উত্তৰ প্ৰদেশৰ গোৰখপুৰত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

December 07th, 01:10 pm

ভাৰত মাতা কী - জয়, ভাৰত মাতা কী - জয়, ধৰ্ম আধ্যাত্মিকতা আৰু ক্ৰান্তি কা নগৰী গোৰখপুৰ কা, দেৱতুলীয়া লোগান কে হাম প্ৰনাম কৰত বাণী। পৰমহংস যোগানন্দ, মহাযোগী গোৰখনাথ জী, বন্দনীয় হনুমান প্ৰসাদ পোদ্দাৰ জী, আৰু মহা বলিদানী পণ্ডিত ৰাম প্ৰসাদ বিছমিলৰ এই পবিত্ৰ ভূমিক কোটি কোটি সেৱা জনাইছো।

উত্তৰ প্ৰদেশৰ গোৰক্ষপুৰত বিভিন্ন উন্নয়ণী প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে

December 07th, 01:05 pm

উত্তৰ প্ৰদেশৰ গোৰক্ষপুৰত আজি এলানি উন্নয়নী প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

উত্তৰ প্ৰদেশত ৯খন চিকিত্সা মহাবিদ্যালয় উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

October 25th, 10:31 am

ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, মহাত্মা বুদ্ধৰ পবিত্ৰ ভূমি সিদ্ধাৰ্থনগৰত মই আপোনালোক সকলোলৈকে প্ৰণাম জনাইছো। মহাত্মা বুদ্ধই য’ত জীৱনৰ আৰম্ভণী কালছোৱা অতিবাহিত কৰিছিল সেইডোখৰ ভূমিতে আজি প্ৰদেশখনৰ ৯খন মহাবিদ্যালয়ৰ উদ্বোধন কৰা হৈছে। সুস্থ আৰু নিৰোগী ভাৰতৰ সপোন পূৰ্ণ কৰাৰ ক্ষেত্ৰত ই এক বৃহত্ পদক্ষেপ। আপোনালোক আটাইকে অভিনন্দন জনাইছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশত সিদ্ধাৰ্থ নগৰৰ মাধৱ প্ৰসাদ ত্ৰিপাঠী মেডিকেল কলেজসহ প্ৰদেশৰ নখন মেডিকেল কলেজৰ উদ্ঘাটন কৰে

October 25th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশত সিদ্ধাৰ্থ নগৰৰ মাধৱ প্ৰসাদ ত্ৰিপাঠী মেডিকেল কলেজসহ প্ৰদেশৰ নখন মেডিকেল কলেজৰ উদ্ঘাটন কৰে। এই নখন মেডিকেল কলেজ সিদ্ধাৰ্থ নগৰ, এটা, হৰদোই, প্ৰতাপগঢ়, ফটেহপুৰ, দেৱৰীয়া, গাজীপুৰ, মিৰ্জাপুৰ আৰু জৌনপুৰ জিলাত আছে। এই উপলক্ষে উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী উপস্থিত আছিল।

লক্ষ্ণৌত ‘আজাদী@৭৫’ সন্মিলন আৰু বাণিজ্য মেলা উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

October 05th, 10:31 am

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী আৰু লক্ষ্ণৌৰ সাংসদ, আমাৰ জ্যেষ্ঠ সতীৰ্থ শ্ৰীমান ৰাজনাথ সিং জী, শ্ৰী হৰদীপ সিং পুৰী জী, মহেন্দ্ৰ নাথ পাণ্ডে জী, ইয়াৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, উপ মুখ্যমন্ত্ৰী শ্ৰী কেশৱপ্ৰসাদ মৌৰ্য জী, শ্ৰী বিনোদ শৰ্মা জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী শ্ৰীমান কৌশল কিশোৰ জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, বিধায়কসকল, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আদৰণীয় মন্ত্ৰীসকল, উপস্থিত মহানুভৱসকলৰ লগতে উত্তৰ প্ৰদেশৰ মোৰ প্ৰিয় ভাই-ভনীসকল!

PM inaugurates ‘Azadi@75 – New Urban India: Transforming Urban Landscape’ Conference-cum-Expo in Lucknow

October 05th, 10:30 am

PM Narendra Modi inaugurated ‘Azadi@75 – New Urban India: Transforming Urban Landscape’ Conference-cum-Expo in Lucknow. He digitally handed over house keys to 75,000 beneficiaries of Awas Yojana in 75 districts of Uttar Pradesh.

PM Narendra Modi inaugurates SAUNI project in Jamnagar, Gujarat

August 30th, 11:59 pm

PM Modi unveiled a plaque to launch the Saurashtra Narmada Irrigation (SAUNI) Project in Gujarat. Addressing a gathering, the PM stated it had always been his firm belief that water was most important for the farmer. The PM emphasized the need for water conservation and spoke about various initiatives taken by the Union Govt for welfare of farmers, such as crop insurance.

PM reviews drought and water scarcity situation at high level meeting with Gujarat CM

May 16th, 02:00 pm