শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ সৈতে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
December 01st, 08:45 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী অনুৰা কুমাৰা দিছানায়কৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে।ঘূৰ্ণীবতাহ দিতৱাৰ ফলত শ্ৰীলংকাত হোৱা প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
November 28th, 03:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঘূৰ্ণীবতাহ দিতৱাৰ ধ্বংসলীলাত নিজৰ প্ৰিয়জনক হেৰুওৱা শ্ৰীলংকাৰ জনসাধাৰণৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে। তেওঁ ইয়াৰ দ্বাৰা প্ৰভাৱিত সকলো পৰিয়ালৰ সুৰক্ষা আৰু দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায়।জম্মু আৰু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা বিশ্ববাসীৰ
April 24th, 03:29 pm
২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু আৰু কাশ্মীৰৰ পেহেলগামত নিৰীহ লোকৰ প্ৰাণ কাঢ়ি লোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে বিশ্বৰ নেতাসকল ঐক্যবদ্ধ হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বজুৰি আগবঢ়োৱা সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰতিশ্ৰুতি দিয়ে যে “ভাৰতে সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থকসকলক পৃথিৱীৰ পৰাই নিৰ্মূল কৰিব।”প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ পৰা সাহায্য প্ৰাপ্ত ৰে’ল আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰে
April 06th, 12:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মহামহিম অনুৰা কুমাৰা দিছানায়কাৰ সৈতে অনুৰাধাপুৰাত ভাৰতৰ সহায়ত নিৰ্মিত দুটা ৰে'লৱে প্ৰকল্পৰ উদ্বোধন আৰু শুভাৰম্ভ সমাৰোহত অংশগ্ৰহণ কৰে।জয়া শ্ৰী মহা বোধি মন্দিৰ পৰিদৰ্শন প্ৰধানমন্ত্ৰীৰ
April 06th, 11:24 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কৰ সৈতে অনুৰাধাপুৰাৰ পবিত্ৰ জয়া শ্ৰী মহা বোধি মন্দিৰ পৰিদৰ্শন কৰি পূজনীয় মহাবোধি বৃক্ষত প্ৰাৰ্থনা কৰে। খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাত ভাৰতৰ পৰা সংগমিত মহা থেৰীয়ে শ্ৰীলংকালৈ অনা আহত পুলিৰ পৰাই গছজোপা গজা বুলি ধাৰণা কৰা হয়। ভাৰত-শ্ৰীলংকাৰ ঘনিষ্ঠ অংশীদাৰিত্বৰ ভেটি গঠন কৰা শক্তিশালী সভ্যতামূলক সংযোগৰ প্ৰমাণ হিচাপে এই মন্দিৰটো থিয় হৈ আছে।Prime Minister holds bilateral talks with President of Sri Lanka
April 05th, 05:54 pm
PM Modi met President of Sri Lanka, Anura Kumara Dissanayake and reviewed cooperation in the fields of connectivity, development cooperation, economic ties, defence relations, reconciliation and fishermen issues. They witnessed the exchange of seven MoUs and virtually inaugurated several projects.ফলাফলবোৰ – প্ৰধানমন্ত্ৰীৰ শ্ৰীলংকা ভ্ৰমণ
April 05th, 01:45 pm
বিদ্যুৎ শক্তিৰ আমদানি/ৰপ্তানিৰ হেতু এইচ ভি ডি চি আন্তঃসংযোগ ৰূপায়ণৰ বাবে ভাৰত চৰকাৰ আৰু শ্ৰীলংকা চৰকাৰৰ মাজত বুজাবুজি চুক্তি।শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ মন্তব্য
April 05th, 11:30 am
আজি ৰাষ্ট্ৰপতি দিছানায়কে মোক ‘শ্ৰীলংকা মিত্ৰ বিভূষণ’ বঁটাৰে সন্মানীত কৰাটো মোৰ বাবে অতি গৌৰৱৰ বিষয়। এই বঁটাটোৱে কেৱল মোক নহয়, ১৪০ কোটি ভাৰতীয়কো সন্মান জনায়। ভাৰত আৰু শ্ৰীলংকাৰ জনসাধাৰণৰ মাজত থকা ঐতিহাসিক সম্পৰ্ক আৰু গভীৰ বন্ধুত্বৰ প্ৰতি শ্ৰদ্ধাঞ্জলি।PM Modi arrives in Sri Lanka
April 04th, 10:06 pm
Prime Minister Narendra Modi arrived in Colombo, Sri Lanka. During his visit, the PM will take part in various programmes. He will meet President Anura Kumara Dissanayake.India - Sri Lanka Joint Statement: Fostering Partnerships for a Shared Future
December 16th, 03:26 pm
Prime Minister of India His Excellency Shri Narendra Modi and President of Sri Lanka His Excellency Anura Kumara Dissanayake had comprehensive and fruitful discussions at their meeting in New Delhi on 16 December 2024, during the latter’s State Visit to the Republic of India.শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
December 16th, 01:00 pm
মহামহিম ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়ক, দুয়োখন দেশৰ প্ৰতিনিধি, সংবাদ মাধ্যমৰ বন্ধুসকল, আটাইতকে শুভেচ্ছা জনাইছো!শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত অনুৰা কুমাৰা দিশানায়কেক প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন
September 23rd, 12:11 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰা অনুৰা কুমাৰা দিশানায়কেক অভিনন্দন জ্ঞাপন কৰে। শ্ৰীমোদীয়ে দুয়ো দেশৰ মাজৰ বহুমুখী সহযোগিতাক অধিক শক্তিশালী কৰাৰ বাবে শ্ৰীলংকাৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ আশা ব্যক্ত কৰে।