PM Modi addresses massive public meetings in Gurdaspur & Jalandhar, Punjab
May 24th, 03:30 pm
Prime Minister Narendra Modi addressed spirited public gatherings in Gurdaspur and Jalandhar, Punjab, where he paid his respects to the sacred land and reflected upon the special bond between Punjab and the Bharatiya Janata Party.Rajasthan has scored a double century when it comes to National Highways: PM Modi
July 08th, 05:00 pm
PM Modi laid the foundation stone and dedicated to the nation development projects worth over Rs 24,300 crore in Bikaner, Rajasthan. PM Modi said, The biggest beneficiaries of this infrastructure push are small businessmen and small-scale industries. The PM Modi said that Rajasthan has always been full of capabilities and potential. It is because of this potential for growth, the Prime Minister said, that record investment is being made in the state.ৰাজস্থানৰ বিকানেৰত ২৪,৩০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উচৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে
July 08th, 04:41 pm
ৰে’ল লাইন দুগুণ কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ ৰে’লৱেৰ উন্নয়নৰ ক্ষেত্ৰত দিয়া অগ্ৰাধিকাৰৰ ওপৰত আলোকপাত কৰে। তেওঁ আঙুলিয়াই দিয়ে যে ২০০৪-২০১৪ চনৰ ভিতৰত ৰাজস্থানে ৰে’লৱেৰ বাবে গড়ে বছৰি ১০০০ কোটিতকৈও কম ধন লাভ কৰিছিল, আনহাতে ২০১৪ চনৰ পিছত ৰাজ্যখনে প্ৰতি বছৰে গড়ে ১০ হাজাৰ কোটি টকা লাভ কৰিছিল।‘Punjabiyat’ is of umpteen importance to us: PM Modi
February 16th, 12:02 pm
In the run-up to the Punjab assembly elections, PM Narendra Modi addressed a public meeting in Pathankot today. Paying tributes to Sant Ravidas Ji, PM Modi said, “Today is also the birth anniversary of Sant Ravidas Ji. Before coming here, I had the honour to visit and pray at Guru Ravidas Vishram Dham Temple in Delhi. Our government is working according to the words said by Sant Ravidas Ji.”PM Modi addresses public meeting in Pathankot, Punjab
February 16th, 12:01 pm
In the run-up to the Punjab assembly elections, PM Narendra Modi addressed a public meeting in Pathankot today. Paying tributes to Sant Ravidas Ji, PM Modi said, “Today is also the birth anniversary of Sant Ravidas Ji. Before coming here, I had the honour to visit and pray at Guru Ravidas Vishram Dham Temple in Delhi. Our government is working according to the words said by Sant Ravidas Ji.”প্ৰধানমন্ত্ৰীয়ে ৫ জানুৱাৰীত পঞ্জাৱ ভ্ৰমণ কৰিব আৰু ৪২,৭৫০ কোটি টকাৰ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব
