স্বচ্ছ ভাৰত অভিযানৰ দশম বৰ্ষপূৰ্তি উপলক্ষে অহা ২ অক্টোবৰত স্বচ্ছ ভাৰত দিৱস ২০২৪ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 30th, 08:59 pm
স্বচ্ছ ভাৰত অভিযানৰ অন্যতম প্ৰভাৱশালী স্বচ্ছ আন্দোলন স্বচ্ছ ভাৰত অভিযানৰ দশম বৰ্ষপূৰ্তি উদযাপনৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫৫ সংখ্যক গান্ধী জয়ন্তীৰ দিনা স্বচ্ছ ভাৰত দিৱস ২০২৪ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। অহা ২ অক্টোবৰৰ পুৱা প্ৰায় ১০ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।মধ্যপ্ৰদেশৰ ঝাবুৱাত প্ৰায় ৭৩০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
February 11th, 07:35 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ঝাবুৱাত প্ৰায় ৭৩০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। আজিৰ এই উন্নয়নমূলক প্ৰকল্পসমূহে অঞ্চলটোৰ জনজাতীয় লোকসকলক উপকৃত কৰিব। প্ৰকল্পসমূহে পানী যোগান আৰু খোৱাপানীৰ যোগান শক্তিশালী কৰাৰ লগতে মধ্যপ্ৰদেশৰ পথ, ৰে’ল, বিদ্যুৎ আৰু শিক্ষা খণ্ডকো এক উত্থান প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে বিশেষভাৱে পিছপৰা জনজাতিৰ প্ৰায় ২ লাখ মহিলা হিতাধিকাৰীক আহাৰ অনুদানৰ মাহেকীয়া কিস্তি প্ৰদান কৰি স্বামীত্ব আঁচনিৰ হিতাধিকাৰীক ১.৭৫ লাখ অধিকাৰ অভিলেখ (অধিকাৰৰ অভিলেখ) বিতৰণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী আদৰ্শ গ্ৰাম যোজনাৰ অধীনত ৫৫৯খন গাঁৱৰ বাবে ৫৫.৯ কোটি টকা হস্তান্তৰ কৰে।প্ৰধানমন্ত্ৰী ১১ ফেব্ৰুৱাৰীত মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব
February 09th, 05:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ১১ ফেব্ৰুৱাৰীত মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব। তেওঁ দুপৰীয়া প্ৰায় ১২:৪০ বজাত মধ্যপ্ৰদেশৰ ঝাবুৱাত প্ৰায় ৭৩০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।India’s GDP Soars: A Win For PM Modi’s GDP plus Welfare
December 01st, 09:12 pm
Exceeding all expectations and predictions, India's Gross Domestic Product (GDP) has demonstrated a remarkable annual growth of 7.6% in the second quarter of FY2024. Building on a strong first-quarter growth of 7.8%, the second quarter has outperformed projections with a growth rate of 7.6%. A significant contributor to this growth has been the government's capital expenditure, reaching Rs. 4.91 trillion (or $58.98 billion) in the first half of the fiscal year, surpassing the previous year's figure of Rs. 3.43 trillion.দিল্লীত প্ৰথম সৰ্বভাৰতীয় জিলা আইন সেৱা প্ৰাধিকৰণসমূহৰ সন্মিলনত উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 30th, 10:01 am
