Viksit Bharat Ambassadors Meet-up in Jaipur Turns Out To Be ‘Ghano Futro’
April 01st, 12:40 pm
The Viksit Bharat Ambassador meet-up recently convened at the Rajasthan International Centre in Jaipur, drawing over 800 participants from perse s. Among them were students representing prestigious universities and professionals from associations like CA, medical, and legal sectors. During the meet-up, the esteemed chief guest, Union Minister Anurag Thakur, highlighted India's transformative journey under the leadership of Prime Minister Narendra Modi during the last decade.Romba Nandri Chennai! Viksit Bharat Ambassador Chennai Meet Up A Huge Success
March 23rd, 01:00 pm
A 'Viksit Bharat Ambassador' Meet Up in Chennai was held on Friday, 22nd March 2024. The Viksit Bharat Ambassador or #VBA2024 meet-up, held at the prestigious YMCA Auditorium, brought together a perse audience of over 400 attendees, including professionals such as lawyers and engineers and enthusiastic students eager to contribute to the nation's growth.হিমাচল প্ৰদেশৰ উনাত ফাৰ্মা, শিক্ষা আৰু যোগাযোগ ব্যৱস্থা সম্পৰ্কীয় প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
October 13th, 10:18 am
গুৰু নানকক স্মৰণ, গুৰু সকলক স্মৰণেৰে, আজি মাতৃ চিন্তপূৰ্ণীৰ চৰণত প্ৰণাম জনাই ধনতেৰাচ আৰু দীপাৱলীৰ পূৰ্বে হিমাচলক হাজাৰ কোটি টকা মূল্যৰ উপহাৰ প্ৰদান কৰিবলৈ পাই সন্তোষ পাইছো। আজি হিমাচলৰ উনাত আগতীয়াকৈ দীপাৱলীৰ সূচনা হৈছে। ইয়ালৈ বহু সংখ্যক দেৱীৰ ৰূপত আমাৰ মাতৃ-ভগ্নীসকলে আমাক আশীৰ্বাদ দিবলৈ আহিছে! আপোনালোক আটাইৰে এই আশীৰ্বাদ আমাৰ সকলোৰে বাবে এক গভীৰ আস্থা, এয়া এক অতিশয় পৰম শক্তি।PM lays foundation stone of Bulk Drug Park in Una, Himachal Pradesh
October 13th, 10:16 am
PM Modi laid foundation stone of Bulk Drug Park and dedicated IIIT Una to the nation. He also flagged off inaugural run of Vande Bharat Express from Amb Andaura, Una to New Delhi. “New India is overcoming challenges of the past and growing rapidly. Amenities that should have reached the people in the last century are being made available now, he said.Our government dedicates the project for which we lay the foundation stone: PM Modi in Himachal Pradesh
October 05th, 01:23 pm
PM Modi launched various development projects pertaining to healthcare infrastructure, education and roadways in Himachal Pradesh's Bilaspur. Remarking on the developments that have happened over the past years in Himachal Pradesh, the PM said it is the vote of the people which are solely responsible for all the developments.PM Modi launches development initiatives at Bilaspur, Himachal Pradesh
October 05th, 01:22 pm
PM Modi launched various development projects pertaining to healthcare infrastructure, education and roadways in Himachal Pradesh's Bilaspur. Remarking on the developments that have happened over the past years in Himachal Pradesh, the PM said it is the vote of the people which are solely responsible for all the developments.PM congratulates all those who have been conferred the National Film Awards
September 30th, 11:01 pm
