আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ২১টা দ্বীপৰ নাম পৰম বীৰ চক্ৰ বঁটা বিজয়ীসকলৰ নামেৰে নামকৰণ কৰা কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী সংস্কৰণ

January 23rd, 11:01 am

এই কাৰ্যসূচীত উপস্থিত দেশৰ গৃহমন্ত্ৰী শ্ৰীযুত অমিত ভাই শ্বাহ, আন্দামান আৰু নিকোবৰৰ উপ-ৰাজ্যপাল, প্ৰতিৰক্ষা মুৰব্বী, আমাৰ তিনিটা সশস্ত্ৰ বাহিনীৰ মুৰব্বী, ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান, আন্দামান আৰু নিকোবৰ কমাণ্ডৰ কমাণ্ড-ইন-চীফ, সকলো বিষয়া, পৰম বীৰ চক্ৰ লাভ কৰা বীৰ সেনাৰ পৰিয়ালৰ সদস্যসকল, অন্যান্য বিশিষ্ট ব্যক্তি আৰু ভদ্ৰমহিলাসকল!

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ২১ বৃহৎ নামহীন দ্বীপক ২১ গৰাকী পৰম বীৰ চক্ৰ বঁটাপ্ৰাপকৰ নামেৰে নামকৰণৰ অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

January 23rd, 11:00 am

পৰাক্ৰম দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ২১ গৰাকী পৰম বীৰ চক্ৰ বঁটাপ্ৰাপকৰ নামেৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ২১ টা বৃহৎ নামহীন দ্বীপক নামকৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইয়াতে প্ৰধানমন্ত্ৰীগৰাকীয়ে নেতাজী সুভাষ চন্দ্ৰ বসু দ্বীপত নিৰ্মাণ হ’বলগীয়া নেতাজীৰ প্ৰতি উৎসৰ্গিত ৰাষ্ট্ৰীয় স্মাৰকৰ আৰ্হিও উন্মোচন কৰে।

কেন্দ্রীয় মন্ত্রীসভাই কেন্দ্রশাসিত লাদাখৰ বাবে এটা সুসংবদ্ধ বহু উদ্দেশ্যসাধক নিগম গঠনৰ প্রস্তাব অনুমোদন কৰিছে

July 22nd, 04:24 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ পৌৰোহিত্যত কেন্দ্রীয় মন্ত্রীসভাই কেন্দ্রশাসিত লাদাখৰ বাবে এটা সুসংবদ্ধ বহু উদ্দেশ্যসাধক পৰিকাঠামো উন্নয়ন নিগমৰ প্রস্তাব অনুমোদন কৰিছে।