰ বিষয় হৈ পৰিল। সময়বোৰ কেতিয়া, কেনেকৈ পাৰ হ’ল, কি পালে, কি দিলে ইত্যাদি বহু কথা। কিন্তু এটা সংস্থাৰ বাবে ১৫০ বছৰ বহুত সময়।প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব নতুন দিল্লীত ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ মুখ্য কাৰ্যালয়
July 11th, 05:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ জুলাই, ২০১৮ত নতুন দিল্লীত ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ মুখ্য কাৰ্যালয়ৰ ভৱন উদ্বোধন কৰিব।