The Prime Minister Shri Narendra Modi, has congratulated all those who have been conferred the National Film Awards today.বাৰ্মিংহাম কমনৱেলথ গেমছ, ২০২২ ত অংশগ্ৰহণকাৰী ভাৰতীয় খেলুৱৈসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ অসমীয়া অনুবাদ
August 13th, 11:31 am
তোমালোক আটাইৰে সৈতে মই কথা পাতিবলৈ উৎসাহী হৈ উঠিছো যদিও সকলোৰে সৈতে সমুখা-সমুখিকৈ কথা পতাটো সম্ভৱ হৈ নুঠিল। কিন্তু তোমালোকৰ বহুতৰে সৈতে কোনোবা নহয় কোনোবা প্ৰকাৰে যোগাযোগ ৰখাৰ সুযোগ পাইছো আৰু বিভিন্ন অনুষ্ঠানত তোমালোকৰ সৈতে মত-বিনিময়ৰ সুযোগ লাভ কৰিছো। তোমালোকে পৰিয়ালৰ সদস্য হিচাপে মোৰ বাসগৃহলৈ আহিবলৈ সময় পোৱাত সন্তোষ পাইছো। তোমালোকৰ সাফল্যত প্ৰতিজন ভাৰতীয়ই গৌৰৱ অনুভৱ কৰাৰ দৰে ময়ো তোমালোকৰ সৈতে জড়িত হৈ গৌৰৱান্বিত। তোমালোক সকলোকে ইয়ালৈ আদৰণি জনাইছো।‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’লৈ যোৱা ভাৰতীয় দলক প্ৰধানমন্ত্ৰীৰ সম্বৰ্দ্ধনা
August 13th, 11:30 am
‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’লৈ যোৱা ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বৰ্দ্ধনা জনায়। সম্বৰ্দ্ধনা অনুষ্ঠানত খেলুৱৈসকলৰ লগতে তেওঁলোকৰ প্ৰশিক্ষকসকলো উপস্থিত থাকে। অনুষ্ঠানত অন্যান্যসকলৰ লগতে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা তথা ক্ৰীড়া, তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ আৰু যুৱ পৰিক্ৰমা তথা ক্ৰীড়া বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিশীথ প্ৰামাণিকো উপস্থিত থাকে।Maintain your passion and enthusiasm: PM Modi to Deaflympics champions
May 21st, 09:18 pm
PM Modi interacted with the Indian contingent for recently held Deaflympics as he hosted them at his residence. In the best-ever performance, Indian team won 16 medals including 8 Gold medals in the Deaflympics, held in Brazil.প্ৰধানমন্ত্ৰীৰ বাসগৃহলৈ বধিৰ অলিম্পিক দলক আমন্ত্ৰণ
May 21st, 05:27 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিজৰ বাসগৃহত শেহতীয়াকৈ অনুষ্ঠিত বধিৰ অলিম্পিকত অংশগ্ৰহণকাৰী ভাৰতীয় দলটোৰে মত-বিনিময় কৰে। এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী ভাৰতীয় দলটোৱে ব্ৰাজিলত অনুষ্ঠিত বধিৰ অলিম্পিকত ৮ টা সোণৰ পদককে ধৰি ১৬ টা পদক লাভ কৰে। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ আৰু শ্ৰী নিশীথ প্ৰামাণিকো উপস্থিত থাকে।২০২১-২২ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উথ্থাপনৰ পিচত প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা বিবৃতিৰ অসমীয়া অনুবা
February 01st, 03:01 pm
২০২১ৰ বাজেটখন অসাধাৰণ পৰিস্থিতিৰ মাজত উথ্থাপন কৰা হৈছে। ইয়াত যথাৰ্থৰ অনুভৱ বিদ্যমান হোৱাৰ লগতে বিকাশৰ বিশ্বাসো পৰিস্ফূট হৈছে। ক’ৰোনাই পৃথিৱী জুৰি যি প্ৰভাৱ বিস্তাৰিত কৰিছিল, সিয়ে সমগ্ৰ মানৱ জাতিকে বিতত্ কৰি পেলাইছিল। এনে পৰিস্থিতিৰ মাজত, আজিৰ এইখন বাজেটক ভাৰতৰ আত্মবিশ্বাসক উজ্জীৱিত কৰিব পৰা বিধৰ আৰু লগতে পৃথিৱীকো এক নতুন আত্মবিশ্বাস দিব পৰা বিধৰ বুলি উল্লেখ কৰিব পাৰি।বাজেটে আত্মনিৰ্ভৰতা আৰু প্ৰতিজন নাগৰিকৰ অন্তৰ্ভুক্তিৰ এটা দৃষ্টি বহন কৰিছেঃ প্ৰধানমন্ত্ৰ
February 01st, 03:00 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কৈছে, এই বছৰৰ বাজেট বাস্তৱতাৰ অনুভৱ, উন্নয়নৰ প্রতি আস্থা আৰু ভাৰতৰ আত্মবিশ্বাসৰ প্রতিফলন। ইয়াৰ মাধ্যমত বিশ্ব সঙ্কটৰ এই সময়ত নতুন আস্থা গঢ়ি উঠিব।Cheque towards PMNRF presented to PM
July 21st, 03:18 pm