অনুষ্ঠানত উপস্থিত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শ্ৰী এন. ভি. ৰমন্না জী, ন্যায়াধীশ ইউ. ইউ. ললিত জী, ন্যায়াধীশ ডি. ৱাই. চন্দ্ৰচুৰ জী, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সহযোগী আইন মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু জী, উচ্চতম ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশসকল, মোৰ সতীৰ্থ ৰাজ্যিক মন্ত্ৰী শ্ৰী এছ. পি. ৱাঘেল জী, উচ্চ ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশসকল, জিলা আইন সেৱা প্ৰাধিকৰণৰ অধ্যক্ষ আৰু সচিবসকল, সকলো সন্মানীয় অতিথিবৃন্দ, ভদ্ৰ পুৰুষ আৰু মহিলাসকল!PM addresses inaugural session of First All India District Legal Services Authorities Meet
July 30th, 10:00 am
PM Modi addressed the inaugural session of the First All India District Legal Services Authorities Meet. The Prime Minister said, This is the time of Azadi Ka Amrit Kaal. This is the time for the resolutions that will take the country to new heights in the next 25 years. Like Ease of Doing Business and Ease of Living, Ease of Justice is equally important in this Amrit Yatra of the country.লক্ষ্ণৌত ‘আজাদী@৭৫’ সন্মিলন আৰু বাণিজ্য মেলা উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
October 05th, 10:31 am
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী আৰু লক্ষ্ণৌৰ সাংসদ, আমাৰ জ্যেষ্ঠ সতীৰ্থ শ্ৰীমান ৰাজনাথ সিং জী, শ্ৰী হৰদীপ সিং পুৰী জী, মহেন্দ্ৰ নাথ পাণ্ডে জী, ইয়াৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, উপ মুখ্যমন্ত্ৰী শ্ৰী কেশৱপ্ৰসাদ মৌৰ্য জী, শ্ৰী বিনোদ শৰ্মা জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী শ্ৰীমান কৌশল কিশোৰ জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, বিধায়কসকল, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আদৰণীয় মন্ত্ৰীসকল, উপস্থিত মহানুভৱসকলৰ লগতে উত্তৰ প্ৰদেশৰ মোৰ প্ৰিয় ভাই-ভনীসকল!PM inaugurates ‘Azadi@75 – New Urban India: Transforming Urban Landscape’ Conference-cum-Expo in Lucknow
October 05th, 10:30 am
PM Narendra Modi inaugurated ‘Azadi@75 – New Urban India: Transforming Urban Landscape’ Conference-cum-Expo in Lucknow. He digitally handed over house keys to 75,000 beneficiaries of Awas Yojana in 75 districts of Uttar Pradesh.লক্ষ্ণৌত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব ‘আজাদী@৭৫-নিউ আৰ্বান ইণ্ডিয়া : ট্ৰেন্সফৰ্মিং আৰ্বান লেণ্ডস্কেপ’ শীৰ্ষক সন্মিলন তথা বাণিজ্যমেলা
October 04th, 06:52 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৫ অক্টোবৰ, ২০২১ৰ পুৱা ১০.৩০বজাত লক্ষ্ণৌৰ ইন্দিৰা গান্ধী প্ৰতিষ্ঠানত অনুষ্ঠিতব্য ‘আজাদী@৭৫-নিউ আৰ্বান ইণ্ডিয়া : ট্ৰেন্সফৰ্মিং আৰ্বান লেণ্ডস্কেপ’ শীৰ্ষক সন্মিলন তথা প্ৰদৰ্শনীখন আনুষ্ঠানিক ভাবে উদ্বোধন কৰিব।ডিজিটেল ইণ্ডিয়া অভিযানৰ ৬ষ্ঠ বৰ্ষপূৰ্তিত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
July 01st, 11:01 am
কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী শ্ৰী ৰৱিশংকৰ প্ৰসাদ জী, শ্ৰী সঞ্জয় ধোত্ৰে জী, ডিজিটেল ইণ্ডিয়াৰ ভিন-ভিন initiativeৰ সৈতে জড়িত সকলো মোৰ বন্ধু, ভাই আৰু ভনীসকল! Digital India অভিযানৰ ৬টা বছৰ সম্পূৰ্ণ হোৱাত আপোনালোক সকলোকে বহুত-বহুত শুভকামনা!‘ডিজিটেল ইণ্ডিয়া’ ৰ হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
July 01st, 11:00 am
আজি ‘ডিজিটেল ইণ্ডিয়া’ ৰ শুভাৰম্ভৰ ছয় বছৰ পূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ‘ডিজিটেল ইণ্ডিয়া’ ৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় ইলেকট্ৰনিক্স আৰু আইটি দপ্তৰৰ মন্ত্ৰী শ্ৰী ৰবি শংকৰ প্ৰসাদ আৰু শিক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সঞ্জয় শমৰাও ধোত্রেও উপস্থিত থাকে।কেৰালাত শক্তি আৰু নগৰ খণ্ডত একাধিক গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 19th, 04:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত কেৰালাৰ আৰুভিক্কাৰাত পুগালুৰ-ত্ৰিশূৰ পাৱাৰ ট্ৰেন্সমিছন প্ৰজেক্ট, কাছাৰাগড় ছ'লাৰ পাৱাৰ প্ৰজেক্ট এণ্ড ৱাটাৰ ট্ৰিটমেণ্ট প্লেণ্ট শুভাৰম্ভ কৰে। এই অনুষ্ঠানতে তেওঁ থিৰুৱনন্তপুৰমত ইণ্টেগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰ'ল চেণ্টাৰ এণ্ড স্মাৰ্ট ৰোডছ প্ৰজেক্টৰ আধাৰশিলা স্থাপন কৰে।প্রধানমন্ত্রীয়ে কেৰালাত শক্তি আৰু নগৰীয়া খণ্ডৰ প্ৰধান প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে
February 19th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত কেৰালাৰ আৰুভিক্কাৰাত পুগালুৰ-ত্ৰিশূৰ পাৱাৰ ট্ৰেন্সমিছন প্ৰজেক্ট, কাছাৰাগড় ছ'লাৰ পাৱাৰ প্ৰজেক্ট এণ্ড ৱাটাৰ ট্ৰিটমেণ্ট প্লেণ্ট শুভাৰম্ভ কৰে। এই অনুষ্ঠানতে তেওঁ থিৰুৱনন্তপুৰমত ইণ্টেগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰ'ল চেণ্টাৰ এণ্ড স্মাৰ্ট ৰোডছ প্ৰজেক্টৰ আধাৰশিলা স্থাপন কৰে।বিহাৰত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া লিখিত ৰূ
September 15th, 12:01 pm
আজি যি চাৰিটা যোজনাৰ উদঘাটন হৈছে তাত পাটনা চহৰৰ বেওৰ আৰু কৰম-লিচকত নৰ্দমা ব্যৱস্থাপনা প্লাণ্টৰ উপৰিও অমৃত যোজনাৰ অধীনত ছিৱান আৰু চাপ্ৰাত পানীৰ সৈতে জড়িত প্ৰকল্পও আছে৷ ইয়াৰোপৰি মুংগেৰ আৰু জমালপুৰত পানীৰ অভাৱ হ্ৰাস কৰিবলৈ জলাপুৰ্তি পৰিযোজনা আৰু মুজফৰপুৰত নমামি গংগেৰ অধীনত নদীৰ তীৰ উন্নয়ন আঁচনিৰো আজি আধাৰশিলা স্থাপন কৰা হৈছে৷ নগৰৰ দৰিদ্ৰ, নগৰত বাস কৰা মধ্যবিত্ত লোকসকলক জীৱন সহজ কৰি তুলিবলৈ এই নতুন সুবিধাসমূহৰ বাবে আপোনালোকক অভিনন্দন জনাইছো৷‘নমামী গংগা’ যোজনা আৰু ‘আমৰুট’ যোজনাৰ অধীনত বিহাৰৰ ভিন্ন প্ৰকল্প উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়
September 15th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘নমামী গংগা’ যোজনা আৰু ‘আমৰুট’ যোজনাৰ অধীনত বিহাৰৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰে। আজি উদ্বোধন কৰা চাৰিটা আঁচনিৰ ভিতৰত আছে বেউৰ আৰু পাটনা মহানগৰৰ কৰম-লীচকত মলজল প্ৰণালী প্লান্ট তথা ‘আমৰুট’ যোজনাৰ অধীনত ছিৱান আৰু চাপ্ৰাত পানী-সম্পৰ্কীয় প্ৰকল্প। ইয়োৰোপৰি, মাংগাৰ আৰু জামালপুৰত পানী যোগান প্ৰকল্প আৰু মুজাফ্ফৰপুৰত নমামী গংগাৰ অধীনত ৰিভাৰ ফ্ৰন্ট উন্নয়নৰ আঁচনিৰ আজি আধাৰশিলা স্থাপন কৰা হয়।১৫ ছেপ্টেম্বৰত বিহাৰৰ নগৰীয়া আন্তঃগাঁথনিৰে সম্পৰ্কীয় সাতটা প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়
