Second India-Australia Annual Summit

November 20th, 08:38 pm

PM Modi and Australian PM Anthony Albanese held the 2nd India-Australia Annual Summit in Rio de Janeiro. They reaffirmed their commitment to the Comprehensive Strategic Partnership, focusing on defense, trade, education, renewable energy, and people-to-people ties.

Joint Statement: 2nd India-Australia Annual Summit

November 19th, 11:22 pm

PM Modi and Anthony Albanese held the second India-Australia Annual Summit during the G20 Summit in Rio de Janeiro. They reviewed progress in areas like trade, climate, defence, education, and cultural ties, reaffirming their commitment to deepen cooperation. Both leaders highlighted the benefits of closer bilateral engagement and emphasized advancing the Comprehensive Economic Cooperation Agreement (CECA) to strengthen trade and investment ties.

ফেক্ট শ্বীট: ২০২৪ কোৱাড নেতাসকলৰ শীৰ্ষ সন্মিলন

September 22nd, 12:06 pm

২০২৪ চনৰ ২১ ছেপ্টেম্বৰত চতুৰ্থ কোৱাড লিডাৰ্ছ ছামিটৰ বাবে ডেলাৱেৰৰ উইলমিংটনত ৰাষ্ট্ৰপতি জোচেফ আৰ বাইডেন জুনিয়ৰে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজ, জাপানৰ প্ৰধানমন্ত্ৰী কিছিদা ফুমিঅ’ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আতিথ্য প্ৰদান কৰে।

The Wilmington Declaration Joint Statement from the Leaders of Australia, India, Japan, and the United States

September 22nd, 11:51 am

PM Modi joined leaders from the U.S., Australia, and Japan for the fourth Quad Leaders Summit in Wilmington, Delaware. The Quad reaffirmed its commitment to a free, open, and inclusive Indo-Pacific, opposing destabilizing actions and supporting regional peace, security, and sustainable development. The leaders emphasized respect for international law, democratic values, and regional institutions like ASEAN and the Pacific Islands Forum.

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

September 22nd, 07:16 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ মহামহিম প্ৰধানমন্ত্ৰী এন্থনী এলবানিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উইলমিংটনত অনুষ্ঠিত ‘ষষ্ঠ কোৱাড লীডাৰ্ছ সন্মিলন’ৰ সময়ত এক বৈঠকত মিলিত হয়। ২০২২-ৰ মে’ মাহৰ পৰা এয়া আছিল তেওঁলোকৰ মাজত অনুষ্ঠিত নৱম ব্যক্তিগত বাৰ্তালাপ।

QUAD নেতাসকলৰ কেন্সাৰ মুনশ্বট কাৰ্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণৰ অনুবাদ

September 22nd, 06:25 am

এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটো আয়োজন কৰাৰ বাবে ৰাষ্ট্ৰপতি বাইডেনক মই আন্তৰিক অভিনন্দন জনাইছো। ইয়াৰ দ্বাৰা সুলভ, আহৰণযোগ্য আৰু মানসম্পন্ন স্বাস্থ্যসেৱাৰ প্ৰতি আমাৰ উমৈহতীয়া প্ৰতিশ্ৰুতি প্ৰতিফলিত হয়। Covid মহামাৰীৰ সময়ত আমি ভাৰত-প্ৰশান্ত মহাসাগৰীয় দেশৰ বাবে “QUAD Vaccine Initiative” গ্ৰহণ কৰিছিলো আৰু মই আনন্দিত যে QUAD ত আমি একেলগে ছাৰ্ভাইকেল কেন্সাৰৰ প্ৰত্যাহ্বান মোকাবিলা কৰাৰ সিদ্ধান্ত লৈছো।

প্ৰধানমন্ত্ৰীয়ে কোৱাড কেন্সাৰ মুনশ্বট ইভেণ্টত অংশগ্ৰহণ কৰে

September 22nd, 06:10 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উইলমিংটন, ডেলাৱেৰত কোৱাড নেতাসকলৰ শীৰ্ষ সন্মিলন উপলক্ষে ৰাষ্ট্ৰপতি জোচেফ আৰ বাইডেন জুনিয়ৰৰ দ্বাৰা আয়োজিত কোৱাড কেন্সাৰ মুনশ্বট কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰীয়ে ডেলাৱেৰৰ উইলমিংটনত অনুষ্ঠিত হোৱা কোৱাড লিডাৰৰ ষষ্ঠ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে

September 22nd, 05:21 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ২১ ছেপ্টেম্বৰত ডেলাৱেৰৰ উইলমিংটনত অনুষ্ঠিত হোৱা কোৱাড লিডাৰৰ ষষ্ঠ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। এই গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী জোচেফ আৰ বাইডেনে। এই শীৰ্ষ সন্মিলনত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী এণ্ঠনি আলবানিজ আৰু জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী ফুমিঅ’ কিছিদাও উপস্থিত থাকে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্টনি আলবেনিজৰ সৈতে বাৰ্তালাপ কৰে

August 26th, 01:02 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্টনি আলবেনিজৰ সৈতে বাৰ্তালাপ কৰে। দুয়োগৰাকী নেতাই কোৱাডকে প্ৰমুখ্য কৰি বহুপক্ষীয় মঞ্চত দ্বিপাক্ষিক সম্পৰ্ক আৰু সহযোগিতাৰ অগ্ৰগতি সম্পৰ্কে বুজ লয়।