January 03rd, 03:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ জানুৱাৰী, ২০২২ তাৰিখে পঞ্জাৱৰ ফিৰোজপুৰ ভ্ৰমণ কৰিব আৰু দুপৰীয়া প্ৰায় ১ বজাত ৪২,৭৫০ কোটি টকাৰ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পবোৰৰ ভিতৰত আছে দিল্লী-অমৃতসৰ-কাটৰা এক্সপ্ৰেছৱে; অমৃতসৰ-উনা শাখা চাৰি লেনযুক্ত কৰা; মুকেৰিয়ান- তালৱাৰা নিউ ব্ৰডগজ ৰেলপথ; ফিৰোজপুৰৰ পিজিআই উপগ্ৰহ কেন্দ্ৰ আৰু কাপুৰথালা আৰু হোচিয়াৰপুৰত দুখন নতুন চিকিৎসা মহাবিদ্যালয়।পুনৰনিৰ্মিত জালিয়ানাৱালা বাগ স্মাৰক চৌহদ ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অনুবাদ
August 28th, 08:48 pm
পাঞ্জাৱৰ ৰাজ্যপাল শ্ৰী ভি পি সিং বদনৌৰ জী, পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেন অমৰেন্দৰ সিং জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডত মোৰ সহযোগী শ্ৰী জী কিষাণ ৰেড্ডী জী, শ্ৰী অৰ্জুন ৰাম মেঘবাল জী, শ্ৰী সোম প্ৰকাশ জী, সংসদৰ মোৰ সহযোগী শ্ৰী শ্বেত মালিক জী, কাৰ্যক্ৰমত জড়িত হোৱা সকলো মুখ্যমন্ত্ৰীবৰ্গ, জন-প্ৰতিনিধিবৰ্গ, শ্বহীদৰ পৰিয়ালবৰ্গ, ভাই আৰু ভনীসকল!প্রধানমন্ত্রীয়ে জাতিৰ উদ্দেশ্যে জালিয়ানৱালাবাগ স্মাৰকৰ পুনর্নিমিত প্রাঙ্গনটো উৎসর্গ কৰিছে
August 28th, 08:46 pm
ধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত জালিয়ানৱালাবাগ স্মাৰকৰ পুনর্নিমিত প্রাঙ্গনটো জাতিৰ উদ্দেশ্যে উৎসর্গ কৰে। তেওঁ স্মাৰক সংগ্রহশালাৰ গেলাৰীবিলাকো উদ্বোধন কৰে। কেন্দ্রীয় চৰকাৰে স্মাৰক প্রাঙ্গনটোৰ উন্নয়নকল্পে এলানি পদক্ষেপ লৈছে।পুণৰ্নিৰ্মিত জালিয়ানৱালা বাগ স্মাৰকৰ কিছু দৃশ্য
August 27th, 07:38 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুণৰ্নিৰ্মিত জালিয়ানৱালা বাগ স্মাৰক ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব, ২৮ আগষ্ট, শনিবাৰে। তেওঁ স্মাৰকত নিৰ্মিত সংগ্ৰহালয় উদ্বোধন কৰিব। চৌহদটোৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহো এই অনুষ্ঠানৰ জৰিয়তে প্ৰদৰ্শন কৰা হ'ব।PM to dedicate renovated complex of Jallianwala Bagh Smarak to the nation on 28th August
August 26th, 06:51 pm
Prime Minister Shri Narendra Modi will dedicate the renovated complex of Jallianwala Bagh Smarak to the nation on 28th August, 2021 at 6:25 PM via video conferencing. He will also inaugurate museum galleries developed at the Smarak. The event will also showcase the multiple development initiatives taken by the government to upgrade the complex.PM inaugurates Integrated Check Post and flags off 1st batch of pilgrims at Kartarpur Sahib corridor
November 09th, 05:22 pm
Prime Minister Narendra Modi inaugurated Integrated Check Post and flagged off first batch of pilgrims at Kartarpur Sahib corridor in Gurdaspur, Punjab today.পঞ্জাৱৰ গুৰদাসপুৰৰ ডেৰা বাবা নানকত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণ
November 09th, 11:13 am
বন্ধুসকল, আজি এই পবিত্ৰ ধৰালৈ আহি মই সঁচাকৈয়ে ধন্য মানিছো। মোৰ পৰম সৌভাগ্য যে মই আজি দেশবাসীক কাৰ্তাৰপুৰ কৰিড’ৰ অৰ্পণ কৰাৰ সুযোগ লাভ কৰিলো। কৰসেৱাৰ সময়ত আপোনালোকে অনুভৱ কৰা অনুভূতিয়েই এই মুহূৰ্তত মোৰো হৈছে। মই আপোনালোকক, সম্পূৰ্ণ দেশবাসীক, পৃথিৱীৰ প্ৰান্তে প্ৰান্তে থকা শিখ ভাই-ভনীসকলক বহুত বহুত অভিনন্দন জ্ঞপন কৰিছো।প্ৰধানমন্ত্ৰীয়ে গুৰু নানক দেৱৰ শিক্ষা আৰু মূল্যবোধক জীয়াই ৰাখিবলৈ আহ্বান জনায়
