Congress divided the land based on religion, yet they oppose granting citizenship to the Matua community through CAA: PM in Arambagh

May 12th, 11:50 am

In his third rally in Arambagh, PM Modi highlighted the crucial 2024 election for Bengal's development and the need to safeguard its culture. Despite TMC's claim of owning Bengali culture, the reality reveals a suppression of religious faith and freedom of expression. He said, “Historical figures like Gurudev Tagore, Kazi Nazrul Islam, Satyajit Ray, Swami Vivekananda and Subhas Chandra Bose are being ignored under TMC's rule, while women's conditions and healthcare services continue to deteriorate. The land that gave us a leader like Syama Prasad Mukherjee is now suffering due to vote bank politics. The essence of Bengal's culture is fading amidst TMC's pursuit of vote bank politics.”

PM Modi electrifies crowds with his speeches in Barrackpore, Hooghly, Arambagh & Howrah, West Bengal

May 12th, 11:30 am

Today, in anticipation of the 2024 Lok Sabha elections, Prime Minister Narendra Modi sparked enthusiasm and excitement among the audience with his speeches in Barrackpore, Hooghly, Arambagh and Howrah, West Bengal. Expressing gratitude to the numerous mothers and sisters in attendance, he remarked, This scene indicates a forthcoming change in Bengal. The victory of 2019 is poised to be even greater for the BJP this time around.

ওড়িশাৰ জজপুৰত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 05th, 05:30 pm

ওড়িশাৰ ৰাজ্যপাল শ্ৰীমান ৰঘুবৰ দাস জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমান নবীন পাটনায়ক জী, মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ ধৰ্মেন্দ্ৰ প্ৰধান জী, বিশ্বেশ্বৰ টুডু জী, অন্যান্য বিশিষ্ট ব্যক্তিসকল, ভদ্ৰ পুৰুষ-মহিলাসকল৷

প্ৰধানমন্ত্ৰীয়ে ওড়িশাৰ চণ্ডীখোলত ১৯,৬০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে

March 05th, 01:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ চণ্ডীখোলত ১৯,৬০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। এই প্ৰকল্পসমূহ তেল আৰু গেছ, ৰেলৱে, পথ, পৰিবহণ আৰু ঘাইপথ তথা পাৰমাণৱিক শক্তিকে প্ৰমুখ্য কৰি একাধিক খণ্ডৰ সৈতে জড়িত।

পশ্চিম বংগৰ নাদিয়া জিলাৰ কৃষ্ণনগৰত ১৫,০০০ কোটি টকাৰ এলানি উন্নয়নমূলক প্ৰকল্প দেশবাসীলৈ উচৰ্গা কৰাৰ লগতে একাংশ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে

March 02nd, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিম বংগৰ নাদিয়া জিলাৰ কৃষ্ণনগৰত ১৫,০০০ কোটি টকা ব্যয়সাপেক্ষ এলানি উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে একাংশ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। উন্নয়নমূলক প্ৰকল্পসমূহ বিদ্যুৎ, ৰে'ল আৰু স্থলপথখণ্ডৰ সৈতে সম্পৰ্কিত।

PM Modi launches multiple development projects worth Rs 15,000 crores in Krishnanagar, West Bengal

March 02nd, 10:36 am

PM Modi dedicated to the nation and laid the foundation stone for multiple development projects worth Rs 15,000 crore in Krishnanagar, Nadia district, West Bengal. Stressing the importance of electricity in the process of development, the Prime Minister said that the government is working to make West Bengal self-reliant for its electricity needs.

Within 4 years, 11 crore new families across the country have got tap water facilities: PM Modi in Arambagh

March 01st, 06:36 pm

Prime Minister Narendra Modi addressed an overjoyed crowd in Arambagh, West Bengal. The PM remarked, “Today when I have come to Bengal, I can say that today's India is fulfilling his dream.” The PM went on to reminisce about the excellent heights achieved by India in the past 10 years and said, “India has risen from the 11th ranked economy to the 5th ranked economic power. We all have seen how India was cheered in the G20.”

PM Modi addresses at an aspirational public gathering in Arambagh, West Bengal

March 01st, 03:45 pm

Prime Minister Narendra Modi addressed an overjoyed crowd in Arambagh, West Bengal. The PM remarked, “Today when I have come to Bengal, I can say that today's India is fulfilling his dream.” The PM went on to reminisce about the excellent heights achieved by India in the past 10 years and said, “India has risen from the 11th ranked economy to the 5th ranked economic power. We all have seen how India was cheered in the G20.”

পশ্চিমবংগৰ আৰামবাগত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 01st, 03:15 pm

পশ্চিম বংগৰ ৰাজ্যপাল চি ভি আনন্দ বসেজী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সতীৰ্থ শান্তনু ঠাকুৰজী, পশ্চিম বংগ বিধানসভাৰ বিৰোধী দলপতি শুভেন্দু অধিকাৰী, সাংসদ অপৰূপা পোদ্দাৰজী, সুকান্ত মজুমদাৰজী, সৌমিত্ৰ খান জী, অন্যান্য বিশিষ্ট ব্যক্তি আৰু সুধীবৃন্দ।

পশ্চিম বংগৰ হুগলীৰ আৰামবাগত ৭,২০০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে একাধিক প্ৰকল্প দেশবাসীলৈ উচৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে

March 01st, 03:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিম বংগৰ হুগলীৰ আৰামবাগত ৭,২০০ কোটি টকা ব্যয় সাপেক্ষ এলানি উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এলানি প্ৰকল্প ৰাষ্ট্ৰ নামত উচৰ্গা কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহ ৰে'ল, বন্দৰ, তেল পাইপলাইন, ‘এলপিজি’ যোগান আৰু বৰ্জনীয় পানী শোধনৰ দৰে খণ্ডৰ সৈতে সম্পৰ্কিত।