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ অভিনন্দনসূচক ফোন লাভ প্ৰধানমন্ত্ৰীৰ

June 06th, 01:16 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজ ফোন কল লাভ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীক তেওঁৰ শুভেচ্ছাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

May 24th, 10:03 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ ছিডনীৰ এডমাইৰেল্টি হাউচত ২৪ মে’, ২০২৩ত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত এন্থনী আলবানিজৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়৷

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতিৰ ইংৰাজীৰ পৰা কৰা তৰ্জমা

May 24th, 06:41 am

মোৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত মোক আৰু মোৰ প্ৰতিনিধিদলক প্ৰদান কৰা আতিথ্য আৰু সন্মানৰ বাবে মই অষ্ট্ৰেলিয়াৰ জনসাধাৰণ আৰু প্ৰধানমন্ত্ৰী এলবানিজলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মোৰ বন্ধু প্ৰধানমন্ত্ৰী এলবানিজৰ ভাৰত ভ্ৰমণৰ দুমাহৰ ভিতৰতে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছোঁ। যোৱা এটা বছৰত এয়া হৈছে আমাৰ ষষ্ঠ বৈঠক।

‘কোৱাড’ নেতৃবৃন্দৰ শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা প্ৰাৰম্ভিক মন্তব্যৰ ইংৰাজীৰ পৰা কৰা অনুবাদ

May 20th, 05:16 pm

প্ৰধানমন্ত্ৰী এলবানিজ, প্ৰধানমন্ত্ৰী কিছিদা আৰু ৰাষ্ট্ৰপতি বাইডেন

কোৱাড নেতা সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

May 20th, 05:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২০ মে'ত জাপানৰ হিৰোছিমাত অনুষ্ঠিত তৃতীয় ব্যক্তিগত কোৱাড লিডাৰ্ছ সন্মিলনত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানিজ, জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জোছেফ বাইডেনৰ সৈতে অংশগ্ৰহণ কৰে।

‘কোৱাদ’-ৰ পৰৱৰ্তী শীৰ্ষ সন্মিলন ছিদনীত অনুষ্ঠিত কৰিবলৈ লোৱা বাবে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানীজক ধন্যবাদ জনালে প্ৰধানমন্ত্ৰীয়ে

April 26th, 06:46 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ ছিদনীত ‘কোৱাড’-ৰ পৰৱৰ্তী শীৰ্ষ সন্মিলন আয়োজন কৰাৰ বাবে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানীজক ধন্যবাদ জ্ঞাপন কৰে।

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা যুটীয়া সংবাদ মেলত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতিৰ লিখিত ৰূপ

March 10th, 12:50 pm

প্রথমেই প্রধানমন্ত্রী আলবানিজক প্ৰথম ভাৰত ভ্রমণলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ৷ যোৱা বছৰ দুয়োখন দেশে প্ৰধানমন্ত্ৰী পৰ্যায়ত বাৰ্ষিক শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল। আৰু প্ৰধানমন্ত্ৰী আলবানিজৰ এই ভ্ৰমণৰ লগে লগে ইয়াৰ আৰম্ভণি ঘটিল। হোলীৰ দিনা তেওঁ ভাৰতত উপস্থিত হৈছিল আৰু তাৰ পিছত আমি ক্ৰিকেট খেলপথাৰত একেলগে কিছু সময় কটালোঁ। ৰং, সংস্কৃতি আৰু ক্ৰিকেটৰ এই উদযাপন এক প্ৰকাৰে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ বন্ধুত্বৰ উৎসাহ আৰু মনোভাৱৰ এক নিখুঁত প্ৰতীক।

গুজৰাটৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থ খন টেষ্ট মেচ উপভোগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ

March 09th, 12:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী শ্ৰী এন্থনী আলবানিছে আজি গুজৰাটৰ আহমেদাবাদস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থ স্মাৰক ক্ৰিকেট টেষ্ট খেলৰ কিছু অংশ উপভোগ কৰে।

ভাৰতৰ ৭৪সংখ্যক গণৰাজ্য দিৱসত শুভেচ্ছা জনোৱাৰ বাবে বিশ্বৰ নেতাসকলক প্ৰধানমন্ত্ৰীৰ ধন্যবাদ

January 26th, 09:43 pm

ভাৰতৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসত শুভেচ্ছা জনোৱাৰ বাবেবিশ্বৰ নেতাসকলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ধন্যবাদ জ্ঞাপন কৰিছে।

PM expresses happiness as India-Australia Economic Cooperation and Trade Agreement (IndAus ECTA) comes into force

December 29th, 06:44 pm

The Prime Minister, Shri Narendra Modi has expressed happiness as India-Australia Economic Cooperation and Trade Agreement (IndAus ECTA) comes into force today. Shri Modi said that it is a watershed moment for our Comprehensive Strategic Partnership.

ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন অষ্ট্ৰেলিয়াৰ সংসদৰ

November 22nd, 07:05 pm

অষ্ট্ৰেলিয়াৰ সংসদে ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন জনোৱাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্ঠনী আলবানিজক ধন্যবাদ জনাইছে।