November 09th, 11:12 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী গুৰু নানক দেৱজীৰ শিক্ষা আৰু মূল্যবোধ জীয়াই ৰাখিবলৈ সকলোকে আহ্বান জনায়৷ ইণ্টিগ্ৰেটেড চেক প’ষ্ট(আইচিপি) আৰু কাৰ্টাৰপুৰ ক’ৰিডৰ মুকলি অনুষ্ঠান উপলক্ষে ডেৰা বাবা নানকত আয়োজিত বিশেষ অনুষ্ঠানত তেওঁ আজি উপস্থিত আছিল৷ তেওঁ লগতে গুৰু নানক দেৱ জীৰ ৫৫০সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে স্মাৰক মুদ্ৰা মুকলি কৰে৷কেবিনেটৰ শ্ৰী গুৰু নানক দেৱজীৰ ৫৫০তম জন্ম জয়ন্তী সমাৰোহ আয়োজনত অনুমোদন
November 22nd, 05:19 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে এক প্ৰস্তাৱনাৰ জৰিয়তে সমগ্ৰ দেশত আৰু বিশ্বৰ শিখ ধৰ্মৰ সংস্থাপক গুৰু নানক দেৱজীৰ ৫৫০তম জয়ন্তী অনাগত বৰ্ষত ধুমধামেৰে পালন কৰাৰ বাবে অনুমোদন প্ৰদান কৰিছে৷ ৰাজ্য চৰকাৰ আৰু বিদেশত ভাৰতীয় দূতাবাসৰ সৈতে এই সমাৰোহ পালন কৰা হ’ব৷ গুৰু নানক দেৱজীৰ প্ৰেম, শান্তি, সমতা আৰু ভ্ৰাতৃত্ববোধৰ শিক্ষাসমূহৰ শ্বাস্বত মূল্য আছে৷অমৃতসৰত সংঘটিত ৰে’ল দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি শোকপ্ৰকাশ প্ৰধানমন্ত্ৰীৰ
October 19th, 09:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অমৃতসৰত ৰে’ল দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি শোকপ্ৰকাশ কৰিছে।‘New India’ manifests the strength and skills of 125 crore Indians, who will create a ‘Bhavya Bharat’: PM Modi
March 26th, 11:33 am
PM Narendra Modi during his Mann Ki Baat on March 26th, spoke about the ‘New India’ that manifests the strength and skills of 125 crore Indians who would create a Bhavya Bharat. PM Modi paid rich tribute to Bhagat Singh, Rajguru and Sukhdev and said they continue to inspire us even today. PM paid tribute to Mahatma Gandhi and spoke at length about the Champaran Satyagraha. The PM also spoke about Swachh Bharat, maternity bill and World Health Day.On India’s part, our commitment to our brave Afghan brothers and sisters is absolute and unwavering: PM Modi
December 04th, 12:47 pm
PM Modi and Afghan President Ghani jointly inaugurated the ministerial deliberations at the Heart of Asia-Istanbul Process conference. Speaking at the event, PM Modi called for a strong collective to defeat terror networks that cause “bloodshed and fear” and reaffirmed India’s commitment to peace and stability in Afghanistan. “Silence and inaction against terrorism in Afghanistan and our region will only embolden terrorists and their masters,” PM Modi said.Prime Minister Modi & Afghan President Ghani offer prayers at Golden Temple
December 03rd, 09:18 pm
PM Narendra Modi and President of Afghanistan offered prayers at the Golden Temple in Amritsar in Punjab. Shri Narendra Modi also served 'Langar' to the devotees at the templePM Modi celebrates Diwali with Soldiers
November 11th, 05:02 pm