September 14th, 02:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ ছেপ্টেম্বৰত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিহাৰৰ নগৰীয়া আন্তঃগাঁথনিৰে সম্পৰ্কীয় সাতটা প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এইসমূহৰ ভিতৰত, চাৰিটা প্ৰকল্প পানী যোগানেৰে সম্পৰ্কীয়, দুটা মলজল শোধন আৰু এটা ৰিভাৰফ্ৰন্ট উন্নয়নেৰে জড়িত। এই প্ৰকল্পসমূহৰ মুঠ ব্যয় ৫৪১ কোটি টকা। এই প্ৰকল্পসমূহ ৰূপায়ণৰ দায়িত্বত আছে বিহাৰৰ নগৰীয়া উন্নয়ন আৰু গৃহ নিৰ্মাণ বিভাগৰ অধীনস্থ বিহাৰ নগৰীয়া আন্তঃগাঁথনি উন্নয়ন নিগম (BUIDCO)। এই কাৰ্যসূচীত বিহাৰৰ মুখ্য মন্ত্ৰীও উপস্থিত থাকিব।বিহাৰৰ বাৰাউনিত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
February 17th, 12:20 pm
আপোনালোকে ইয়ালৈ ইমান বৃহৎ সংখ্যাত আমাক আশীৰ্বাদ দিয়াৰ বাবে উপস্থিত হৈছে, এইবাৰে মই আপোনালোকক শিৰ দোৱাই অভিনন্দন জনাইছো৷ মই দেখিবলৈ পাইছো যে ভিডিঅ’ৰ মাধ্যমৰ জৰিয়তেও পাটনাৰ পৰা অনেক লোক ইয়াত জড়িত হৈছে৷ পাটনা আৰু হাজাৰিবাগত অনুষ্ঠিত হোৱা বিভিন্ন কাৰ্যসূচীত উপস্থিত থকা লোকসকলক মই প্ৰণাম জনাইছো৷বিহাৰত ৩৩,০০০ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্প মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে ক’লে পূব ভাৰত আৰু বিহাৰৰ উন্নয়ন আৰু অগ্ৰাধিকাৰত গুৰুত্ব দিয়া হৈছে
February 17th, 12:19 pm
বিহাৰৰ আন্তঃগাঁথনি, যোগাযোগ, শক্তি নিৰাপত্তা আৰু স্বাস্থ্যখণ্ডৰ বিকাশৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ হিচাপে প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাউনীত প্রায় ৩৩,০০০ কোটি টকা মূল্যৰ একাধিক প্ৰকল্পৰ শুভাৰম্ভ কৰে৷ বিহাৰৰ ৰাজ্যপাল লালজি টেণ্ডন, মুখ্যমন্ত্রী নীতিশ কুমাৰ, উপ-মুখ্যমন্ত্রী সুশীল মোদী আৰু কেন্দ্রীয় খাদ্য আৰু উপভোক্তা পৰিক্ৰমা মন্ত্রী ৰামবিলাস পাছোৱানকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে৷ প্ৰকল্পসমূহ উদ্বোধনৰ পাছত প্ৰধানমন্ত্রীয়ে এখনি জনসভাত ভাষণ আগবঢ়ায়৷কাইলৈ প্ৰধানমন্ত্ৰীৰ মহাৰাষ্ট্ৰ ভ্ৰমণ
February 15th, 04:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ ফেব্ৰুৱাৰী ২০১৯ তাৰিখে মহাৰাষ্ট্ৰৰ য়াভাতমল আৰু ধুলে পৰিভ্ৰমণ কৰিব৷ তাতে তেওঁ বিভিন্ন প্ৰকল্প মুকলি কৰিব৷আজি ছুৰাটত উপস্থিত প্ৰধানমন্ত্ৰ
January 30th, 01:30 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছুৰাট ভ্ৰমণ কৰে৷ ছুৰাটত তেওঁ ছুৰাট বিমানবন্দৰৰ টাৰ্মিনেল বিল্ডিঙৰ প্ৰসাৰণৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ জৰিয়তে ছুৰাট আৰু দক্ষিণ গুজৰাট অঞ্চলত যোগাযোগ ব্যৱস্থা উন্নত হ’ব৷