
প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ পৰা সাহায্য প্ৰাপ্ত ৰে’ল আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰে
April 06th, 12:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মহামহিম অনুৰা কুমাৰা দিছানায়কাৰ সৈতে অনুৰাধাপুৰাত ভাৰতৰ সহায়ত নিৰ্মিত দুটা ৰে'লৱে প্ৰকল্পৰ উদ্বোধন আৰু শুভাৰম্ভ সমাৰোহত অংশগ্ৰহণ কৰে।
জয়া শ্ৰী মহা বোধি মন্দিৰ পৰিদৰ্শন প্ৰধানমন্ত্ৰীৰ
April 06th, 11:24 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কৰ সৈতে অনুৰাধাপুৰাৰ পবিত্ৰ জয়া শ্ৰী মহা বোধি মন্দিৰ পৰিদৰ্শন কৰি পূজনীয় মহাবোধি বৃক্ষত প্ৰাৰ্থনা কৰে। খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাত ভাৰতৰ পৰা সংগমিত মহা থেৰীয়ে শ্ৰীলংকালৈ অনা আহত পুলিৰ পৰাই গছজোপা গজা বুলি ধাৰণা কৰা হয়। ভাৰত-শ্ৰীলংকাৰ ঘনিষ্ঠ অংশীদাৰিত্বৰ ভেটি গঠন কৰা শক্তিশালী সভ্যতামূলক সংযোগৰ প্ৰমাণ হিচাপে এই মন্দিৰটো থিয় হৈ আছে।
ফলাফলবোৰ – প্ৰধানমন্ত্ৰীৰ শ্ৰীলংকা ভ্ৰমণ
April 05th, 01:45 pm
বিদ্যুৎ শক্তিৰ আমদানি/ৰপ্তানিৰ হেতু এইচ ভি ডি চি আন্তঃসংযোগ ৰূপায়ণৰ বাবে ভাৰত চৰকাৰ আৰু শ্ৰীলংকা চৰকাৰৰ মাজত বুজাবুজি চুক্তি।০৩-০৬ৰ এপ্ৰিল, ২০২৫ৰ পৰা প্ৰধানমন্ত্ৰীৰ থাইলেণ্ড আৰু শ্ৰীলংকা ভ্ৰমণ
April 02nd, 02:00 pm
বেংকক(৩-৪ এপ্ৰিল, ২০২৫)ত অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণৰ বাবে থাইলেণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ইয়াৰ পিছত ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কৰ আমন্ত্ৰণত তেওঁ শ্ৰীলংকালৈ (৪-৬ এপ্ৰিল, ২০২৫) ভ্ৰমণলৈ যাব।